Minister of State for External Affairs Pavithra Margherita is on an eight-day visit to five countries:
বৈদেশিক ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব পোৱাৰ পিছতে পবিত্ৰ মাৰ্ঘেৰিটাই পাঁচ খন দেশ ভ্ৰমণৰ উদ্দেশ্যৰে ১৬ আগষ্টত উৰা মাৰিব ডমিনিকান ৰিপাব্লিকলৈ ৷
ADVERTISEMENT
ইয়াৰ পিছত একাদিক্ৰমে গুৱেটামালা (১৭-১৯ আগষ্ট ২০২৪), এল ছালভাদৰ (১৯ আগষ্ট ২০২৪), পানামা ( ২০-২২ আগষ্ট ২০২৪) আৰু ট্ৰিনিদাদ এণ্ড ট’বাগো (২৩-২৪ আগষ্ট ২০২৪)ত উপস্থিত হৈ সংশ্লিষ্ট দেশৰ ৰাষ্ট্ৰ প্ৰধানক সাক্ষাৎ কৰাৰ লগতে বিদেশ মন্ত্ৰীৰ স’তে মতবিনিময় কৰিব বৈদেশিক ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৷ ২৪ আগষ্টত মন্ত্ৰী গৰাকী উভতিব স্বদেশলৈ ৷