Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Most Wanted Froudstar Deepankar Barman Girlfriend Arrested In Guwahati :ডি বি ষ্টক ব্ৰ’কিঙৰ নামত কে’বাহাজাৰ কোটি লুণ্ঠন কৰা মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ প্ৰেয়সী মনালিছা দাসক গ্ৰেপ্তাৰ

পল্টন বজাৰ থানাত ৰজু হোৱা গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মনালিছাক, আন দহ অভিযুক্তৰ বিৰুদ্ধে ৰজু গোচৰ, কামৰূপ চিজিএম আদালতত হাজিৰ কৰি তদন্তৰ বাবে আৰক্ষীয়ে ল'লে জিন্মাত

publisher by publisher
August 22, 2024
in Uncategorized
Reading Time: 4 mins read
0
Most Wanted Froudstar Deepankar Barman Girlfriend Arrested In Guwahati :ডি বি ষ্টক ব্ৰ’কিঙৰ নামত কে’বাহাজাৰ কোটি লুণ্ঠন কৰা মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ প্ৰেয়সী মনালিছা দাসক গ্ৰেপ্তাৰ
4
SHARES
37
VIEWS
ShareShareShareShare

Most Wanted Froudstar Deepankar Barman Girlfriend Arrested In Guwahati :

ভাবী স্বামীৰ ক’লা অধ্যায়ৰ সহযোগী হোৱাৰ বাবেই অৱশেষত গ্ৰেপ্তাৰ হ’ল প্ৰেয়সী ৷ অধিক ধন লাভৰ প্রলোভন দেখুওৱাই মহানগৰীৰ জিএছ ৰোডত কাৰ্যালয় পাতি ডি বি ষ্টক ব্ৰ’কিঙ নামৰ চেয়াৰ ট্ৰেডিং প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনে গ্ৰাহকৰ পৰা কোটি কোটি আত্মসাৎ কৰি পলায়ন কৰাৰ পিছৰে পৰা ভুক্তভোগী গ্ৰাহকে দীপাংকৰৰ ৰেডিশ্ব’ন ব্ল’ হোটেলৰ সমীপস্থ পিতৃ গৃহত আৰু তেওঁৰ প্ৰেয়সী মনালিছা দাসৰ ঘৰত ভীৰ কৰিছে ৷ ক্ষুদ্ধ গ্ৰাহকে বিচাৰিছিল প্ৰাপ্য ধন ৷ যাৰবাবে গ্ৰাহকৰ গ্ৰাসৰ পৰা ৰক্ষা পৰিবলৈ লতাশিল থানাত বাহৰ পাতি পিচত পানবজাৰ মহিলা আৰক্ষী থানাৰ নিৰাপত্তাত আছিল  ৷

ADVERTISEMENT

উল্লেখ্য কেৱল অসমৰে নহয়, দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ নাগৰিকেও ধন বিনিয়োগ কৰা প্ৰতিষ্ঠানটোৰ গৰাকী দীপাংকৰ বৰ্মন সম্প্ৰতি আত্মগোপন কৰি থকা বুলি দাবী কৰি আহিছে গ্রাহকসকলে। অৱশ্যে এই সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে কোনো ধৰণৰ এজাহাৰ লাভ কৰা নাই বুলি আৰক্ষী আয়ুক্ত দিগন্ত বৰাই বুধবাৰে এক সংবাদমেলত সদৰি কৰাৰ পিছত বৃহস্পতিবাৰে নিতুল দাস নামৰ এজন গ্ৰাহকে দীপাংকৰ বৰ্মন, তেওঁৰ প্ৰেয়সী মনালিছা দাস আৰু বৰ্মনৰ প্ৰতিষ্ঠানত কৰ্মৰত ১০ কৰ্মচাৰীৰ বিৰুদ্ধে পল্টন বজাৰ থানাত ২৮৮/২০২৪ নম্বৰত গোচৰ ৰজু হোৱাৰ পিছতে তৎপৰ হৈ পৰে মহানগৰ আৰক্ষী ৷

RelatedPosts

Fake Doctor Arrested: পল্টন বজাৰ আৰক্ষীৰ জালত মুন্নাভাই BAMS. MD

Shyamkanu Mahanta : পোহৰলৈ আহিছে ফেষ্টিভেল মহন্তৰ আন এক বিয়াগোম বিত্তীয় কেলেংকাৰী

Guwahati JB Law College Principal suspended:গুৱাহাটী জে বি আইন মহাবিদ্যালয়ত বৃহৎ কেলেংকাৰী

আৰক্ষীৰ প্ৰাৰম্ভিক পদক্ষেপ হিচাপে মহা প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ প্ৰেয়সী তথা তেওঁৰ প্ৰতিষ্ঠানৰ পি এ মনালিছা দাসক পানবজাৰ মহিলা আৰক্ষী থানাৰ পৰা আটক কৰে ৷ ইয়াৰ পাছত মাৰাথন জেৰাৰ অন্তত দুপৰীয়া আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰে  ৷ আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত বহু ন ন তথ্য পোহৰলৈ আহে ৷ প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ প্ৰেয়সী মনালিছাৰ দাসৰ বেংক একাউণ্ট বহু লাখ টকা থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে ৷ আনহাতে বিয়লী আটকাধীন মনালিছাৰ দাসক কামৰূপ চিজিএম আদালতত হাজিৰ কৰি সাত দিনৰ জিন্মাত লয়  ৷

উল্লেখ্য যে ভুক্তভোগী গ্রাহকসকলে সদৰী কৰি অহা অনুসৰি, প্ৰতিষ্ঠানটোত কোনো কোনেও এক লাখৰ পৰা আৰম্ভ কৰি ৬০-৭০ লাখ টকা পর্যন্ত বিনিয়োগ কৰিছিল। বিনিয়োগ কৰা প্ৰতি লাখৰ বিনিময়ত তেওঁলোকে বেংক একাউণ্টৰ জৰিয়তে মাহে সাত হেজাৰকৈ লাভ কৰি আহিছিল । প্ৰথমাৱস্থাত এই ধনৰাশি তেওঁলোকে মাহে লাভ কৰি আহিছিল যদিও বিগত দুই-তিনি মাহ লাভ কৰা নাছিল। শেহতীয়াকৈ তেওঁলোকে প্ৰতিষ্ঠানৰ লগত যোগাযোগৰ চেষ্টা কৰিছিল যদিও প্রতিষ্ঠানটো বন্ধ কৰি দিয়া হৈছিল।

ইয়াৰ পাছতে ভুক্তভোগী গ্রাহকসকলে বিনিয়োগ কৰা ধন বিচাৰি জালুকবাৰী তেতেলীয়াৰ ৰেডিশ্ব’ন ব্লু’ সমীপস্থ বৰ্মনৰ ঘৰত উপস্থিত হৈছিল যদিও প্রতিষ্ঠানটোৰ স্বত্বাধিকাৰীক লগ পোৱা নাছিল। ফলত গ্রাহকসকলৰ মাজত হাহাকাৰ লাগিছিল ৷ আনহাতে, কে’বাজনো গ্রাহকে কয় যে তেওঁলোকে টকা জমা দিয়াৰ একমাত্র প্রমাণ হৈছে কেৱল গুগল পে’। বিশ্বাসত তেওঁলোকে গুগল পে’ৰ জৰিয়তে টকা আদায় দিছিল আৰু প্রতিষ্ঠানটোৱে মাহে সাত হেজাৰ টকা লাভৰ অংশ বেংক একাউণ্টৰ জৰিয়তে আদায় দিছিল।

আন এক চৰ্চিত খবৰ অনুসৰি, প্ৰতিষ্ঠানটোৰ গৰাকী বৰ্মনে এইদৰে বিভিন্নজনৰ পৰা ধন আদায় লৈ সেই টকা শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিছিল। সম্প্রতি এই ঘটনাই ৰাজ্য জুৰি চৰ্চা লাভ কৰিছে । লগতে প্রতিষ্ঠানটোৱে প্রায় ২২-২৩ হেজাৰ গ্ৰাহকৰ পৰা কে’বা হেজাৰ কোটি আত্মসাৎ কৰা বুলি ওলোৱা খবৰৰ কোনো তথ্য আৰক্ষীৰ হাতত নাই বুলি স্পষ্ট হৈছিল যদিও আজি পল্টন বজাৰ থানাত এজন বিনিয়োগ কাৰীয়ে গোচৰ ৰজু কৰাৰ পাছতে মহানগৰ আৰক্ষী তৎপৰ হৈ পৰে ।
আনহাতে মহা প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ প্ৰতিষ্ঠানৰ দহ কৰ্মচাৰীৰ বিৰুদ্ধেও পল্টন বজাৰ থানাত ৰজু হোৱা গোচৰৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ৷ কিন্ত বৰ্তমান পলাতক অৱস্থাত আছে উক্ত দহ কৰ্মচাৰী ৷

আনহাতে একাংশ বিনিয়োগকাৰীয়ে জালুকবাৰী তেতেলীয়াৰ ৰেডিশ্ব’ন ব্লু’ সমীপস্থ মহা প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ ঘৰত যোৱা নিশা উপস্থিত হৈ ঘৰৰ আচবাব লণ্ড ভণ্ড কৰি বহু মূল্যৱান সা- সামগ্ৰী ,নগদ ধন আৰু সোনৰ আ- অলংকাৰ লুট কৰি নিয়াৰ অভিযোগ কৰে পিতৃ- মাতৃয়ে ৷ উদ্থাপিত অভিযোগ অনুসৰি বহু কেইজন উদণ্ড গ্ৰাহকে তিনিদিন ধৰি তেওঁলোকক বন্ধ কোঠাত পণবন্দী কৰি ৰাখিছিল ৷ মদ,মাংস,চিগাৰেট খাই পিছত পাকঘৰত খাদ্য প্ৰস্তুত কৰি খাই বৈ ওলাই যায় উদণ্ড গ্ৰাহকৰ দলটি ৷ আনকি দুজনমানে তেওঁলোকক প্ৰাণে মৰাৰ চেষ্টা কৰিছিল ৷ যাৰ বাবে প্ৰাণৰ মমতাত খালী ভৰিৰে তিনি কিলোমিটাৰ খোজকাঢ়ি মাতৃয়ে গোশালা আৰক্ষী থানাত উপস্থিত হৈছিল ৷ ইতিমধ্যে আৰক্ষীয়ে দুৰ্ভগীয়া পিতৃ- মাতৃহালক নিৰাপত্তা দিয়াৰ আশ্বাস দিছে ৷

মনকৰিবলগীয়ে , বি ষ্টক ব্ৰ’কিঙ নামৰ চেয়াৰ ট্ৰেডিং প্ৰতিষ্ঠানটোৱে কে’বা হেজাৰ কোটি টকা লুট কৰা ঘটনাই ৰাজ্যৰ এক ভয়ংকৰ বিত্তীয় কেলেংকাৰী  হিচাপে বিবেচিত হৈছে ৷ শেহতীয়া খবৰ অনুসৰি আৰক্ষীয়ে মহাপ্ৰৱঞ্চক দীপাংকৰৰ ১২ খন বেংক একাউণ্টৰ সম্ভেদ লাভ কৰি জব্দ কৰিছে ৷আৰক্ষীয়ে উল্লিখিত একাউণ্ট কেইখনত বহু কোটি থকাৰ সন্দেহ প্ৰকাশ কৰিছিল যদিও মাত্ৰ ২০ লাখ টকা থকাহে পায় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: financial ScamGirlfriend Monalisa Das ArrestedMost Wanted Froudstar Deepankar BarmanPaltan Bazar Police
publisher

publisher

Related Posts

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ
Uncategorized

March 9, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 9, 2026
India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ
Uncategorized

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

March 9, 2026
Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ
Uncategorized

Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ

March 4, 2026
Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ
Uncategorized

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

March 3, 2026
Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড
Uncategorized

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

February 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d