Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Affidavit of Central Government:অপৰাধত দোষী সাব্যস্ত ৰাজনীতিকৰ বাবে ছবছৰীয়া নিষেধাজ্ঞা যথেষ্ট

ওৰে জীৱনৰ নিষেধাজ্ঞাক কঠোৰ আখ্যা, উচ্চতম ন্যায়ালয়ত জনালে কেন্দ্রীয় চৰকাৰে

publisher by publisher
February 27, 2025
in India, News
Reading Time: 2 mins read
0
Affidavit of Central Government:অপৰাধত দোষী সাব্যস্ত ৰাজনীতিকৰ বাবে ছবছৰীয়া নিষেধাজ্ঞা যথেষ্ট
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon Bye Election Property of the candidate:নগাঁও লোকসভাৰ উপ- নিৰ্বাচনত অৱতীৰ্ণ তিনি হাই প্ৰফাইল প্ৰাৰ্থীৰ সম্পত্তি কিমান ?

অশ্লীল বিষয়বস্তু প্ৰচাৰৰ অভিযোগত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ

Justice Soumitra Saikia Judicial Commission:আজি অন্ত পৰিল ন্যায়িক আয়োগত শপতনামা দাখিলৰ দিন

Affidavit of Central Government:

কোনো অপৰাধত দোষী সাব্যস্ত ৰাজনীতিকক জনপ্রতিনিধিৰূপে কার্যনির্বাহ কৰা অথবা নির্বাচনত অৱতীৰ্ণ হোৱাৰ পৰা ওৰে জীৱন বিৰত ৰখাৰ পক্ষপাতি নহয় কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ। এই কথা চৰকাৰে স্বয়ং উচ্চতম ন্যায়ালয়ত অৱগত কৰিছে। মোদী চৰকাৰৰ মতে, এনে ৰাজনীতিকৰ ওপৰত ওৰে জীৱনৰ নিষেধাজ্ঞা আৰোপ হ’লে সেয়া হ’ব অতি কঠোৰ
পদক্ষেপ।

ADVERTISEMENT

সম্প্রতি দেশত এনে ৰাজনীতিকক ছবছৰৰ বাবে নিষিদ্ধ কৰাৰ ব্যৱস্থা আছে। অর্থাৎ কোনো অপৰাধৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছত ছবছৰলৈ এনে এজন ৰাজনীতিকে জনপ্রতিনিধিৰূপে কার্যনির্বাহ কৰিব নোৱাৰে। একেদৰে তেওঁ দোষী সাব্যস্ত হোৱাৰ দিনটোৰ পৰা ছবছৰলৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰে। এই ব্যৱস্থা ওৰে জীৱন কৰাৰ প্রার্থনাৰে অশ্বিনী উপাধ্যায় নামৰ এজন অধিবক্তাই অলপতে উচ্চতম ন্যায়ালয়ত আবেদন জনায়। তেওঁৰ আবেদন গ্রহণ কৰি ন্যায়ালয়ে বিষয়টো সম্পৰ্কত কেন্দ্ৰৰ প্রতিক্রিয়া জানিবলৈ বিচাৰে। সেই অনুসৰি, কেন্দ্ৰই উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন শপতনামাত কয় যে অপৰাধৰ গোচৰত দোষী সাব্যস্ত হোৱা ৰাজনীতিকৰ ওপৰত জীৱনজোৰা নিষেধাজ্ঞা আৰোপৰ পোষকতা নকৰে মোদী চৰকাৰে।

তদুপৰি এনে ৰাজনীতিকৰ ওপৰত আৰোপিত নিষেধাজ্ঞাৰ সময় নির্ধাৰণ কৰাটো সংসদৰ ক্ষেত্ৰাধিকাৰতহে পৰে বুলিও কেন্দ্রই ন্যায়ালয়ক জনায়। অর্থাৎ এই ক্ষেত্রত ন্যায়ালয়ৰ কৰণীয় নাই বুলি শপতনামা খনত পৰোক্ষভাৱে উল্লেখ কৰা হয়। ‘অপৰাধত দোষী সাব্যস্ত এজন ৰাজনীতিকৰ ওপৰত জীৱনজোৰা নিষেধাজ্ঞা আৰোপ কৰাটো উপযুক্ত হয় নে নহয়, সেই সিদ্ধান্ত লোৱাটো কেৱল সংসদৰ ক্ষেত্ৰাধিকাৰতহে পৰে।’ শপতনামাখনত এইদৰে কোৱা হৈছে। যদি ন্যায়ালয়ে এই ক্ষেত্রত হস্তক্ষেপ কৰে তেন্তে আইনৰ কিতাপ নতুনকৈ লিখিবলগীয়া হ’ব বুলি কেন্দ্রই ন্যায়ালয়ক জনাইছে। শপতনামা খনত লগতে উল্লেখ কৰা হয় যে কোনো অপৰাধৰ গোচৰত দোষী সাব্যস্ত এজন ৰাজনীতিকৰ ওপৰত ওৰে জীৱনৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিলে সেয়া অতি কঠোৰ ব্যৱস্থা হ’ব।

# ন্যায়িক পুনৰীক্ষণৰ আওতাত নপৰে !

কেন্দ্রই শপতনামাযোগে অধিবক্তা উপাধ্যায়ৰ আবেদনখন সম্পর্কত কয়, ‘আবেদনকাৰীয়ে যিবোৰ বিষয়ে উল্লেখ কৰিছে সেইসমূহৰ সুদূৰ প্ৰসাৰী পৰিণাম আছে আৰু এই বিষয়সমূহ স্পষ্টভাৱে সংসদৰ বিধায়িনী নীতিৰ আওতাত পৰে আৰু এই বিষয়সমূহে এনে ক্ষেত্রত ন্যায়িক সমীক্ষাৰ বাহ্যিক অবয়ৰো সলনি কৰিব।’ কেন্দ্ৰই ন্যায়ালয়ক লগতে জনায় যে ন্যায়িক সমীক্ষাৰ অধীনত উচ্চতম ন্যায়ালয়ে কেৱল অসংবিধানিক আইনসমূহহে বাতিল কৰিব পাৰে; কিন্তু এই আবেদনকাৰীজনে বিচৰা ধৰণেৰে অপৰাধৰ গোচৰত দোষী সাব্যস্ত ৰাজনীতিকৰ ওপৰত জীৱনজোৰা নিষেধাজ্ঞা আৰোপ কৰিব নোৱাৰে।

কেন্দ্ৰৰ শপতনামা খনত লগতে আত্মপক্ষৰ সমৰ্থনত কোৱা হয় যে বর্তমানে দেশত বলবৎ হৈ থকা আইনসমূহ সাংবিধানিকভাবে শক্তিশালী আৰু অতিৰিক্ত প্রতিনিধিত্বৰ অনৈতিকতাত আবিষ্ট নহয়।সংবিধানৰ ১০২ আৰু ১৯১ অনুচ্ছেদ উল্লেখ কৰি শপতনামাখনত আৰু কোৱা হয়, ‘জনপ্রতিনিধিক অযোগ্য ঘোষণাৰ বাবে অধিক তেনে ধৰণৰ আইন প্রণয়ন কৰিবলৈ দেশৰ সংবিধানে সংসদক ক্ষমতা দিছে। অযোগ্য ঘোষণা আৰু অযোগ্য হৈ থকাৰ ম্যাদ- দুয়োটা নির্ধাৰণৰ ক্ষমতা সংবিধানৰ আছে।’

উল্লেখ্য যে ২০১৩ৰ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে জাৰি কৰা এক নির্দেশত কোৱা হয় যে অপৰাধৰ গোচৰত দোষী সাব্যস্ত হ’লে এজন সাংসদ বা বিধায়কে জনপ্রতিনিধি হৈ থকাৰ অধিকাৰ তাৎক্ষণিকভাবে হেৰুৱায়। লক্ষ্যণীয়ভাৱে ন্যায়ালয়ৰ এই নির্দেশ তদানীন্তন ইউপিএ চৰকাৰে এখন অধ্যাদেশ আনি বিৰোধিতা কৰে যদিও কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ন্যায়ালয়ৰ নিৰ্দেশটোৰ পক্ষত থিয় দিয়ে। ৰাহুলে ইউপিএ চৰকাৰৰ এই কাৰ্যক সম্পূৰ্ণৰূপে অর্থহীন আখ্যা দিয়ে। মূৰকত চৰকাৰখনে অনা অধ্যাদেশখন বাতিল হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AffidavitCentral GovernmentCriminal PoliticiansSix Years BanSupreme Court Hearing
publisher

publisher

Related Posts

অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

October 1, 2026
UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক
India

UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

October 1, 2026
‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো
India

‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

October 1, 2026
মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত
Assam

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d