Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Union Government has issued new Directives to Hospitals:কেতিয়া আইচিইউত ভর্তি কৰিব ৰোগীক?

কিৎসালয়সমূহলৈ কেন্দ্ৰীয় চৰকাৰৰ নতুন নির্দেশ, ৰোগী-আত্মীয়ই নিবিচাৰিলে অথবা যদি চিকিৎসা সম্ভৱ নহয়, তেনে ৰোগীক এতিয়াৰে পৰা ৰাখিব নোৱাৰিব আইচিইউত

publisher by publisher
January 3, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Union Government has issued new Directives to Hospitals:কেতিয়া আইচিইউত ভর্তি কৰিব ৰোগীক?
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

GMCH Incident:জিএমচিএইছত অঘটন ! আইচিইউৰ বিচনাৰ পৰি নৱজাতকৰ মৃত্যু, আহত আন তিনি শিশু

Union government has released disaster relief funds to Assam: অসমলৈ দুর্যোগ উপশম পুঁজিৰ কেন্দ্ৰীয় অংশৰ ৩৭৫.৬ কোটি টকা, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ঘোষণা

Union Government has issued new Directives to Hospitals:

ৰোগী বা আত্মীয় অথবা অভিভাৱকৰ অনুমতি অবিহনে এতিয়াৰে পৰা ৰোগীক আইচিইউ (ইনটেনচিভ কেয়াৰ ইউনিট)ত ভৰ্তি কৰাব নোৱাৰিব কোনো চিকিৎসালয়ে।

ADVERTISEMENT

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে এক নির্দেশযোগে ৰোগীক আইচিইউত ভর্তি কৰাৰ ক্ষেত্ৰত চিকিৎসালয়সমূহে মানি চলিবলগীয়া কেতবোৰ নতুন নীতি-নিয়ম প্ৰৱৰ্তন কৰিছে। প্রকৃততে বহু সময়ত দেখা যায় যে ৰোগীৰ স্বাস্থ্যৰ অৱস্থাৰ অবনতি ঘটাৰ অজুহাত দেখুৱাই অভিভাৱক বা আত্মীয়ক নজনোৱাকৈ একাংশ চিকিৎসালয় কর্তৃপক্ষই ৰোগীক পোনে পোনে আইচিইউত ভর্তি কৰায়।

ইয়াৰ ফলত ৰোগীৰ অভিভাৱকে অনিচ্ছাকৃতভাবে হ’লেও বৃহৎ পৰিমাণৰ ধন পৰিশোধ কৰিবলগীয়া হয়। ৰোগী তথা আত্মীয়ৰ এনে আপত্তিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে চিকিৎসালয়সমূহলৈ এই নতুন নির্দেশাৱলী জাৰি কৰিছে।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে ২৪ জন বিশেষজ্ঞৰ পৰামৰ্শ লৈ প্ৰস্তুত কৰিছে এই নির্দেশাৱলী নতুন নির্দেশাবলী অনুসৰি এতিয়াৰে পৰা কোনো গুৰুতৰ অসুস্থ ৰোগীৰ যদিহে কোনো চিকিৎসা সম্ভর নহয় বা চিকিৎসাৰ সুবিধা নাই এনে অৱস্থাৰ সৃষ্টি হ’লে তেনে ৰোগীক আইচিইউত চিকিৎসাৰ নামত ৰখাই থোৱাটো নিৰৰ্থক।

ইফালে, আইচিইউত চিকিৎসাধীন ৰোগীক উপযুক্ত চিকিৎসা আগবঢ়োৱাৰ পাছতো যদি ৰোগীয়ে প্রত্যাশিত সঁহাৰি আগনবঢ়ায়, তেন্তে তেনে ক্ষেত্ৰতো ৰোগীক আইটিইউত চিকিৎসাধীন কৰি ৰখাৰ কোনো অর্থ নাই বুলি নির্দেশাবলীত কোৱা হৈছে। এই নির্দেশাবলীত সবাতোকৈ গুৰুত্বপূর্ণ নির্দেশটো হ’ল যদি কোনো ৰোগীৰ জীয়াই থকাৰ ইচ্ছা আছে; কিন্তু আইচিইউত ভর্তি হ’ব নিবিচাৰে তেন্তে তেনে ক্ষেত্ৰতো সেই ৰোগীক আইচিইউত ভৰ্তি কৰিব নোৱাৰিব।

ইফালে, মহামাৰী বা আন কোনো বিপৰ্যয়ৰ পৰিস্থিতিত আইচিইউত ৰোগীক ভর্তি কৰোৱাৰ ক্ষেত্ৰত্রতো চিকিৎসালয় কর্তৃপক্ষক ভাবি-চিন্তি সিদ্ধান্ত ল’বলৈ কোৱা হৈছে।

ইফালে, আইচিইউত ভর্তিৰ ক্ষেত্ৰত কোন ৰোগীক সর্বাধিক গুৰুত্ব দিয়া হ’ল সেই বিষয়েও চিকিৎসালয়সমূহক যাৱতীয় নিৰ্দেশাৱলী দি কোৱা হৈছে যে যদি ৰোগী অচেতন অৱস্থাত থাকে, উশাহ-নিশাহ লোৱাত অসুবিধা পাইছে বা শ্বাস- প্রশ্বাসৰ কৃত্রিম সহায়তাৰ প্ৰয়োজন আছে তেন্তে তেনে ৰোগীক আইচিইউত ভর্তি কৰাব পাৰে।

নিৰ্দেশাৱলী অনুসৰি আইচিইউত ভর্তি কৰোৱাৰ পূৰ্বে হাস্পতাল কর্তৃপক্ষই ৰোগীৰ ৰক্তচাপ, ধমনিৰে ৰক্তপ্ৰৱাহৰ গতি, শ্বাস-প্রশ্বাসৰ হাৰ, শ্বাস-প্রশ্বাসৰ ধৰণ, হৃদ স্পন্দন, অক্সিজেন ছেচুৰেছন, শৌচ-প্রস্রাব নিয়মীয়াকৈ হৈছে নে নাই এই বিষয়সমূহ পর্যবেক্ষণ কৰিব লাগিব; কিন্তু এনেবোৰ বিসংগতি থকাৰ পাছতো ৰোগী বা ৰোগীৰ আত্মীয়ই আইচিইউত ভর্তি হ’ব নিবিচাৰে বা ভর্তি কৰাব বিচৰা নাই তেন্তে সেই ক্ষেত্রত অভিভাৱক আৰু ৰোগীৰ সিদ্ধান্তকে মান্যতা দিবলৈ বাধ্য হ’ব লাগিব সংশ্লিষ্ট চিকিৎসালয়ৰ কৰ্তৃপক্ষ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: HospitalsicuIssued New DirectivesUnion Government
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d