Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Heroin seized in Majuli:সত্রভূমি মাজুলীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত আটক দুই দুৰ্ধৰ্ষ ড্রাগছ পেডলাৰ

    Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

    Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান

    Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক

    স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী

    অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Soybean oil seized in Tittabor:তিতাবৰত আৰক্ষীৰ বৃহৎ পৰিমাণৰ চুৰি মিঠাতেল জব্দ

নতুন গোহাঁই গাওঁৰ যদুমনি দাস নামৰ এজন যুৱকৰ গুদামৰ পৰা জব্দ মিঠাতেল সমূহ

publisher by publisher
August 22, 2024
in Uncategorized
Reading Time: 2 mins read
0
Soybean oil seized in Tittabor:তিতাবৰত আৰক্ষীৰ বৃহৎ পৰিমাণৰ চুৰি মিঠাতেল জব্দ
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

Jorhat Honey Trapping: জামিন পায়ো সাৰি নগ’ল হানী ট্রেপিং কাণ্ডৰ মূল অভিযুক্ত

Jorhat Murder Incident: অবিনাশ বৰা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ

Jorhat Police:পুনৰ আৰক্ষীৰ নাক কাটিলে কুখ্যাত অপৰাধীয়ে

Soybean oil seized in Tittaborn:

তিতাবৰত আৰক্ষীৰ বৃহৎ পৰিমাণৰ চুৰি মিঠাতেল জব্দ। নতুন গোহাঁই গাওঁৰ যদুমনি দাস নামৰ এজন যুৱকৰ গুদামৰ পৰা জব্দ কৰে মিঠাতেল সমূহ । ১৪ আগষ্টত AS -01-NC-1843 নম্বৰৰ মিঠাতেল ভৰ্তি এখন ট্ৰাকখন চালক আৰু হেণ্ডিমেনসহ নিৰুদ্দেশ হৈ আছিল।

ADVERTISEMENT

ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন জন পৰিয়ালৰ লোকে তেজপুৰলৈ যোৱা অৱস্থাত সন্ধানহীন হোৱা বুলি যোৰহাট আৰু তিতাবৰ আৰক্ষী থানাত পৃথকে পৃথকে এজাহাৰ দিছিল। ট্ৰাক খনৰ চালক হল তিতাবৰ নতুনমাটি কেছাইখাটিৰ হেমন্ত শইকীয়া(১৯) আৰু হেণ্ডিমেন ৰোহিত ঘাটোৱাৰ(১৭)।

সমগ্ৰ ঘটনাটোত ৰহস্যৰ গোন্ধ পাইছিল যোৰহাট আৰক্ষীয়ে। গোপন সূত্ৰৰ পমখেদি যোৰহাট আৰক্ষীয়ে কালি সন্ধিয়াৰ ভাগত পানীখেতি আৰক্ষীৰ সহযোগত হেণ্ডিমেন ৰোহিত ঘাটোৱাৰক তিতাবৰৰ নগাবাটৰ পানিখেতিত উদ্ধাৰ কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

ৰোহিত ঘাটোৱাৰে প্ৰথমতে আৰক্ষীক দিয়া স্বীকাৰোক্তি মতে কোনো দূৰ্বৃত্তই ৰোহিত ঘাটোৱাৰক মাৰধৰ কৰি ট্ৰাকখন চালক সহ লৈ যায় বুলি কয়। কিন্তু হেণ্ডিমেন ৰোহিত ঘাটোৱাৰৰ কথাত আৰক্ষীৰ সন্দেহ ওপজাত যোৰহাট সদৰ থানাৰ উপ আৰক্ষী পৰিদৰ্শক মানসিং টেৰাঙে এক তদন্ত চলাই নিশা কাৰ্বি আংলংৰ চিলনিজানৰ পৰা ট্ৰাকখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ট্ৰাকখন উদ্ধাৰৰ পাছতে হেণ্ডিমেন ৰোহিত ঘাটোৱাৰ স্বীকাৰোক্তীৰ ভিতিত তিতাবৰ নতুন গোহাঁই গাওঁৰ যদুমনি দাস নামৰ এজন যুৱকৰ এটা গুদামৰ পৰা মিঠাতেল সমূহো উদ্ধাৰ কৰে। ট্ৰাকখনৰ চালক হেমন্ত শইকীয়া আৰু গুদামৰ মালিক যদুমনি দাস বৰ্তমানে পলাতক।

উল্লেখ যে তিতাবৰ নতুন গোহাঁইৰ যুৱক যদুমনি দাসে দীৰ্ঘ দিনৰ পৰা তিতাবৰত বিভিন্ন অবৈধ বেহা চলাই থকাৰ অভিযোগ স্থানীয় ৰাইজ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Jorhat PoliceSoybean oil seized
publisher

publisher

Related Posts

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

September 5, 2026
দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d