Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Bangladesh Crisis:বাংলাদেশৰ অগ্নিগৰ্ভা পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ

সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিলে বিদেশ মন্ত্ৰী এছ জয়শংকৰে, বৈঠকত লোৱা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত

publisher by publisher
August 6, 2024
in Uncategorized
Reading Time: 3 mins read
0
Bangladesh Crisis:বাংলাদেশৰ অগ্নিগৰ্ভা পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Rahul Gandhi Rally in bokajan:বোকাজানত ৰাহুল গান্ধীৰ বিশাল জনসভা

Rahul Gandhi:প্ৰিয়ংকা গান্ধীৰ পিছত আজি নিৰ্বাচনী ৰণডংকা বজাব ৰাহুল গান্ধী

Rahul Gandhi :বিজয়নৰ চৰকাৰ চলাইছে মোদীয়ে: কেৰলমত বাম মৰ্চাৰ চৰকাৰক কটাক্ষ ৰাহুলৰ

Bangladesh Crisis:

বাংলাদেশৰ সংৰক্ষণ বিৰোধী আন্দোলনৰ মাজতে সামৰিক অভ্যুত্থান ঘটে৷ যাৰ পৰিপ্ৰেক্ষিতত সেনাৰ মুৰব্বীৰ নিৰ্দেশমৰ্মে সোমবাৰে শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰি সেনাৰ হেলিকপ্টাৰেৰে ভগ্নীৰ স’তে ভাৰতলৈ পলায়ন কৰি প্ৰথমে আগৰতলা ৷ তাৰ পিছত বিশেষ বিমানেৰে বাংলাদেশৰ বায়ুসেনাৰ বিমানযোগে আহি দিল্লীৰ সমীপৰ গাজিয়াবাদৰ ভাৰতীয় বায়ুসেনা ৷ বাহিনীৰ এটা ঘাটিত অৱতৰণ কৰে ৷ তাতে অৱস্থান কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰে দেশৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ৷

ADVERTISEMENT

উল্লেখ্য যে ভাৰতত অস্থায়ীভাৱে বাহৰ পাতি থকা শ্বেখ হাছিনাই ইংলেণ্ডৰ ৰাজধানী লণ্ডনত ৰাজনৈতিক আশ্ৰয় বিচাৰি দেশখনৰ বিদেশ মন্ত্ৰণালয়ৰে যোগাযোগ কৰিছে যদিও সেউজ সংকেত পোৱা নাই ৷ আনহাতে বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন প্ৰকাশ কৰি মঙলবাৰে কেন্দ্ৰীয় চৰকাৰে নতুন দিল্লীত অনুষ্ঠিত কৰে সৰ্বদলীয় বৈঠক।

বৈঠকত অংশগ্ৰহণ কৰা দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে বাংলাদেশত শ্বেখ হাছিনাই সোমবাৰে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত পৰিস্থিতি কিছু স্বাভাৱিক হৈছে ৷ তাত থকা প্ৰায় তেৰ হেজাৰ ভাৰতীয়ক নিৰাপত্তা দিবলৈ দেশখনৰ সেনাক আহ্বান জনায় ৷

ইতিপূৰ্বে তিনিশ লোক আন্দোলনত মৃত্যু হোৱাৰ পাছত পৰিস্থিতি অতি উত্তপ্ত হৈ পৰিছিল ৷যাৰবাবে জনতাৰ প্ৰতিবাদত সেও মানি শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰাৰ পাছত শেহতীয়া পৰিস্থিতিৰ প্ৰতি ভাৰত চৰকাৰে তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰিছে বুলি মন্তব্য কৰে বিদেশ মন্ত্ৰী গৰাকীয়ে ৷

বৈঠকত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু বিৰোধী দলপতি ৰাহুল গান্ধী ধৰি এনডিএ আৰু ইণ্ডিয়া মিত্ৰজোঁটৰ বহু নেতাই অংশ লয় ৷ অৱশ্যে আপে অভিযোগ কৰে তেওঁলোকক মতা নহ’ল সৰ্বদলীয় বৈঠকলৈ ৷

বৈঠকত বিদেশ মন্ত্ৰী জয়শংকৰে কয় যে,বাংলাদেশৰ পৰিস্থিতি বেয়ালৈ ঢাল খোৱাৰ প্ৰাৰম্ভিক সময়ছোৱাতে ৮,০০০ ভাৰতীয়ই ভাৰতলৈ উভতি আহিছে । তেওঁ আৰু কয় যে,কেন্দ্ৰীয় চৰকাৰে শ্বেখ হাছিনাক সদ্যহতে আশ্ৰয় দিব যদিও পৰৱৰ্তী কাৰ্যপন্থা নিৰ্ধাৰণৰ বাবে তেওঁক কিছু সময় দিয়া হৈছে ৷

বৈঠকত বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কয় যে,চুবুৰীয়া ক্ষুদ্ৰ দেশখনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মধ্যম আৰু দীৰ্ঘম্যাদী ৰণনীতি থাকিব লাগে ৷ ইতিমধ্যে দেশখনৰ সেনাই নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে সদ্যহতে যি অন্তৰ্ৱৰ্তীকালীন চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে তাত ভাৰত চৰকাৰ তীব্ৰ নজৰ দিয়া উচিত ৷

বৈঠকৰ অংশ লৈ শিৱসেনাৰ (ইউবিটি) নেত্ৰী প্ৰিয়ংকা চতুৰ্বেদীয়ে কয়, চুবুৰীয়া দেশ খনত শেহতীয়া যি পৰিস্থিতি সৃষ্টি হৈছে । তাৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে ভাৰতত  ৷ এনেক্ষেত্ৰত তাত থকা ভাৰতীয়ক সুৰক্ষিতভাৱে ভাৰতলৈ স্থানান্তৰ কৰাৰ পদক্ষেপ লওক কেন্দ্ৰীয় চৰকাৰে ৷ একেদৰে ভাৰত- বাংলা সীমান্তত কটকটীয়া নিৰাপত্তা গঢ়ি তুলিব লাগে যাতে কোনো উপদ্ৰৱকাৰী যাতে ভাৰতলৈ গোপনে অনুপ্ৰৱেশ কৰিব নোৱাৰে ৷

বৈঠকত কেন্দ্ৰীয় বিদেশ মন্ত্ৰী গৰাকীয়ে বৈঠকত উল্লেখ কৰে যে,শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতে সেনা আৰু আন্দোলনকাৰী ছাত্ৰ সংগঠনৰ নেতৃবৰ্গই নবেল বঁটা বিজয়ী মোহম্মদ ইউনুছক অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা হ’বলৈ আহ্বান জনাইছিল ।

ইতিমধ্যে ইউনুছে মুখ্য উপদেষ্টা হ’ব বুলি সংগঠন কেইটাক জনাইছে ৷ আনহাতে শেহতীয়াভাৱে বাংলাদেশৰ কিছু কিছু সংখ্যালঘু অধ্যুষিত অঞ্চলত উপদ্ৰৱকাৰীয়ে হিংসাত্মক কাৰ্যকলাপ চলাইছে ৷ এনে প্ৰেক্ষাপটত নতুন অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ স’তে ভাৰত চৰকাৰে আলোচনা কৰি সমস্যা সমূহ অন্ত পেলোৱাৰ বাবে সময়োচিত পদক্ষেপ ল’ব ৷ বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ,ৰক্ষামন্ত্ৰী ৰাজনাথ সিঙ,বিজেপিৰ সভাপতি জেপি নাড্ডা উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: All Party MeetingBangladesh Crisisjaishankar BriefsRahul Gandhiunion govt
publisher

publisher

Related Posts

অসম-তামিলনাডু আৰু পুডুচেৰীৰ ভিতৰত অসমতে সর্বাধিক ৯৬.৩ কোটি ব্যয়
Uncategorized

September 10, 2026
কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d