Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Kolkata doctor Rape – Murder case: কলকাতাৰ চিকিৎসক ধৰ্ষণ- হত্যাকাণ্ডৰ মূল অভিযুক্ত সঞ্জয় ৰয়ৰ ফাঁচীৰ দাবী মাতৃ-ভগ্নীৰ

আৰক্ষীৰ জেৰাত অপৰাধ স্বীকাৰ সঞ্জয় ৰয়ৰ

publisher by publisher
August 17, 2024
in Uncategorized
Reading Time: 2 mins read
0
Kolkata doctor Rape – Murder case: কলকাতাৰ চিকিৎসক ধৰ্ষণ- হত্যাকাণ্ডৰ মূল অভিযুক্ত সঞ্জয় ৰয়ৰ ফাঁচীৰ দাবী মাতৃ-ভগ্নীৰ
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati Mathgharia Accident Update: মঠঘৰীয়াত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাৰ ন ন তথ্য পোহৰলৈ

Supreme Court Judgement:অর্ণমাই বৰা হত্যাৰ মূল অভিযুক্তক দোষমুক্ত সৰ্বোচ্চ ন্যায়ালয়ৰ

SCERT SCAM:এছচিইআৰটিৰ ১০৫ কোটিটকীয়া কেলেংকাৰিৰ অভিযুক্ত আইএএছ বিষয়া শেৱালি দেৱী শৰ্মাৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

Kolkata doctor Rape – Murder case:

দেশ কপাই যোৱা নাৰকীয় ঘটনাৰ প্ৰতিবাদত আজিও দেশজুৰি চিকিৎসকে অব্যাহত ৰাখে প্ৰতিবাদ। অকল ভাৰততে এই প্ৰতিবাদ সীমাবদ্ধ হৈ থকা নাই ৷ নেপাল – পাকিস্তান সহ পশ্চিমীয়া কে’বা খনো ৰাষ্ট্ৰতো চিকিৎসক সকলে জঘন্য ঘটনাৰ তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ADVERTISEMENT

ইতিমধ্যে কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত চিবিআইয়ে কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ এগৰাকী মহিলা চিকিৎসকৰ সৈতে জঘন্য কাণ্ড সংঘটিত হোৱাৰ তদন্তৰ দায়িত্বভাৰ লোৱাৰ পাছতে মুল অভিযুক্ত সঞ্জয় ৰয়ক কলকাতা আৰক্ষীৰ জিন্মাৰ পৰা নিজৰ জিন্মাত লৈ আৰম্ভ কৰিছে মাৰাথন জেৰাত ৷

চিবিআইৰ জেৰাত সঞ্জয় ৰয়ে নিজৰ অপৰাধ স্বীকাৰ কৰাৰ লগতে নিজৰ কৃতকৰ্মৰ বাবে অনুতপ্ত বুলি উল্লেখ কৰিছে তদন্তকাৰী বিষয়াৰ ওচৰত ৷ আনহাতে চিবিআইয়ে অধিক তথ্যৰ বাবে সঞ্জয় ৰয়ক নিৰন্তৰ জেৰা অব্যাহত ৰাখিছে ৷ পোহৰলৈ আহিছে কেতবোৰ ন ন তথ্য  ৷

আনহাতে এনে ঘটনাক্ৰমৰ মাজতে মুখ খুলিছে মুল অভিযুক্ত সঞ্জয় ৰয়ৰ মাতৃ- ভগ্নীয়ে ৷ দুয়োৱে সঞ্জয়ৰ মৃত্যুদণ্ড দাবী কৰিছে।

উল্লেখ্য যে,সঞ্জয় ৰয়ৰ চাৰি গৰাকী পত্নী থকা বুলি যি কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই সন্দৰ্ভত মাতৃয়ে কয়,সি সুৰাৰ প্ৰতি যথেষ্ট আসক্ত আছিল৷ মই জনা মতে তাৰ এগৰাকী পত্নী আছিল৷ কিন্ত ককৰ্ট ৰোগত আক্ৰান্ত হৈ পত্নীৰ মৃত্যু হোৱাৰ পিছৰে পৰা সুৰাপান বেছিকৈ কৰিব লয়৷ এই ক্ষেত্ৰত বাধা দিলেও মনা নাছিল সি ৷

মাতৃয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে যে,সঞ্জয় আৰক্ষী বিভাগত কৰ্মৰত আছিল ৷ আৰক্ষীৰ সি নাগৰিক স্বেচ্ছাসেৱক আছিল ৷
আনহাতে ঘটনাটোৰ সন্দৰ্ভত মাতৃ গৰাকীয়ে কয়,ঘটনাটো সংঘটিতৰ দিনটোত সি ক’ত আছিল  আৰু কেনেদৰে ঘটনাটো হ’ল মই এই বিষয়ে নাজানো ৷ যদি তাৰ দ্বাৰা এই ঘটনা হৈছে ৷ তেন্তে ইয়াৰ শাস্তি হ’ব লাগে প্ৰাণদণ্ড ৷ কিয়নো ময়ো এগৰাকী মাতৃ ৷ সকলোৰে মৰ্মবেদনা মই বুজি পাও ৷

সঞ্জয়ৰ ভগ্নীয়েও প্ৰাণদণ্ড বিচাৰে ভাতৃৰ ৷ ভাতৃৰ কাণ্ডৰ বাবে তেওঁলোক অতিশয় লজ্জিত ৷ মহিলা চিকিৎসকৰ সৈতে যি ঘটনা ঘটিল ৷ সেয়া হ’ব নালাগিছিল ৷ কিন্ত সেয়া সংঘটিত হ’ব ৷নিসন্দেহে এইয়া গৰিহণাযোগ্য ৷ শাস্তিৰ যোগ্য ৷ শাস্তিৰ হ’ব লাগে ফাঁচী ৷ এনে শাস্তি আমি মানি ল’ম বুলি মন্তব্য কৰে সঞ্জয় ভগ্নীয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CBI interrogatekolkata doctor Rape-Murder CaseMain AccusedSanjay roySanjay's Mother-sister CommentsSanjays Mother-sister demanded Death Penalty
publisher

publisher

Related Posts

নেপালৰ বিপৰ্যয়ৰ মাজতে বিশ্বৰ বৃহত্তম হিমবাহে আনিছে অশনি সংকেত
Uncategorized

September 1, 2026
পাৱাৰলিফটিং ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে স্বীকৃতি লাভ নগাঁৱৰ মনোজ কলিতাৰ

নগাঁও জিলাৰ বিভিন্ন ঠাইত চাৰিশৰীয়া ঘাইপথৰ মাজত প্ৰকাণ্ড প্রকাণ্ড গাঁত

মিলি গ’ল বাইবেলৰ বৰ্ণনা, দুহেজাৰ বছৰৰ পাছত ওলাল যীশুৰ কবৰ

August 30, 2026
মহাকাশৰ পৰা খহি পৰা ধাতুৰে তৈয়াৰী অলংকাৰ পৰিধান কৰিছিল

পাঁচ মাহে থাকে পানীৰ মাজত, পাঠদান চলে মন্দিৰ-লোকৰ ঘৰত

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d