Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Kolkata Rape-Murder: What Supreme Court Said To West Bengal Govt:কলকাতাত চিকিৎসকক ধর্ষণ-হত্যাক লৈ সৰ্বোচ্চ ন্যায়ালয়ত শুনানি

চিবিআইক তদন্তৰ ক্ষতিয়ান ২২ আগষ্টৰ ভিতৰত দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ, চিকিৎসকৰ মৃতদেহ গতাই দিয়াৰ তিনিঘণ্টা পিছত এফ আই আৰ দাখিলত পলম হোৱাক লৈ সন্দৰ্ভত প্ৰশ্ন ন্যায়ালয়ৰ, ভুক্তভোগীৰ পৰিচয় আৰু ফটো সংবাদ মাধ্যমক প্ৰকাশক লৈ উদ্বেগ প্ৰকাশ ন্যায়ালয়ৰ,

publisher by publisher
August 20, 2024
in Uncategorized
Reading Time: 2 mins read
0
Kolkata Rape-Murder: What Supreme Court Said To West Bengal Govt:কলকাতাত চিকিৎসকক ধর্ষণ-হত্যাক লৈ সৰ্বোচ্চ ন্যায়ালয়ত শুনানি
2
SHARES
21
VIEWS
ShareShareShareShare

Kolkata Rape-Murder: What Supreme Court Said To West Bengal Govt:

সমগ্ৰ দেশ জোকাৰি যোৱা কলকাতা আৰ জি কৰ চিকিৎসালয় আৰু হাস্পতালত সংঘটিত যুৱতী চিকিৎসকৰ ধৰ্ষণ- হত্যাকাণ্ডক লৈ ইতিমধ্যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ ৰজু কৰা গোচৰৰ শুনানি আজি আদালতত আৰম্ভ হয় ৷

ADVERTISEMENT

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বাধীন বিচাৰপীঠৰ শুনানিত আদালতে কঠোৰ মন্তব্য প্ৰকাশ কৰে উল্লিখিত ঘটনাক লৈ। উল্লেখ্য যে,এই জঘন্য ঘটনাৰ তদন্ত ইতিমধ্যে ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে চিবিআই– এ ৷ দেশৰ অনুসন্ধানকাৰী সন্থাটোৰ তদন্ত অব্যাহত থকাৰ মাজতে আজিৰ শুনানিত ন্যায়ালয়ে কয়,কলকাতাৰ সংশ্লিষ্ট চিকিৎসালয়ত সংঘটিত ঘটনা অতি ঘৃণনীয় আৰু চুড়ান্ত অপৰাধমূলক কাৰ্য ৷ ২২ আগষ্টৰ ভিতৰত তদন্তৰ প্ৰাৰম্ভিক প্ৰতিবেদন আদালতত দাখিল কৰিবলৈ চিবিআইক নিৰ্দেশ দিয়ে ন্যায়ালয়ে।

RelatedPosts

Affidavit of Central Government:অপৰাধত দোষী সাব্যস্ত ৰাজনীতিকৰ বাবে ছবছৰীয়া নিষেধাজ্ঞা যথেষ্ট

Kolkata High Court Judgement:কলকাতা উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

ইমান স্পৰ্শকাতৰ ঘটনা এটাৰ এফ আই আৰ দাখিলত কিয় পলম কৰা হ’ল বুলি পশ্চিমবংগ চৰকাৰক ভৎসনা কৰে ৷ এই ঘটনাটোৰ ফলত কৰ্মৰত চিকিৎসকৰ নিৰাপত্তা দিশটো পুনৰ পৰ্যালোচনা কৰাৰ দৰকাৰ। তেওঁলোকৰ সুৰক্ষা দিবই লাগিব ৷এই বিষয়ত লৈ আদালতে গঠন কৰিব বিশে টাস্ক ফৰ্চ ৷

আনহাতে মহিলা চিকিৎসক সকল নিৰাপত্তাহীনতাত ভূগিছে। তেওঁ লোকে ৩৬ ঘন্টাই কাম কৰে ৷ এইক্ষেত্ৰত তেওঁলোকৰ নিৰাপত্তা নিশ্চিত হ’বই লাগিব। অন্যাৰ্থাই তেওঁলোকৰ অধিকাৰ খৰ্ব কৰাৰ দৰে হ’ব ৷ চিকিৎসালয় খনত সংঘটিত এই ঘটনা এতিয়া সাধাৰণ ঘটনা হৈ থকা নাই বুলি মন্তব্য কৰি তিনিজনীয়া বিচাৰপীঠতে পশ্চিমবংগ আৰক্ষীক প্ৰশ্ন কৰি কয়,মৃতদেহ মৰনোত্তৰ পৰীক্ষা কৰি পৰিয়ালৰ হাতত গতাই দিয়া তিনিঘণ্টাৰ পিছত কিয় এফ আই আৰ দাখিল কৰা হ’ল ৷

জঘন্য ঘটনাটোক লৈ কেতবোৰ উদ্থাপিত অভিযোগক লৈ ইতিমধ্যে ন্যায়ালয়ক কেন্দ্ৰীয় চৰকাৰে পশ্চিমবংগৰ ডিজিপিক সলনি কৰিবলৈ ন্যায়ালয়ক জনাইছে বুলি উল্লেখ কৰি তিনিজনীয়া বিচাৰপীঠে কয়,৯ আগষ্টত চিকিৎসক গৰাকীক ধৰ্ষণ- হত্যাৰ পাঁচদিনৰ পিছত ১৫ আগষ্টত নিশা কে’বাসহস্ৰাধিক দুৰ্বৃত্তই চিকিৎসলয় খনত কিদৰে হিংসাত্মক কাৰ্য সংঘটিত কৰিবলৈ পালে তাক লৈ প্ৰশ্ন কৰে পশ্চিমবংগ চৰকাৰক ৷ কিয় সেই হিংসা ৰোধ কৰিবলৈ সক্ষম নহ’ল বংগ আৰক্ষী ৷ শেহতীয়াকৈ এই ঘটনাক লৈ প্ৰতিবাদকাৰীৰ বিৰুদ্ধে বংগ আৰক্ষীয়ে কঠোৰ পদক্ষেপ লোৱাক লৈ আদালতে উদ্বেগ প্ৰকাশ কৰি কয়,ঘটনাৰ বিৰুদ্ধে শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ বিৰুদ্ধে বল প্ৰয়োগ কৰা অনুচিত ৷

আনহাতে,টাস্ক ফ’ৰ্চে মহিলাৰ সুৰক্ষাৰ ওপৰত প্ৰয়োজনীয় পৰামৰ্শ দিব লাগে বুলিও মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে। একেদৰে আন্দোলন কৰা চিকিৎসকক কৰ্মক্ষেত্ৰলৈ উভতি যাবলৈ আহ্বান জনায় ন্যায়ালয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Kolkata Rape-MurderSupreme Court HearingWest Bengal Govt
publisher

publisher

Related Posts

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
Uncategorized

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি
Uncategorized

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি

April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
Uncategorized

Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ

April 24, 2026
Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !
Uncategorized

Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d