Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Union Budget 2025

 Union 2025 Live Update: অষ্টমবাৰ বাজেট উপস্থাপন নির্মলা সীতাৰমণৰ , ৰাষ্ট্ৰপতিৰ স’তে সাক্ষাৎ

publisher by publisher
February 1, 2025
in Union Budget 2025
Reading Time: 3 mins read
0
 Union 2025 Live Update: অষ্টমবাৰ বাজেট উপস্থাপন নির্মলা সীতাৰমণৰ , ৰাষ্ট্ৰপতিৰ স’তে সাক্ষাৎ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Tax Reduction: বাজেটত ঔষধৰ ওপৰত শুল্ক হ্ৰাসৰ ঘোষণাই কিবা কামত আহিবনে ?

Union Minister Sarbananda Sonowal:এখন জনকল্যাণকামী, দূৰদৰ্শী আৰু বিকশিত তথা আত্মনিৰ্ভৰ ভাৰতৰ আধাৰশিলাক ত্বৰান্বিত কৰিব কেন্দ্রীয় বাজেট ২০২৫-২৬-: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Union Finance Minister Nirmala Sitharaman:বুদ্ধ স্মৃতিসৌধৰ ওপৰত বিশেষ গুৰুত্ব, দেশৰ ৫০টা পৰ্যটন কেন্দ্ৰ গঢ়ি তোলাৰ প্ৰকল্প

Union Budget 2025 Live Update:

তৃতীয় পৰ্যায়ত নৰেন্দ্ৰ মোডী চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট।

ADVERTISEMENT

বাজেটত কি কি কৰ ৰেহাই পোৱা যাব? হ্ৰাস হ’ব বীমাৰ খৰচ ?দেশৰ অৰ্থনীতি শক্তিশালী কৰাৰ দাবী কৰিব নিৰ্মলাই ।

দেশৰ অৰ্থনীতি শক্তিশালী কৰাৰ দাবী কৰিব নিৰ্মলাই? পঢ়ক বাজেটৰ প্ৰতিটো মুহূৰ্তৰ লাইভ আপডেট ।

পুৱা ৯:৪৫ বজাতঃ ৰাষ্ট্ৰপতি ভৱনৰ পৰা সংসদত উপস্থিত হয় বিত্ত মন্ত্ৰী । পুৱা ১১ বজাৰ পৰা তেওঁ বাজেট উপস্থাপন কৰিব।

পুৱা ৯:১৫ বজাতঃ ৰাষ্ট্ৰপতি ভৱনত দ্ৰৌপাদি মুৰ্মুক সাক্ষাৎ কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে। সীতাৰমণে ২০২৫-২০২৬ চনৰ বাজেট উপস্থাপন কৰিব।

পুৱা ৯:০০ বজাতঃ বিত্ত মন্ত্ৰীয়ে পৰম্পৰাগত ‘বহি-খাতা’ নহয়, ৰঙা ৰঙৰ টেব’ৰ পৰা বাজেট উপস্থাপন কৰিব। নৰ্থ ব্লকৰ পৰা তেওঁ ৰাষ্ট্ৰপতি ভৱনলৈ ৰাওনা হয়।

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি অষ্টমবাৰৰ বাবে কেন্দ্ৰীয় বাজেট উপস্থাপন কৰিব। বিহাৰৰ এগৰাকী পদ্মশ্ৰী প্ৰাপ্তকৰ্তাই তৈয়াৰ কৰা মধুবনী শাৰী পৰিধান কৰি তেওঁ নৰ্থ ব্লকৰ বিত্ত মন্ত্ৰালয়ত উপস্থিত হয় ।

#অষ্টমবাৰ বাজেট উপস্থাপন কৰিব নির্মলা সীতাৰমণে, ৰাষ্ট্ৰপতিৰ স’তে সাক্ষাৎ

তৃতীয় পৰ্যায়ত নৰেন্দ্ৰ মোডী চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট।

বাজেটত কি কি কৰ ৰেহাই পোৱা যাব? হ্ৰাস হ’ব বীমাৰ খৰচ ?দেশৰ অৰ্থনীতি শক্তিশালী কৰাৰ দাবী কৰিব নিৰ্মলাই ।

দেশৰ অৰ্থনীতি শক্তিশালী কৰাৰ দাবী কৰিব নিৰ্মলাই? পঢ়ক বাজেটৰ প্ৰতিটো মুহূৰ্তৰ লাইভ আপডেট ।

ৰাষ্ট্ৰপতি ভৱনৰ পৰা সংসদত উপস্থিত হয় বিত্ত মন্ত্ৰী । পুৱা ১১ বজাৰ পৰা তেওঁ বাজেট উপস্থাপন কৰে ।

পুৱা ৯:১৫ বজাতঃ ৰাষ্ট্ৰপতি ভৱনত দ্ৰৌপাদি মুৰ্মুক সাক্ষাৎ কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে।

বিত্ত মন্ত্ৰীয়ে এইবাৰ পৰম্পৰাগত ‘বহি-খাতা’ নহয়, ৰঙা ৰঙৰ টেব’ৰ পৰা বাজেট উপস্থাপন কৰিছে ।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰিবলৈ বিহাৰৰ এগৰাকী পদ্মশ্ৰী প্ৰাপ্তকৰ্তাই তৈয়াৰ কৰা মধুবনী শাৰী পৰিধান কৰি আহে ।

# বাজেটৰ প্ৰতিটো মুহূৰ্তৰ লাইভ আপডেট !

বিহাৰৰ বাবে খাদ্য প্ৰযুক্তি প্ৰতিষ্ঠান। উত্তৰ-পূৰ্বাঞ্চলৰ এই প্ৰতিষ্ঠানটো প্ৰথম । এমএছএমই (ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ) ক বিকাশৰ বাবে নতুন ঋণ আঁচনি ঘোষণা। অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি উপকৃত হ’ব। ঋণ প্ৰক্ৰিয়া সহজ চৰ্তাৱলীত আৰম্ভ হ’ব। ঋণৰ পৰিমাণ পাঁচ কোটি টকাৰ পৰা ১০ কোটি টকালৈ বৃদ্ধি ।

বিত্তমন্ত্ৰীয়ে টয় হাব তৈয়াৰ কৰা কথা ঘোষণা কৰে। আই আই টিত ছাত্ৰ-ছাত্ৰীৰ আসন বৃদ্ধি। গাঁৱৰ সকলো চৰকাৰী বিদ্যালয়ত ব্ৰডবেণ্ড।

ভাৰতীয় ডাক বিভাগৰ উন্নতিৰ ওপৰত বিশেষ গুৰুত্ব। বাজেট ভাষণৰ আৰম্ভণিতে বিৰোধী সাংসদৰ এটা অংশই ৱাকআউট কৰে। পৰৱৰ্তী ছয় বছৰত দালি উৎপাদনত আত্মনিৰ্ভৰশীল হোৱাৰ ‘মিছন’ বাজেটত আছে। ষ্টাৰ্টআপৰ ক্ষেত্ৰত, ঋণৰ পৰিমাণ ২০ কোটিলৈ বৃদ্ধি হৈছে।

বজাৰৰ চাহিদা বৃদ্ধি হোৱাৰ লগে লগে বাজেটৰ ওপৰত মনোযোগ বৃদ্ধি হয়। বিহাৰৰ বাবে মাখানা বোৰ্ড। মাখনা উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হ’ব। ৰাজ্যখনৰ কৃষকসকলৰ বৃদ্ধি পাব সুবিধা। কৃষিক্ষেত্ৰত স্বাৱলম্বী ভাৰতৰ ওপৰত গুৰুত্ব দিয়া হ’ব। কিষাণ ক্ৰেডিট কাৰ্ডৰ অধীনত ঋণৰ পৰিমাণ তিনি লাখ টকাৰ পৰা পাঁচ লাখ টকালৈ বৃদ্ধি পাইছে।

আন্তঃগাঁথনি উন্নয়ন, মধ্যবিত্ত শ্ৰেণী, কৃষি, উৎপাদন উদ্যোগ, কৃষি খণ্ডৰ ওপৰত গুৰুত্ব দিয়াত অগ্ৰাধিকাৰ দিয়া হয়।

নিৰ্মলাৰ বাজেটৰ লক্ষ্য হৈছে ‘শূন্য দৰিদ্ৰতা’। মেক ইন ইণ্ডিয়াত অতিৰিক্ত গুৰুত্ব। বাজেটত সীতাৰমণে গৱেষণা আৰু উন্নয়ন, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু ভূমিহীন কৃষকসকলৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ধনধান্য কৃষি যোজনাৰ ফলত ১.৭০ কোটি কৃষক উপকৃত হ’ব। যুৱ আৰু মহিলাৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়া হ’ব। ৭০ শতাংশত ।

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত অষ্টমবাৰৰ বাবে ২০২০-২০ চনৰ কেন্দ্ৰীয় বাজেট উপস্থাপন কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী য়ে কেন্দ্ৰীয় বাজেটৰ পূৰ্বে সংসদত উপস্থিত হৈছে।

# ১.৭ কোটি কৃষকৰ বাবে ধনধান্য কৃষি যোজনা ঘোষণা নির্মলাৰ

বাজেটত কৃষি, মহিলা আৰু যুৱক-যুৱতীক অধিক গুৰুত্ব দিয়া হ’ব। ভাষণৰ আৰম্ভণিতে কয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। কৃষিৰ স’তে বাজেট ভাষণো আৰম্ভ কৰে।

স্বাভাৱিকতে, প্ৰত্যাশা বৃদ্ধি পাইছে । হয়তো কৃষি খণ্ডত এটা ডাঙৰ ঘোষণা হ’ব। বিত্ত মন্ত্ৰীয়ে এটা ডাঙৰ ঘোষণা কৰিছে, কিন্তু ই সাধাৰণ কৃষকসকলৰ মুখত কিমান হাঁহি আনিব সেয়া সন্দেহজনক।

প্ৰধানমন্ত্ৰী ধনধান্য কৃষি যোজনা নিৰ্মলা সীতাৰমণৰ বাজেটত কৃষকসকলৰ বাবে আটাইতকৈ ডাঙৰ ঘোষণা। বিত্ত মন্ত্ৰীয়ে জনাই যে ১০০ খন জিলাৰ ১.৭ কোটি কৃষক এই আঁচনিৰ দ্বাৰা লাভান্বিত হ’ব।

কেন্দ্ৰই এই ১০০ খন জিলাত কৃষিৰ বিকাশৰ বাবে ৰাজ্য চৰকাৰৰ স’তে কাম কৰিব। সীতাৰমণে বৰ্ণনা কৰে যে এনে ধৰণৰ মুঠ ১০০ খন জিলা চিনাক্ত কৰা হ’ব য’ত উৎপাদনৰ হাৰ কম।

এই জিলাবোৰৰ পাৰিপাৰ্শ্বিক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি, বিভিন্ন শস্য চিনাক্ত কৰা হ’ব। কৃষকসকলক প্ৰশিক্ষণ দিয়া হ’ব। শস্য বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হ’ব। এই জিলাসমূহতো প্ৰক্ৰিয়াকৰণ কৰা হ’ব।

বিত্ত মন্ত্ৰীয়ে দাবী কৰে যে আঁচনিখনে ১.৭ কোটি কৃষকৰ জীৱন সলনি কৰিব।

ইয়াৰ উপৰিও, কৃষি খণ্ডৰ অন্যান্য ঘোষণাত, কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে সৰ্বাধিক ঋণৰ সীমা তিনি লাখ টকাৰ পৰা পাঁচ লাখ টকালৈ বৃদ্ধি কৰা হৈছে।

দুগ্ধজাত আৰু মীন পালন উদ্যোগসমূহৰ বাবে পাঁচ লাখ টকালৈকে ঋণ দিয়া হ’ব। বিত্ত মন্ত্ৰীয়ে কপাহ খেতিয়কসকলৰ বাবে এটা পৃথক কপাহ উৎপাদন অভিযান আৰু মাছমৰীয়াসকলৰ বাবে এক বিশেষ অৰ্থনৈতিক ক্ষেত্ৰৰ কথাও ঘোষণা কৰে।

প্ৰত্যাশিতভাৱে, নিৰ্মলাই নিৰ্বাচনমুখী বিহাৰৰ প্ৰতি অতিৰিক্ত মনোযোগ দিছে। বিহাৰৰ বাবে এখন পৃথক মাখনা বোৰ্ড ঘোষণা কৰা হৈছে। দীৰ্ঘদিন ধৰি কিষাণ সন্মান নিধি বৃদ্ধি কৰাৰ দাবী চলি আহিছে। কিন্তু বাজেটত তেনে কোনো ঘোষণা নাই। কৃষিক্ষেত্ৰত নিম্নতম সমৰ্থন মূল্য বা এমএছপিৰ আইনী গেৰাণ্টি দাবী কৰি দীৰ্ঘদিনধৰি আন্দোলন চলি আহিছে।

সাৰ আৰু কীটনাশকৰ ওপৰত ৰাজসাহায্য বৃদ্ধি কৰাৰ বাবে দীৰ্ঘদিনধৰি দাবী কৰি আহিছে। কিন্তু নিৰ্মলাৰ বাজেটত তেনে কোনো ঘোষণা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Budget Session 2025Union Budget 2025Union FInance Minister Nirmala Sitharaman
publisher

publisher

Related Posts

Union Budget 2025 Updates: দেশত ১২০ নতুন বিমানবন্দৰ স্থাপনৰ প্ৰস্তাৱ
Union Budget 2025

Union Budget 2025 Updates: দেশত ১২০ নতুন বিমানবন্দৰ স্থাপনৰ প্ৰস্তাৱ

February 1, 2025
Union Budget 2025:চৰকাৰী বিদ্যালয়ত ইন্টাৰনেট!
Union Budget 2025

Union Budget 2025 Updates: এঘণ্টা ১৬ মিনিটত ভাষণ শেষ, কি কি ঘোষণা নির্মলাৰ ?

February 1, 2025
Union Budget 2025:চৰকাৰী বিদ্যালয়ত ইন্টাৰনেট!
Union Budget 2025

Union Budget 2025:চৰকাৰী বিদ্যালয়ত ইন্টাৰনেট!

February 1, 2025
Union Budget 2025: ১.৭ কোটি কৃষকৰ বাবে ধনধান্য কৃষি যোজনা ঘোষণা

Union Budget 2025 Updates:দাম কমিব
Union Budget 2025

Union Budget 2025 Updates:দাম কমিব

February 1, 2025
Union Budget 2025:চৰকাৰী বিদ্যালয়ত ইন্টাৰনেট!
Union Budget 2025

Union Budget 2025 Updates:অষ্টমবাৰ বাজেট উপস্থাপন কৰে নির্মলা সীতাৰমণে

February 1, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d