Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা

    ২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ

    চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ

    দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ

    India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

জাপানী এনকেফেলাইটিছত দেশৰে সর্বাধিক আক্রান্ত তথা মৃত্যু অসমত

publisher by publisher
July 15, 2025
in Assam, News
Reading Time: 1 min read
0
জাপানী এনকেফেলাইটিছত দেশৰে সর্বাধিক আক্রান্ত তথা মৃত্যু অসমত
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

Japanese encephalitis: ✒️ৰাজ্যজুৰি জাপানী এনকেফেলাইটিছ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। ৰাজ্যৰ বিভিন্ন প্রান্তত এই ৰোগত আক্রান্ত হৈ বহুকেইজন লোকে প্রাণ হেৰুওৱাৰ লগতে আন বহু সংখ্যক চিকিৎসাধীন হৈ আছে।

ADVERTISEMENT

উল্লিখিত সময়ছোৱাত জাপানী এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ১৮ জন লোকে মৃত্যুক আঁকোৱালি লৈছে। উল্লেখ্য যে দেশৰ ভিতৰতে এই ৰোগৰ সর্বাধিক প্রাদুর্ভাৱ হোৱা ৰাজ্যৰূপে চিহ্নিত হৈছে অসম।

বিগত সাত বছৰত অৰ্থাৎ ২০১৮ৰ পৰা ২০২৪লৈ অসমত এই ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ৩,৩৪০ জন। এই ৰোগীসকলৰ ভিতৰত ৫২৯ জনে মৃত্যুক আঁকোৱালি লোৱাৰ তথ্য প্ৰকাশ কৰিছে সংশ্লিষ্ট বিভাগে।

চলিত বর্ষটোত তথা যোৱা এপ্ৰিলৰ পৰা ৰাজ্যখনত জাপানী এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হোৱাৰ তথ্য পোহৰলৈ আহিছে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ উপ অধীক্ষক উজ্জ্বল কুমাৰ শৰ্মাই সংবাদ মাধ্যমৰ আগত সদৰী কৰা তথ্য অনুসৰি, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত যোৱা এপ্ৰিলৰ পৰা মঙলবাৰৰ দিনটোলৈ ৬৭জন লোকৰ দেহত জাপানী এনকেফেলাইটিছ ৰোগৰ উপস্থিতি ধৰা পৰে।

ইয়াৰে ১৮ জনৰ মৃত্যু হৈছে আৰু ১৩জন সুস্থ হৈ ঘৰলৈ উভতি গৈছে বুলি তেওঁ কয়। আজিৰ দিনটোত এই ৰোগত আক্রান্ত ৩১জন চিকিৎসাধীন হৈ আছে বুলি তেওঁ উল্লেখ কৰি লগতে কয় যে এই ৰোগীসকলৰ ভিতৰত সৰ্বাধিক দৰাং, নলবাৰী আৰু কামৰূপ গ্ৰাম্যৰ ৰোগী দেখিবলৈ পোৱা গৈছে।

নলবাৰীৰ ১৬ জন, দৰঙৰ ১১ জন আৰু কামৰূপ গ্ৰাম্যৰ পৰা ১৭ জন ৰোগী জিএমচিএইছলৈ আহিছে। ইয়াৰ উপৰি ধুবুৰী, বৰপেটা, কামৰূপ মহানগৰ, নগাঁও, বজালী, মৰিগাঁও, বাপ্সা, গোৱালপাৰা, শোণিতপুৰ আদিৰ পৰাও হাস্পতালখনলৈ আহিছে বুলি জ্যেষ্ঠ চিকিৎসকজনে সদৰী কৰে।

আনহাতে, গোলঘাট জিলাত মঙ লবাৰৰ দিনটোত জাপানী এনকেফেলাইটিছত আক্রান্ত ৰোগীৰ সংখ্যা ১৯জনলৈ বৃদ্ধি পাইছে। একেদৰে শোণিতপুৰত এই ৰোগত আক্রান্ত হৈ দুজনে মৃত্যুক আঁকোৱালি লোৱাৰ লগতে আন চাৰিজন চিকিৎসাধীন হৈ আছে। শোণিতপুৰ জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জনার্দন গোস্বামীয়ে সদৰী কৰা অনুসৰি, জিলাখনত বিগত জুনৰ পৰা মঙলবাৰ পর্যন্ত ছজন লোক জাপানী এনকেফেলাইটিছত আক্রান্ত হৈছে আৰু ইয়াৰে দুজনৰ মৃত্যু হৈছে।

মৃত লোকদ্বয় হৈছে বালিপৰাৰ শিঙিতলীৰ জাকিৰুল ইছলাম (১০) আৰু ঢেকিয়াজুলিৰ অৰিয়ন্টলিৰ উর্বশী প্রধান (৫১)। উল্লেখ্য যে জিলাখনৰ ঢেকিয়াজুলি খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মিজিবাৰীত এগৰাকী ১০ বছৰীয়া কিশোৰী, বিহগুৰি খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত এজন ২৫ বছৰীয়া যুৱক, বালিপৰা খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তর্গত ১৩ বছৰীয়া এজন কিশোৰ আৰু উত্তৰ জামুগুৰি খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ৩৬ বছৰীয়া এজন লোক জাপানী এনকেফেলাইটিছত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে।

দেশৰ ভিতৰতে সৰ্বাধিক আক্রান্ত-মৃত্যুত শীর্ষত অসম

ইফালে, জাপানী এনকেফেলাইটিছত দেশৰ ভিতৰতে সৰ্বাধিক আক্রান্ত আৰু মৃত্যু হৈছে অসমত। কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ অধীনৰ সংশ্লিষ্ট সংস্থাই সদৰী কৰা তথ্য অনুসৰি, ২০১৮ৰ পৰা ২০২৪ লৈ অসমত জাপানী এনকেফেলাইটিছত আক্রান্ত হৈছে ৩,৩৪০ জন আৰু ইয়াৰে ৫২৯জনে মৃত্যুক সাবটি লৈছে।

তথ্য মতে ২০২৪ত অসমত জাপানী এনকেফেলাইটিছত ৬৭০জন আক্রান্ত হোৱাৰ বিপৰীতে ইয়াৰে ৫৩জনে মৃত্যুক আঁকোৱালি লৈছে। একেদৰে ২০২৩ত ৫২৫জন আক্ৰান্তৰ ভিতৰত ৩৪জনৰ মৃত্যু, ২০২২৩ ৪৫৬ জন আক্ৰান্তৰ ভিতৰত ৯৬জনৰ মৃত্যু, ২০২১৩ ২১৮জন আক্ৰান্তৰ ভিতৰত ৪০ জনৰ মৃত্যু, ২০২০৩ ৩২০জন আক্ৰান্তৰ ভিতৰত ৫১জনৰ মৃত্যু, ২০১৯৩ ৬৪২জন আক্ৰান্তৰ ভিতৰত ১৬১ জনৰ মৃত্যু আৰু ২০১৮৩ ৫০৯জনৰ ভিতৰত ৯৪জনে মৃত্যুক আঁকোৱালি লৈছে।

উল্লেখ্য যে এই প্রতিটো বৰ্ষতে আক্রান্ত আৰু মৃত্যুৰ তালিকাত দেশৰ ২৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত শীৰ্ষত আছে অসম। বিভাগীয় তথ্য অনুসৰি, ২০১৮ত জাপানী এনকেফেলাইটিছত দেশত ১৮২জন লোকৰ মৃত্যু হৈছিল আৰু ইয়াৰে সৰ্বাধিক ৯৪জন অসমৰ। একেদৰে ২০১৯ত দেশত মৃত্যু হোৱা ২৬৬জনৰ ভিতৰত সৰ্বাধিক ১৬১জন অসমৰ। ইয়াৰ উপৰি ২০২০ত মৃত্যু হোৱা ৮২জনৰ ভিতৰত ৫১জন, ২০২১ত মৃত্যু হোৱা ৭০ জনৰ ৪০জন, ২০২২ত মৃত্যু হোৱা ১৩০জনৰ ৯৬জন, ২০২৩ত মৃত্যু হোৱা ৬৫ জনৰ ৩৪জন আৰু ২০২৪ত জাপানী এনকেফেলাইটিছত দেশত মৃত্যু হোৱা ১০৫ জনৰ ভিতৰত ৫৩জন অসমৰ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assamjapanese encephalitis
publisher

publisher

Related Posts

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা
India

২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা

September 29, 2026
২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ
News

২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ

September 29, 2026
চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ
Assam

চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ

September 29, 2026
দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ
Assam

দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ

September 29, 2026
India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী
India

India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d