Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Bangladesh Set To Get Interim Government Led By Nobel Winner Muhammad Yunus:আজি ন’বেল জয়ী মহম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশত গঠন হ’ব অন্তৱৰ্তী চৰকাৰ

নিশা আঠ বজাত ল'ব শপত,অৰাজক বাংলাদেশত অব্যাহত আছে হত্যা- হিংসা, নিহত সংখ্যা বৃদ্ধি চাৰি শতাধিকলৈ, চৌদিশে মুকলিকৈ কৰিছে চুৰি- লুটপাত

publisher by publisher
August 8, 2024
in Uncategorized
Reading Time: 4 mins read
0
Bangladesh Set To Get Interim Government Led By Nobel Winner Muhammad Yunus:আজি ন’বেল জয়ী মহম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশত গঠন হ’ব অন্তৱৰ্তী চৰকাৰ
2
SHARES
17
VIEWS
ShareShareShareShare

Bangladesh Set To Get Interim Government Led By Nobel Winner Muhammad Yunus:

ব্যাপক ৰক্তপাত-অৰাজকতাৰ মাজতে শান্তি ঘূৰাই অনাৰ আশ্বাসেৰে বৃহস্পতিবাৰে বাংলাদেশত শান্তিৰ ন’বেল জয়ী মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তী চৰকাৰে শপত গ্রহণ কৰিব।

ADVERTISEMENT

একালত প্রতিষ্ঠাপক ৰাষ্ট্ৰপতি শ্বেইখ মুজিবুৰ ৰহমানকে প্রাণদণ্ড বিহি সেনা বাহিনীয়ে অন্ধকাৰৰাজৰ সূচনা কৰা দেশখনত শেহতীয়া হিংসাত্মক প্রতিবাদে সৃষ্টি কৰা অৰাজকতা তথা হিংসাৰ জুই জ্বলি আছে। এই জুই নুমুৱাই ইউনুছে শান্তি ঘূৰাই আনিবলৈ সক্ষম হ’ব নে নহয়, তাক লৈ বহুজন সন্দিহান হৈ আছে। এনে অৱস্থাতে বুধবাৰে সেনা প্রধান জেনেৰেল ৱাকাৰ-উজ-জামানে ঘোষণা কৰে যে বৃহস্পতিবাৰে অন্তৱতী চৰকাৰে শপত গ্রহণ কৰিব।

RelatedPosts

Nepal:নেপালৰ অন্তৱৰ্তী চৰকাৰৰ সম্ভাব্য মুৰব্বী হ’ব পাৰে প্রাক্তন মুখ্য ন্যায়াধীশ

Nalbari Protest:বাংলেদশত সংখ্যালঘূ হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ

Bangladesh Home Advicer:বাংলাদেশত অবৈধ মাৰণাস্ত্ৰৰ সন্ত্রাস !

yunuj 2লক্ষ্যণীয় যে অন্তৱর্তী চৰকাৰক নেতৃত্ব দিবলৈ উন্মুখ হোৱা ইউনুছেও অৰাজকতাৰ অৱসান ঘটি শান্তি ঘূৰি আহিব বুলি আশা প্রকাশ কৰিছে। আনহাতে, সাংবাদিকৰ আগত সেনা প্রধানে কয় যে বৃহস্পতিবাৰে নিশা আঠ বজাত শান্তিৰ ন’বেল- প্ৰাপক ইউনুছৰ নেতৃত্বত অন্তৱর্তী চৰকাৰে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। এই অন্তৱর্তী চৰকাৰক পৰামৰ্শ প্ৰদানৰ বাবে গঠিত হ’বলগীয়া উপদেষ্টা পৰিষদত ১৫জন সদস্য থকাৰ সম্ভাৱনা ব্যক্ত কৰে সেনা প্ৰধান জামানে। উপদেষ্টা পৰিষদক নেতৃত্ব দিব মহম্মদ ইউনুছে। ইয়াৰ পূৰ্বে কালি ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে ৮৪ বছৰীয়া ইউনুছক অন্তৱৰ্তী চৰকাৰৰ মুৰব্বীৰূপে নিযুক্তি দিয়ে।

সোমবাৰে চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীসকলে নৰসংহাৰ তথা ধ্বংসলীলা চলোৱাৰ মাজতে প্রধানমন্ত্রী শ্বেইখ হাছিনাই পদত্যাগ আৰু দেশ ত্যাগ কৰাৰ পাছৰ পৰা দেশখন চৰকাৰবিহীন হৈ আছে। আজি এই চৰকাৰবিহীন অৱস্থাৰ অৱসান ঘটাৰ সম্ভাৱনা আছে। আনহাতে, আজি দেশবাসীক উদ্দেশি সেনা মুৰব্বী জেনেৰেল জামানে টেলিভিছন যোগে দিয়া ভাষণত কয়, ‘তেওঁ’ (ইউনুছ) এই দায়িত্ব পালন কৰিবলৈ ব্যগ্ৰ হৈ আছে। মই নিশ্চিত যে তেওঁ আমাক এক সুন্দৰ গণতান্ত্রিক প্রক্রিয়াৰ মাজেৰে নিবলৈ সক্ষম হ’ব আৰু তাৰ জৰিয়তে আমি লাভৱান্বিত হ’ম।’ হাছিনাৰ পলায়নৰ পাছৰে পৰা বাংলাদেশব ক্ষমতা সেনাই নিজৰ হাতত ৰাখিছে।

foto 1আনহাতে, পেৰিছৰ পৰা ইউনুছ গৃহাভিমুখে ৰাওনা হৈছে। পেৰিছৰ ছাল্ল্ফ ডি গাউল বিমানকোঠত ডুবাইমুখী বিমানত উঠাৰ সময়ত বুধবাৰে তেওঁ সাংবাদিকৰ আগত কয়, ‘মই ঘৰলৈ ঘূৰি যাবলৈ গভীৰ প্রত্যাশাত আছো। দেশত কি ঘটিছে মই চাবলৈ বিচাৰো। কেনেদৰে অশান্তিৰ পৰা সকলোকে উদ্ধাৰ কৰাৰ উদ্দেশ্যে আমি সকলো ঐক্যবদ্ধ হৈ পাৰো, তাৰ চেষ্টা কৰিম।’ তেওঁ লগতে দেশখন উত্তাল কৰি ৰখাসকলক সকীয়াই দি কয়, ‘যদি আমি হিংসাৰ পথ লওঁ, তেন্তে আমি সকলো ধ্বংস হ’ম।’ একালত দৰিদ্ৰতাত ককবকাই থকা বাংলাদেশৰ কোটি কোটি লোকক উদ্ধাৰ কৰা দেশখনৰ গ্ৰামীণ বেংকৰ জনকজনে মতপোষণ কৰে যে দেশখনক সম্প্রতি শান্তিৰ প্ৰয়োজন।

হাছিনা চৰকাৰৰ পতনৰ পাছত সৃষ্ট শূন্য স্থান পূৰণ কৰিবলৈ হাবিয়াস থকা বুলিও তেওঁ সদৰী কৰে। সকলোকে শান্তি- সম্প্রীতি বজাই ৰাখিবলৈ আহ্বান জনাই তেওঁ লগতে কয়, ‘আমাৰ কোনো ভুলৰ বাবে যাতে এই বিজয় হাছিনা চৰকাৰৰ পতন) অসার্থক নহয়, সেয়া সকলোৰে মনত ৰখা উচিত। আমি সকলোকে শান্তি-সম্প্রীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছো। সকলো ধৰণৰ হিংসা, স্থাৱৰ-অস্থাৱৰ সম্পত্তি বিনষ্ট কাৰ্যৰ পৰা সকলো বিৰত থাকক। ছাত্র-ছাত্ৰীসকলৰ লগতে দল-মত নির্বিশেষে সকলোকে আমি শান্তি ধৰি ৰাখিবলৈ আহ্বান জনাইছো। এতিয়া আমাৰ প্ৰধান উদ্দেশ্য হৈছে এই বিপুল সম্ভাৱনাপূর্ণ দেশখনৰ পৰবৰ্তী প্ৰজন্মৰ বাবে এখন প্রগতিশীল দেশ গঢ়া। এখন নতুন পৃথিৱী গঢ়িবলৈ আমাৰ যুৱক- যুৱতীসকল প্রস্তুত। অকাৰণত হিংসাৰ আশ্রয় নল’ব। সহিংসা আমাৰ সকলোৰে শত্রু। অনুগ্রহ কৰি শত্রু সৃষ্টি নকৰিব। সকলোৱে শান্তিৰে থাকক আৰু দেশ পুনৰ গঠনত চামিল হওক।’

foto2লক্ষ্যণীয় যে ইউনুছক দেশখনৰ অন্তৰ্বর্তী চৰকাৰৰ নেতাৰূপে বাছনিত সন্মতি প্রদান কৰে স্থলসেনা, নৌসেনা, বায়ুসেনাৰ লগতে প্ৰতিবাদকাৰী ছাত্র সংগঠনসমূহৰ নেতাসকলেও। ৰাষ্ট্ৰপতি চাহাবুদ্দিনৰ উপস্থিতিত অনুষ্ঠিত এখন বৈঠকত স্থলসেনা, নৌসেনা, বায়ুসেনা আৰু ছাত্র সংগঠনৰ নেতাসকলে ইউনুছক অন্তৱৰ্তী চৰকাৰৰ প্ৰধানৰূপে বাছনি কৰে। এই সম্পর্কত এজন ছাত্রনেতা নাহিদ ইছলামে কয় যে ইউনুছ অন্তর্বর্তী চৰকাৰৰ মুখ্য উপদেষ্টাৰূপে থাকিব। ইপিনে, ইউনুছ ডুবাইত উপস্থিত হোৱাৰ পাছত তাৰ পৰা আন এখন বিমানেৰে ঢাকালৈ যাত্রা কৰিব। সেনা মুৰব্বী জামানে কালি সদৰী কৰা অনুসৰি বৃহস্পতিবাৰে দিনৰ ২-১০ বজাত তেওঁ ঢাকাত উপস্থিত হ’ব। পাছত চাৰিশ ব্যক্তিৰ উপস্থিতিত আজি নিশা আঠ বজাত অন্তর্বর্তী চৰকাৰে শপত গ্ৰহণ কৰাৰ প্ৰস্তুতি চলাইছে।

.#শ্রমিক সংক্ৰান্তীয় গোচৰত ইউনুছক মুক্তি

হাছিনা চৰকাৰ উৎখাত হোৱাৰ পাছতো বাংলাদেশত হত্যা-হিংসা অব্যাহত আছে। যোৱা দেওবাৰৰ পৰা আৰম্ভ হোৱা হিংসাত্মক ঘটনাত এই পর্যন্ত চাৰি শতাধিক লোকৰ প্ৰাণহানি ঘটাৰ লগতে আন সহস্রাধিক আহত হৈছে।বুধবাৰে পেৰিছত সাংবাদিকৰ আগত ন’বেল জয়ী মহম্মদ ইউনুছে কয় যে দেশখনৰ হিংসাত্মক ঘটনাত বর্তমানলৈ কমেও ৪৫৫জন লোকে প্রাণ হেৰুৱাইছে। মৃতসকলৰ মাজত বহুসংখ্যক আৰক্ষীৰ লোকো আছে।

bang 1এনেদৰে অশান্ত হৈ থকাৰ মাজতে আজি ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তী চৰকাৰে শপতবাক্য পাঠ কৰাৰ কথা। ইপিনে, এক সূত্ৰৰ মতে, হাছিনা চৰকাৰৰ পতনৰ পাছত সমগ্র দেশজুৰি অৰাজকতা আৰম্ভ হৈছে। এনে অৱস্থাতে দেশখনৰ আৰক্ষী বাহিনীয়ে কর্মবিৰতিৰ আহ্বান জনাইছে। এই সম্পৰ্কত আজি সেনা মুৰব্বীয়ে কয়, ‘আৰক্ষী বাহিনীৰ পুনৰ গঠনৰ কাম চলিছে। আশা ৰো আৰক্ষীৰ লোকসকলৰ মনোবল ঘূৰি আহিব।

তেওঁলোকে নিজৰ দায়িত্ব পালন কৰিব। সদায় জনগণৰ কাষত সেনা বাহিনী আছে। আমি সকলো মিলি কাম কৰিম আৰু দেশক এক সুন্দৰ ভৱিষ্যৎ উপহাৰ দিম।’ আনহাতে, আৰক্ষীৰ অনুপস্থিতিত দেশখনৰ বিভিন্ন স্থানত চুৰি- ডকাইতিৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

এই সম্পর্কত সেনা মুৰব্বীয়ে অৱশ্যে দাবী কৰে যে সামগ্রিকভাবে পৰিস্থিতি শান্ত। বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰি তেওঁ লগতে কয়, ‘ঠায়ে ঠায়ে অশান্তি বর্তি থকাৰ অন্তৰালত কিছু কাৰণ আছে। পাছত পৰিস্থিতি স্বাভাৱিক হ’ব।’ ইপিনে, বাংলাদেশৰ এই ধ্বংসলীলাৰ সময়ত সদ্য ক্ষমতাচ্যুত আৱামী লীগৰ বহুসংখ্যক নেতায়ো প্রতিবাদকাৰীৰ হাতত প্ৰাণ হেৰুওৱাৰ তথ্যও পোহৰলৈ আহিছে।

bang 2শেহতীয়া তথ্য অনুসৰি, সৰ্বাত্মক প্ৰতিবাদৰ সময়ছোৱাত চৰকাৰ বিৰোধীৰ নৃশংস আক্রমণত আবামী লীগৰ প্ৰায় ৫০জন নেতায়ো প্রাণ হেৰুৱায়। এইসকলৰ ২৯জনৰ মৃতদেহ বৰ্তমানলৈ উদ্ধাৰ হৈছে। তদুপৰি চৰকাৰ বিৰোধীয়ে দলৰ একাংশ নেতাৰ বাসগৃহ ভাঙি চুৰমাৰ কৰাৰ লগতে লুটপাট চলায়।

# সেনাই স্বৰূপাৰ্থতে ক্ষমতা হস্তান্তৰ কৰিব নে?

শপত গ্ৰহণৰ পাছত অন্তৱৰ্তী চৰকাৰক সেনাই স্বৰূপাৰ্থতে ক্ষমতা হস্তান্তৰ কৰাৰ কথা আজি একপ্ৰকাৰ আওপকীয়াকৈ ঘোষণা কৰে সেনা মুৰব্বী জামানে। তেওঁ গণতান্ত্রিক প্রক্রিয়াত আস্থা ৰখাৰ কথা কৈ আৰক্ষী বাহিনীৰ পুনৰ গঠন চলি থকা বুলি মন্তব্য কৰাটোৱে তাৎপর্য বহন কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bangladesh CrisisInterim GovernmentLed By Nobel Winner Muhammad YunusSwearing In Today
publisher

publisher

Related Posts

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ
Uncategorized

March 9, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 9, 2026
India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ
Uncategorized

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

March 9, 2026
Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ
Uncategorized

Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ

March 4, 2026
Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ
Uncategorized

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

March 3, 2026
Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড
Uncategorized

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

February 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d