ADVERTISEMENT
Ranjit Dutta Resigns as Bihali MLA
👉বিহালীৰ বিধায়ক পদ ত্যাগ ৰঞ্জিত দত্তৰ ৷
👉অসম বিধানসভাৰ সচিবৰ হাতত প্ৰদান কৰে পদত্যাগ পত্ৰ ৷
👉২০০১চনৰে পৰা একেৰাহে চাৰিবাৰকৈ বিধায়ক আছিল দত্ত ৷
👉অৱশ্যে ২০১১ ত সেই সময়ৰ কংগ্ৰেছ প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হাতত পৰাস্ত হৈছিল ৷
👉বিধায়ক পদ ত্যাগ কৰি আবেগিক হৈ পৰিল বিজেপিৰ প্ৰাক্তন সভাপতি গৰাকী ৷
👉বিধানসভাৰ সদনৰ নিজৰ আসনত বহি পুৰণি স্মৃতি ৰোমন্থন কৰিলে শোণিতপুৰৰ নৱ নিৰ্বাচিত সাংসদগৰাকীয়ে ৷
👉বিহালী পৰা ৰাইজৰ বাবে কাম কৰা এজন ভাল বিধায়ক বিচাৰে সাংসদ ৰঞ্জিত দত্তই ৷
👉ভৱিষ্যতে ৰাজ্যৰ ৰাজনীতিলৈ উভতি নহাৰ ইচ্ছা ব্যক্ত কৰে দত্তই ৷