Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Arunachal Assembly Election:অৰুণাচলত বিধানসভা নিৰ্বাচনত অপ্ৰতিৰোধ্য বিজেপি

বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ দিশে মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু সহ বিজেপি প্ৰাৰ্থী

publisher by publisher
March 28, 2024
in India, News
Reading Time: 2 mins read
0
Arunachal Assembly Election:অৰুণাচলত বিধানসভা নিৰ্বাচনত অপ্ৰতিৰোধ্য বিজেপি
1
SHARES
9
VIEWS
ShareShareShareShare

Arunachal Assembly Election:

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত অপ্ৰতিৰোধ্য হৈছে বিজেপি ৷ আজি মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিনটোত দুপৰীয়া পৰ্যন্ত পাঁচটাকৈ বিধান সভা সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে বিজেপি ৷

ADVERTISEMENT

উল্লেখ্য যে,৬০ জনীয়া বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হ’ব লগা নিৰ্বাচনৰ মনোনয়নপত্ৰ দাখিলৰ আজি অন্তিম দিনটোত পাঁচটাকৈ সমষ্টিত দুপৰীয়া পৰ্যন্ত মাত্ৰ এখনকৈ মনোনয়নপত্ৰ দাখিল হয় ৷ আনহাতে দাখিল হোৱা আটাইকেইখন মনোনয়ন পত্ৰ বিজেপি প্ৰাৰ্থীৰ।

RelatedPosts

Supreme Court:অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বিৰুদ্ধে চিবিআইৰ তদন্ত নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

ক্ষমতাৰ দাম্ভিকতাৰে পৰম্পৰা ভংগ সিংহলৰ

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ কাষৰ বৃহৎ ভূমি অশোক সিংহালৰ দখলত !

এনেক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু সহ পাঁচ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হোৱাটো নিশ্চিত হৈ পৰিছে।

ৰাজ্য বিধানসভাৰ মুক্তো সমষ্টিৰ পৰা মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু ,টালিৰ পৰা জিকে টাকু , টালিহাৰ পৰা ন্যাতুম ডকে আৰু ছাগালীৰ পৰা টেছি ৰ’ত’ৱেহে আৰু ৰয়িঙৰ পৰা মুছু মিথিয়ে, মনোনয়নপত্ৰ দখিল কৰাৰ বিপৰীতে কংগ্ৰেছ সহ বিৰোধীৰ কোনো এজন প্ৰাৰ্থীয়ে দাখিল নকৰিলে মনোনয়নপত্ৰ ৷

আনহাতে,আন পাঁচটা সমষ্টিতো অনুৰূপ ধৰণে আন দলৰ প্ৰাৰ্থীয়ে মনোনয়নপত্ৰ দাখিল নকৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ অহা ৩০ এপ্ৰিলত মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন আৰু এই দিনটোতে স্পষ্ট হ’ব বিজেপিৰ বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হোৱা প্ৰাৰ্থীৰ তালিকা ৷

আনহাতে,বুধবাৰে বিয়লি ভাগত অৰুণাচলৰ বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক তথা অসমৰ গুৱাহাটী উন্নয়ণ মন্ত্ৰী অশোক সিংঘাল ইটানগৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ড সহ ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ নেতাৰ স’তে নিৰ্বাচনী ৰণকৌশল সন্দৰ্ভত এক বৈঠকত মিলিত হয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Arunachal Assembly ElectionAshok SinghalFIVE BJP CANDIDATE UNOPPOSED aMIDPREMA KHANDU
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d