Budget Session of Parliament starts today:
➡️আজিৰে পৰা সংসদৰ বাজেট অধিৱেশন ৷
ADVERTISEMENT
➡️মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম খন বাজেট ৷
➡️৬খন গুৰুত্বপূৰ্ণ বিধেয়ক দাখিলৰ সম্ভাৱনা ৷
➡️মঙলবাৰে সংসদত উদ্থাপন হ’ব পূণাংগ বাজেট ৷
➡️বাজেট দাখিল কৰিব বিত্তমন্ত্রী নির্মলা সীতাৰমণে ৷
➡️১২ আগষ্টলৈকে চলিব বাজেট অধিৱেশন ৷
➡️বাজেট অধিৱেশনৰ কৰ্মদিন হ’ব ১৯ দিন ৷
➡️সোমবাৰে সংসদত বিত্তমন্ত্রী নির্মলা সীতাৰমণে দাখিল কৰে অৰ্থনৈতিক সমীক্ষা ২০২৩-২০২৪।
➡️জৰীপত সন্নিৱিষ্ট হয় অর্থনৈতিক খণ্ডৰ কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য।
➡️সমীক্ষাত সন্নিৱিষ্ট আছিল নিয়োগ, জিডিপিৰ বিকাশ, মুদ্রাস্ফীতিৰ তথ্য।