Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

    ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

    কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

    কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

    G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

    G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

    কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা

    Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

    Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

    India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

    India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Two vice-chancellors of Guwahati University are in controversy:গুৱাহাটী বিশ্ববিদ্যালয়ত দুই উপাচাৰ্য বিৰ্তক !

বৰ্তমানৰ উপাচাৰ্য ড:সন্দিকৈৰ কাৰ্যকাল ২৫ দিন থকা অৱস্থাতে ড:মহন্তক দায়িত্ব, যিকোনো বেমেজালিৰ বাবে জবাবদিহি কোন হ'ব ?, প্রক্রিয়াআৰম্ভ হোৱাৰ পূৰ্বেই নতুন উপাচাৰ্যৰ নাম প্রকাশ কেনেকৈ ?, নিযুক্তিৰ পূৰ্বে প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত নকৰাক লৈও প্রশ্ন উত্থাপন

publisher by publisher
August 2, 2024
in Uncategorized
Reading Time: 3 mins read
0
Two vice-chancellors of Guwahati University are in controversy:গুৱাহাটী বিশ্ববিদ্যালয়ত দুই উপাচাৰ্য বিৰ্তক !
7
SHARES
66
VIEWS
ShareShareShareShare

Two vice-chancellors of Guwahati University are in controversy:

উত্তৰ-পূবৰ প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচার্য নিযুক্তি প্রক্রিয়াটোক লৈ সৃষ্ট প্রতিক্রিয়াই সম্প্রতি নতুন ৰূপ লৈছে। ৰাজ্য চৰকাৰৰ প্ৰাক্তন শিক্ষা উপদেষ্টা অধ্যাপক ড: ননীগোপাল মহন্তক বিশ্ববিদ্যালয়খনৰ উপাচার্য নিযুক্তি দিয়াক লৈ ইতিমধ্যে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

ADVERTISEMENT

সম্প্রতি এনে প্রতিক্রিয়াক আন এক গতি দি বিশ্ববিদ্যালয়খনৰ উপাচার্য ড: প্রতাপজ্যোতি সন্দিকৈয়ে ফেচবুকত এটা খেদ সম্বলিতপ’ষ্ট কৰে। ড: সন্দিকৈয়ে ফে’চবুকৰ প’ষ্টটোত প্ৰকাশ কৰিছে যে তেওঁৰ কাৰ্যকাল শেষ হ’বলৈ ২৫ দিন বাকী থকাৰ পূৰ্বেই ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্যই নতুন উপাচার্য নিযুক্তি দিলে।

RelatedPosts

Asim Sahitya Sabha:অসম সাহিত্য সভাক ব্যক্তিগত স্বাৰ্থত কুক্ষিগত কৰাৰ যুঁজ-বাগৰ

AWJF WORKSHOP:অসম মহিলা সাংবাদিক মঞ্চৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ-ছাত্ৰীক প্রশিক্ষণ

Guwahati University:সাত মাহে ফলাফল নাই গুৱাহাটী বিশ্ববিঃৰ স্নাতক ষান্মাসিকৰ পৰীক্ষাৰ

গতিকে ড° মহন্তৰ উপাচার্য নিযুক্তিকেন্দ্রিক প্রতিক্রিয়াই নতুন ৰূপ লৈছে। তদুপৰি বিশ্ববিদ্যালয়খনৰ শেহতীয়া উপাচার্য নিযুক্তি প্রক্রিয়াটোকে লৈও বিভিন্ন প্রশ্নৰ উদ্রেক হৈছে। ইয়াৰ দুটাদিশ আছে। তাৰে এটা হ’ল ড: মহন্তক উপাচার্য নিযুক্তি দিয়াটো আৰু আনটো হ’ল নিযুক্তি প্রদান ব্যৱস্থাটো।

গুৱাহাটী বিশ্ববিদ্যালয় আইন, ১৯৪৭ অনুসৰি ড:মহন্তক নিযুক্তি দিয়া বুলি কোৱা হ’লেও ইয়াক লৈ বিতৰ্কৰ সূত্রপাত হৈছে। উপাচার্য ড:সন্দিকৈৰ কার্যকাল শেষ হ’বলৈ ২৫ দিন থকা অৱস্থাত ৰাজভৱনত এনে কি এৰাব নোৱাৰা কাৰণত ড° মহন্তৰ শপতগ্রহণ কার্যসূচী অনুষ্ঠিত কৰা হ’ল তাকে লৈ বিশ্ববিদ্যালয় পৰিয়ালতো প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।

gu000ইয়াৰ মাজতে ড: সন্দিকৈয়ে ফে’চবুকত উক্ত প’ষ্ট দিয়ে। এজন উপাচার্যই সামাজিক মাধ্যমত প্রকাশ কৰা মন্তব্যই স্বাভাৱিকতে লাভ কৰে ব্যাপক চর্চা। বহু দিশলৈ ইংগিতেৰে আঙুলিয়াই ড: সন্দিকৈয়ে প’ষ্টটোত লিখে এইদৰে, ‘২০১৯ৰ ২১ আগষ্টত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব লৈছিলো। মোৰ জীৱনৰ সমগ্র সাধনাৰ প্ৰাপ্তি আছিল এই দায়িত্ব। মোৰ কাৰ্যকাল শেষ হ’বলৈ ২৫ দিন বাকী থাকোতেই ৰাজ্যপালে নতুন উপাচার্য নিযুক্তি দি নিজেও নতুন চাকৰিত যোগদান কৰিলেগৈ। মই আঁতৰি যাবলৈ সাজু হৈছো। জীৱনে মোক নির্মোহ হ’বলৈ শিকাইছে। মনৰ মাজত নিসংগ অহং। গুৱাহাটী বিশ্ববিদ্যালয় উজলি থাকক সর্বকাল।’

উল্লেখ্য যে ড° মহন্ত বিশ্ববিদ্যালয়খনৰ নতুন উপাচার্য হ’ব বুলি আগৰ পৰা চৰ্চা চলি আছিল। অথচ উপাচার্য কোন হ’ব এই বিষয়টো প্রকাশ্য নহয়। নিয়ম অনুসৰি চৰকাৰী বিশ্ববিদ্যালয়ৰ উপাচার্য বাছনিৰ বাবে এখন তিনিজনীয়া সমিতি থাকে। বিশিষ্ট শিক্ষাবিদেৰে গঠিত সমিতিখনত এজন সদস্য হ’ল আচার্য তথা ৰাজ্যপালৰ প্রতিনিধি,এজন ৰাজ্য চৰকাৰৰ প্ৰতিনিধি আৰু তৃতীয়জন হ’ল বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ প্ৰতিনিধি। তেওঁলোকে নিজা –নিজাকৈ বিভিন্ন পক্ষৰ লগত আলোচনা মর্মে সম্ভাব্য উপাচাৰ্যৰ তিনিজনীয়া এক পেনেল প্রস্তুত কবে।

সেই পেনেল বিশ্ববিদ্যালয়ৰ আচাৰ্যলৈ প্ৰেৰণ কৰা হয়। আচাৰ্যই তাৰে যিকোনো এজনক উপাচার্য হিচাপে বাছনি কৰিব পাৰে। অভিযোগ অনুসৰি এনে তিনিজনীয়া সমিতিয়ে অজ্ঞাত কাৰণত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পেনেল প্রস্তুত নকৰিলে। ড° মহন্ত বিশ্ববিদ্যালয়খনৰ নতুন উপাচার্য হ’ব বুলি দীর্ঘদিনৰ পৰা চলি অহা চর্চা সত্যত পৰিণত হোৱাত একাংশই প্রতিক্রিয়া ব্যক্ত কৰিছে।

দ্বিতীয় প্রতিক্রিয়াটো হ’ল শপতগ্ৰহণ কৰি উপাচাৰ্য বুলি স্বাক্ষৰ কৰাৰ লগে লগে এজন ব্যক্তি উপাচাৰ্যত পৰিণত হয়। গতিকে ড° মহন্ত ইতিমধ্যে উপাচাৰ্যত পৰিণত হৈছে আৰু ড:সন্দিকৈৰো কাৰ্যকাল শেষ নোহোৱাৰ ফলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বর্তমানে উপাচার্য দুজন বুলি বিদ্বৎ মহলত ব্যাপক চর্চা হৈছে।

আনহাতে, নাম প্রকাশত অনিচ্ছুক বিশ্ববিদ্যালয়খনৰ শীর্ষ প্রশাসনিক বিষয়া এজনে জনায় যে বিশ্ববিদ্যালয়খন পৰিচালনা আইন অনুসৰি এজন উপাচার্যক কাৰ্যনিৰ্বাহ কৰি থকাজনৰ কাৰ্যকাল শেষ হ’বলৈ এমাহ থাকোতেই বাছনি কৰিব পাৰে। তাত বাধা নাই। আগৰজনৰ কার্যকাল শেষ হোৱাৰ পাছত পঞ্জীয়কে নতুন উপাচাৰ্যক আদৰি নি নির্দিষ্ট আসনত বহুৱাব লাগে।

এই প্রচলিত নিয়মৰ বিপৰীতে শেহতীয়াকৈ উপাচাৰ্য নিযুক্তিৰ ক্ষেত্ৰত শপত গ্ৰহণৰ যি নীতি লোৱা হৈছে, তাৰ ফলত জটিলতাৰ সৃষ্টি হৈছে। শপতগ্ৰহণৰ ব্যৱস্থা নাথাকিলে এনে জটিলতা সৃষ্টিৰ সম্ভাৱনা ক্ষীণ হ’লহেঁতেন বুলি বিষয়াজনে কয়। উচ্চ স্তৰীয় সূত্রই কয়, ‘দুজন উপাচার্যক লৈ আজি হয়তো দেখাত কোনো অসুবিধা নাই। আজিৰ মানুহবোৰ যেতিয়া আজিৰ দায়িত্বত নাথাকিব তেতিয়াহে কিছুমান এৰাব নোৱাৰা জটিল সমস্যাৰ সৃষ্টি হব।’ আগতীয়াকৈ অব্যাহতি ল’বলৈ বাধ্য কৰা হ’ল নেকি ড° সন্দিকৈক?

নিজে উপাচার্য হৈ থাকোতেই আন এজনক উপাচার্য নিযুক্তি দিয়াক লৈ যথেষ্ট অস্বস্তিত ভুগিছে ড° সন্দিকৈ। তাৰেই প্রতিফলন ঘটিছে সামাজিক মাধ্যমত কৰা প’ষ্টত। অৱশ্যে ‘দৈনিক অগ্রদূত’ৰ আগত তেওঁ দাবী কৰে যে পদ এৰিবলৈ তেওঁক কোনেও বাধ্য কৰা নাই। নিজেহে তেওঁ অব্যাহতি ল’বলৈ সিদ্ধান্ত গ্রহণ কৰিছে। লগতে তেওঁ কয়, ‘যিহেতু মোৰ কার্যকাল বাকী থকা অৱস্থাত শপতগ্ৰহণৰ জৰিয়তে নতুন উপাচার্য নিযুক্তি দিয়া হ’ল, গতিকে ভাবিছো, মই নিজে অব্যাহতি লোৱাটোৱে সঠিক হ’ব।

শপতগ্রহণেৰে উপাচার্য পদত নিযুক্তি দিয়া ব্যৱস্থাটো আগতে নাছিল। এতিয়া হৈছে। গতিকে মই পদটো এৰি দিয়াই ভাল হ’ব। সেয়েহে ময়েই তেওঁক মাতি আনি কথা-বতৰা পাতিছো। আমাৰ মাজত আলোচনা কৰিছো। আলোচনাৰ জৰিয়তে তেওঁক কৈছো যে মই ১৩ আগষ্টলৈ দায়িত্বত থাকিম আৰু ১৪ আগষ্টত তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰিব।। নতুন উপাচাৰ্যজনৰ নিযুক্তি পত্ৰত লিখা আছে যে ‘তেওঁ যিদিনা কাৰ্যভাৰ গ্ৰহণ কৰিব, সেইদিনাৰ পৰা পাঁচ বছৰলৈ তেঁও পদটোত থাকিব ৷

#নতুন নিযুক্তিক লৈ আৰু কি চর্চা?

ড° মহন্তৰ উপাচার্য নিযুক্তিক লৈ বিশ্ববিদ্যালয় চৌহদত চৰ্চাৰ অন্ত নাই। ড° মহন্তৰ বাছনি তথা শপতগ্রহণ এনে সময়ত কৰা হ’ল যে তদানীন্তন আচার্য তথা ৰাজ্যপাল গুলাৱ চান্দ কাটাৰিয়াক পঞ্জাবলৈ বদলিৰ নিৰ্দেশ জাৰি কৰা হয়। এনে এক পৰিবেশৰ মাজতে ড° মহন্তক উপাচার্য পদত নিযুক্তি দিয়া সমগ্র প্রক্রিয়াটো সম্পন্ন কৰা হয়।

এনেদৰে কিয় কৰা হ’ল বুলি বিশ্ববিদ্যালয়ত চর্চা অব্যাহত আছে। এই চৰ্চাৰ মূলতে হ’ল তেওঁ উপাচার্য হ’ব বুলি দীর্ঘদিনৰ পৰা নাম উচ্চাৰিত হৈ থকা বিষয়টো। চর্চা হৈ আছে যে উপাচার্য হ’বলৈকে ড° মহন্তই অসম চৰকাৰৰ শিক্ষা উপদেষ্টাৰ কেবিনেট মৰ্যাদাৰ পদ ত্যাগ কৰি পুনৰ বিশ্ববিদ্যালয়ৰ শিক্ষাদান ব্যৱস্থালৈ উভতি গৈছিল। গতিকে সকলো প্রক্রিয়া অতি পৰিকল্পিতভাবে আগবঢ়াই নিয়া হৈছিল বুলি আজিও বিশ্ববিদ্যালয়খনৰ চৌহদত সৰৱভাবে আলোচিত হৈ আছে।

আকৌ আন এক চর্চা অনুসৰি এই সময়ছোৱাত বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ ক্ষেত্ৰত নানান বেমেজালিৰ সৃষ্টিৰ আশংকা বাঢ়িছে। । এই বেমেজালি হয়তো অদূৰ ভৱিষ্যতত স্পষ্ট হ’ব। নতুন উপাচাৰ্যৰ শপতগ্ৰহণ এক ভবিষ্যতে দায়বদ্ধ হ’বলগীয়া কোনো বিষয়ত কোনজন উপাচার্যক আচাৰ্যই জবাবদিহি কৰিব, তাক লৈ প্ৰশ্নৰ অৱতাৰণা আনুষ্ঠানিক প্রক্রিয়া।

একেদৰে বৰ্তমানৰ দোদুল্যমান মুহূৰ্তত কোনজন উপাচার্যক বিশ্ববিদ্যালয় নিকায়সমূহে মানি চলা উচিত হ’ব তাক লৈও আন এক প্ৰশ্নৰ উদয় হৈছে। কাৰণ ড:সন্দিকৈ আৰু ড: মহন্ত- এই দুয়োজনেই এই সময়ত আচাৰ্যৰ দ্বাৰা গুৱাহাটী বিশ্ববিদ্যালয় আইন অনুসৰি নিয়োজিত উপাচার্য। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এনে অভূতপূর্ব ঘটনাই উত্তৰ-পূবৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠানখনত অধিক জটিলতাৰ সৃষ্টি কৰিব বুলিও বিভিন্ন মহলে আশংকা প্রকাশ কৰিছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CONTROVERSYDr. Pratap Jyoti HandiqueDr.Nanigopal MahantaGuwahati UniversityTwo vice-chancellors
publisher

publisher

Related Posts

নিশাৰ আক্ৰমণৰ পাছত আজি পুৱা জয়ছালমেৰ গাঁৱত উদ্ধাৰ ‘বোমা সদৃশ বস্তু’ ,সতৰ্কবাণী জাৰি 
Uncategorized

নিশাৰ আক্ৰমণৰ পাছত আজি পুৱা জয়ছালমেৰ গাঁৱত উদ্ধাৰ ‘বোমা সদৃশ বস্তু’ ,সতৰ্কবাণী জাৰি 

May 9, 2025
Operations Sindoor: ‘অপাৰেছন সিন্দূৰ’ নামকৰণ কিয় কৰিলে প্রধানমন্ত্রীয়ে?
Uncategorized

Operations Sindoor: ‘অপাৰেছন সিন্দূৰ’ নামকৰণ কিয় কৰিলে প্রধানমন্ত্রীয়ে?

May 8, 2025
Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !
Uncategorized

Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !

May 8, 2025
images 16 2
Uncategorized

April 24, 2025
দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
Uncategorized

দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

April 19, 2025
মাজ আকাশতে দুৰ্যোগ!
Uncategorized

মাজ আকাশতে দুৰ্যোগ!

April 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d