Japanese Encephalitis:
বান আৰু বিভিষীকাৰ মাজতে বঙাইগাঁৱত জাপানিজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ । এইটো বৰ্ষত জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত ১২ গৰাকী ৰোগী ।
ADVERTISEMENT
বঙাইগাঁও জিলাত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু এগৰাকী ব্যক্তিৰ আৰু বৰ্তমান ৩ গৰাকীৰ দেহত জাপানিজ এনকেফেলাইটিছ ৰোগ পোৱাৰ তথ্য প্ৰকাশ পাইছে । ব্যক্তিগত খণ্ড চিকিৎসালয় লৱাৰ আসাম হস্পিতালত ভৰ্তি জাপানিজ এনকেফেলাইটিছ আক্ৰন্ত সকল। আইচিইউত চিকিৎসাধীন বুলি জানিব পৰা গৈছে ।