Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Flood Situation : ৰাজ্যত বানৰ তাণ্ডৱ অব্যাহত,বানৰ কবলত ১৯ জিলা

ব্ৰহ্মপুত্ৰ সহ নৈ- উপনৈ জলপৃষ্ঠই অতিক্ৰম কৰিছে বিপদসীমা

publisher by publisher
July 2, 2024
in India, Assam, News
Reading Time: 4 mins read
0
Assam Flood Situation : ৰাজ্যত বানৰ তাণ্ডৱ অব্যাহত,বানৰ কবলত ১৯ জিলা
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !

Barpeta Satra Doul Mohotsav:বৰপেটা সত্রত শ্রীশ্রী কৃষ্ণৰ দৌলযাত্রা মহোৎসৱৰ আজি তৃতীয় দিন

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

Assam Flood Situation :

অম্বুবাচীৰ আগৰ সপ্তাহত যিধৰণ নেৰা-নেপেৰাকৈ বৰষুণৰ সৃষ্টি হৈছিল, সেই একেটা পৰিৱেশেৰে যোৱা কেইবাদিন ধৰি ৰাজ্যত অব্যাহত থকা নেৰা-নেপেৰা বৰষুণৰ ফলতে ৰাজ্যৰ নদী-উপনদীসমূহ উপচি পৰাৰ লগতে ব্রহ্মপুত্রও ওফন্দি উঠিছে।

flood 2ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ আৰু ইয়াৰ উপনৈসমূহৰ জলপৃষ্ঠ ওফন্দি উঠাত এক আতংকৰ সৃষ্টি হৈছে। বিশেষকৈ অসম আৰু চুবুৰীয়া পাৰ্বত্য ৰাজ্য কেইখনত হোৱা মুষলধাৰ বৰষুণৰ বাবে ব্রহ্মপুত্রকে ধৰি ইয়াৰ উপনৈবোৰৰ জলস্তৰ বিপদ সীমাৰ ওপৰলৈ উঠি আহিছে। ঠায়ে ঠায়ে ব্ৰহ্মপুত্ৰৰ উপনৈসমূহৰ মথাউৰি কোমল হৈ উঠাত কাষৰীয়া অঞ্চলত বাস কৰি থকা লোকসকলে আশংকাত ভুগিছে।

flood 3বতৰ অপৰিৱৰ্তিত থাকিলে পৰৱৰ্তী ৪৮ ঘণ্টাত ৰাজ্যৰ বান পৰিস্থিতিয়ে অতি জটিলতৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ ৰাজ্যত দ্বিতীয়টো বানৰ সংহাৰী ৰূপ | বানত প্লাৱিত হৈছে ৰাজ্যৰ ১৯ খন জিলাৰ ৬৪ ৰাজহ চক্র,১,২৭৫ খন গাঁও ৷ ইতিমধ্যে বানাক্ৰান্ত ৰাইজক আশ্ৰয় দিবৰ বাবে স্থাপন কৰা হৈছে ৭২ টা আশ্ৰয় শিৱিৰ। আশ্ৰয় শিৱিৰত আছে ৮,১৪২ জন লোক ৷ আনহাতে আশ্ৰয় শিৱিৰত থকা শিশুৰ সংখ্যা ১,৮৭১টা একেদৰে বানৰ কবলত পৰিছে ৪,৮৫,০৭৬ পশুধন। ক্ষতিগ্রস্ত ২৬,১৯৯.১৮ হেক্টৰ কৃষিভূমি |

flood 4নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই অতিক্ৰম কৰিছে বিপদসীমা ৷ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে । ইফালে মহানগৰীৰ ভৰলুৰে হোৰেহোৰে সোমাইছে ব্ৰহ্মপুত্ৰৰ পানী। যাৰফল স্বৰূপে শান্তিপুৰৰ শ্লুইছ গেট বন্ধ কৰি দিয়া হৈছে ৷ উত্তৰ গুৱাহাটীটো বানে লৈছে ভয়ংকৰ ৰূপ ৷ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ৰংমহলৰ বহু অঞ্চল প্লাৱিত কৰিছে ৷ বানৰ বাবে প্ৰায় বহু কেইটা বানাক্ৰান্ত পৰিয়ালে আশ্ৰয় ল’বলগীয়া হৈছে মথাউৰিত ৷ কিন্ত এই পৰ্যন্ত কোনো ধৰণৰ সাহায্য পোৱা নাই দুৰ্ভগীয়া পৰিয়াল কেইটিয়ে ৷

flood 5আনহাতে , ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে নগাঁৱৰ কলিয়াবৰত। পুনৰ ভাগিল নগাঁও জিলাৰ কলিয়াবৰৰ হাতীমূৰা মথাউৰি। নগাঁও সহ মধ্য অসমত ভয়াৱহ বানপানীৰ আশংকাত ত্ৰস্তমান ৰাইজ৷ হাতীমূৰা মথাউৰিৰ গাইড বান্ধ ভাঙি হোৰাহোৰে বৈছে কলঙলৈ পানী  ৷ মূল বান্ধ অভিমুখে গতি কৰিছে ব্ৰহ্মপুত্ৰৰ পানী ৷ ইয়াকে লৈ কলিয়াবৰত সৃষ্টি হৈছে এক হাহাকাৰময় পৰিস্থিতি ৷ ২০১৭তকৈও ভয়াৱহ বানৰ আশংকাত ত্ৰস্তমান কলিয়াবৰবাসী ৷

flood 6ইতিমধ্যে নিজৰ ঘৰ- দুৱাৰ এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে জখলাবন্ধাৰ লোকসকল ৷পৰিস্থিতি মোকাবিলা কৰিবলৈ সষ্টমহৈ আছে এন ডিআৰএফ আৰু এছ ডিআৰ এফ ৷

আনহাতে,মহাবাহু ব্ৰহ্মপুত্ৰৰ বলিয়া বানৰ বানৰ পৰিস্থিতিৰ বুজ লবলৈ আজি দুপৰীয়া বোকাখাতলৈ যাওঁতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বানপানীৰ পানীত এটা গঁড় আৰু তাৰ পোৱালিটো পৰ্যবেক্ষণ কৰে। উক্ত পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষ আৰু বন বিভাগক জীৱ-জন্তুবোৰক ওখ ঠাইলৈ স্থানান্তৰিত কৰাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷

flood 7উল্লেখ্য যে,আজি গোলাঘাট জিলাৰ নুমলীগড়ৰ মহুৰামুখত বলীয়া বানে চিঙি নিয়া মথাউৰি পৰিদৰ্শন কৰিবৰ বাবে মুখ্যমন্ত্ৰী গৈছে নুমলীগড়লৈ ৷ কমাৰগাঁৱত আশ্ৰয় শিৱিৰত আশ্ৰয় লৈ থকা বানবিধস্ত ৰাইজৰ কাষত উপস্থিত হয় মুখ্যমন্ত্ৰী শৰ্মা ৷

বছৰৰ তৃতীয়টো বানৰ কবলত পৰি ককবকাইছে হোজাইৰ বিস্তীৰ্ণ অঞ্চলৰ বানাক্ৰান্ত । পুনৰ বাঢ়িছে কপিলীৰ জলস্তৰ। বিপদসীমাৰ ওপৰেৰে বোৱা বাঢ়নী পানী যিকোনো সময়তে কপিলী নৈ পৰীয়া বহু গাঁও বানৰ কবলত পৰাৰ আশংকাত শংকিত হৈ পৰিছে সংশ্লিষ্ট অঞ্চলবাসী।

আনহাতে, শিৱসাগৰতো বানৰ সংহাৰ অব্যাহত আছে। জাজী নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে দিচাংমুখ, মাজৰবাৰী, লিগিৰবাৰী,অফলা, , তিয়হবস্তি প্লাৱিত কৰিছে ৷ হোৰেহোৰে সোমোৱা পানীয়ে বুৰাই পেলাইছে ওখ চাংঘৰ সমূহ ৷ বানৰ সংহাৰী ৰূপ দেখি ঘৰ- বাৰী এৰি বানাক্ৰান্ত ৰাইজ ঢাপলি মেলিছে মথাউৰিলৈ ৷ ইফালে বানে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে শোণিতপুৰ জিলাৰ বৰচলাত ৷ সমষ্টিটোৰ প্ৰায় আঠখনকৈ গাঁও বৰ্তমান পানীৰ তলত। বছাশিমলুত পথৰ ওপৰেৰে বাগৰিছে পানী।

আনহাতে,বছৰৰ প্ৰথমটো বানৰ কবলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল ৷ অভয়াৰণ্য খনৰ মুঠ ২২৩ টা বন শিৱিৰৰ ৯৫টা বন শিবিৰ ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সদৰি কৰা মতে,পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত অগৰাতলি বনাঞ্চলত ৩৪টা, কহঁৰা বনাঞ্চলত ২০টা, বাগৰি বনাঞ্চলত ১০টা, বোকাখাত বনাঞ্চলত ৬টা বনশিবিৰ এলেকা প্লাৱিত কৰাৰ বিপৰীতে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ ২০টা শিৱিৰ এলেকা বানৰ কবলত পৰিছে ।

flood 8বানৰ পৰা ৰক্ষা পাবলৈ বহু বন্যপ্ৰাণী অভয়াৰণ্য খনৰ ভিতৰত থকা ওখ ওখ টিলা সমূহত আশ্ৰয় লোৱাৰ বিপৰীতে আন একাংশ বন্যপ্ৰাণী ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হৈ কাৰ্বি আংলং দিশে ঢাপলি মেলিছে। বানৰ সংহাৰী ৰূপ ধাৰণ কৰাত অভয়াৰণ্যৰ ভিতৰত থকা হাতীচাফাৰীত ব্যৱহ্ত ঘৰচীয়া হাতীসমূহ অভয়াৰণ্যৰ ভিতৰৰ পৰা উলিয়াই অনা হৈছে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জীৱজন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ব্যৱসায়ীক যানবাহন চলোৱাত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে নৈশভাগত স্থানীয় ব্যক্তিগত বাহন আহযাহৰ অনুমতি প্ৰদান কৰিছে ৷ একেদৰে নৈশবাছ সমূহ এঘন্টা মুৰে মুৰে যাব দিয়া হৈছে ৷দিনত আহযাহ কৰিবলৈ দিয়া হৈছে ব্যক্তিগত বাহন ৷ এই যানবাহন সমূহ ৩০ কি:মি: গতিবেগত চলাবলৈ আহ্বান জনাইছে উদ্যান কৰ্তৃপক্ষই ৷

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Flood SituationCm Himanta Biswa SarmaKaziranga National Park
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d