Rabiram Narzary:
২০২৪ লোকসভা নিৰ্বাচনত বিপিএফ দলৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীয়ে পৰাজয় বৰন কৰাৰ পিছত আজি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে ।
ADVERTISEMENT
বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে কয় যে লোক সভা নিৰ্বাচনত ৰাইজে নৰেন্দ্ৰ মোদীক ভোট দিছে কিন্তু ২০২৫ ৰ বিটিচি পৰিষদীয় নিৰ্বাচনত আৰু ২০২৬ বিধান সভা নিৰ্বাচনত বিপিএফ দলকে ভোট প্ৰদান কৰিব । বিধায়কজনে আৰু কয় যে ৩০ নং চিদলী সমষ্টিৰ উপ -নিৰ্বাচনতো বিপিএফ দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰি নিৰ্বাচনত অৱতীৰ্ন হব আৰু জয় লাভ কৰিব ।