Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Jorhat Municipality Board has not announced an investigation into the municipal tax embezzlement scam:যোৰহাটত ৫০ লক্ষাধিক পৌৰ কৰ আত্মসাৎ কৰা কৰ সংগ্ৰাহক মুকলি আকাশৰ তললৈ

পৌৰ কৰ আত্মসাৎ কেলেংকাৰীৰ তদন্ত ঘোষণা নকৰিলে পৌৰসভাই

publisher by publisher
July 4, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Jorhat Municipality Board has not announced an investigation into the municipal tax embezzlement scam:যোৰহাটত ৫০ লক্ষাধিক পৌৰ কৰ আত্মসাৎ কৰা কৰ সংগ্ৰাহক মুকলি আকাশৰ তললৈ
3
SHARES
31
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Jorhat Municipality Board has not announced an investigation into the municipal tax embezzlement scam:

ADVERTISEMENT

অৱশেষত জামিন লাভ কৰিলে ৫০ লক্ষাধিক টকা আত্মসাৎ কৰি আত্মগোপন কৰি থকা যোৰহাট পৌৰসভাৰ কৰ সংগ্রাহক ৰঞ্জন ৰাজখোৱাই। তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অন্তৱতীকালীন জামিন লাভ কৰে। উল্লেখ্য যে যোৰহাট পৌৰসভাৰ ১৫ নম্বৰ ৱাৰ্ডৰ কে’বাটাও বৃহৎ ব্যৱসায়কি প্ৰতিষ্ঠানৰ পৰা কৰ সংগ্ৰহ কৰি পৌৰসভাক জমা দিয়াৰ পৰিৱর্তে আত্মসাৎ কৰি

আহিছিল। প্ৰায় দুমাহৰ পূৰ্বে ৰঞ্জনৰ বিৰুদ্ধে উঠা অভিযোগৰ পাছত পৌৰসভাৰ সভানেত্রী, উপ-পৌৰপতি অৰু কার্যবাহী বিবষয়াই যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰে। তেতিয়াৰে পৰা ৰাজখোৱা পলাতক অৱস্থাত আছিল।

ইপিনে, উচ্চ ন্যায়ালয়ৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভৰ পাছতে ৰাজখোৱাই যোৰহাট সদৰ থানাত হাজিৰ হয়। তাৰ পাছতে সদৰ থানাৰ এটা আৰক্ষীৰ দলে কৰ সংগ্ৰাহকজনক যোৰহাট পৌৰসভালৈ লৈ যায় আৰু বিভিন্ন নথিপত্ৰ পৰীক্ষা কৰাৰ লগতে তেওঁৰ টেবুলত তলা বন্ধ অৱস্থাত থকা কৰ সংগ্রহৰ নথিপত্র জব্দ কৰে।

মন কৰিবলগীয়া যে বৃহৎ ব্যৱসায়িক প্রতিষ্ঠানকেইটাই ব্যৱসায়িক অনুজ্ঞাপত্র নবীকৰণ কৰিবলৈ অহাৰ ফলত পোহৰলৈ অহা এই কেলেংকাৰি ৫০ লক্ষাধিক বুলি অনুমান কৰা হৈছে যদিও এই পর্যন্ত অভিযুক্ত কৰ সংগ্ৰাহকজনে প্রকৃততে কিমান টকা আত্মসাৎ কৰিলে, এই পর্যন্ত জ্ঞাত নহয় পৌৰসভা কর্তৃপক্ষ।

পৌৰসভাৰ উপ-পৌৰপতিক এই সন্দৰ্ভত জানিব বিচৰাত তেওঁ অজ্ঞতাহে প্রকাশ কৰে আৰু সমগ্ৰ বিষয়টো কৰ সংগ্ৰহৰ দায়িত্বত থকা টেক্স দাৰোগাহে জড়িত বুলি পতিয়ন নিয়াবলৈ চেষ্ট কৰা দেখা যায়; কিন্তু এই কথা নিশ্চিত যে উপ-পৌৰপতিৰ তত্ত্বাৱধানতে কৰ সংগ্ৰহ সমস্ত দায়িত্ব থাকে বুলি বিভাগীয় সূত্রই জনাইছে।

এনে অৱস্থাত উপ-পৌৰপতিজন এই সমস্ত অনিয়ম তথা কেলেংকাৰিটোৰ পৰা দায় সাৰিব নোৱাৰে বুলি পৌৰসভাৰে একাংশ নির্বাচিত প্রতিনিধিয়ে অভিযোগ কৰিছে। ইপিনে, বৃহৎ কেলেংকাৰি পৌৰসভাখনৰ প্ৰশাসনিক দুৰ্বলতা তথা চৰম অদূৰদৰ্শিতাৰ বাবেই সংঘটিত হোৱা বুলি অভিযোগ কৰিছে কৰদাতা ৰাইজে।

কিয়নো ৰাজখোৱা নামৰ কৰ সংগ্ৰাহকজনে বিগত চাৰি বছৰ ধৰি ১৫ নম্বৰ ৱাৰ্ডৰ সংগৃহীত কৰ যোৰহাট পৌৰসভাত জমা কৰা নাছিল। গুৰুত্বপূৰ্ণ কথা এইজন কৰ সংগ্ৰাহক পৌৰসভাই ৭০খনতকৈ অধিক কৰ সংগ্ৰহৰ ৰছিদ বহীৰ অনুমোদন দিছিল। কাৰ স্বাৰ্থ পূৰণৰ উদ্দেশ্যে একে সময়তে ইমান বৃহৎসংখ্যক ৰছিদ বহী কৰ সংগ্ৰাহকজনৰ হাতত তুলি দিয়া হৈছিল এই বিষয়বোৰো তদন্তৰ আওতালৈ আনিবলৈ যোৰহাটৰ কৰদাতা ৰাইজে দাবী উত্থাপন কৰিছে।

মন কৰিবলগীয়া যে কৰ সংগ্ৰাহক এজনক একে সময়তে দুখন ৰছিদ বহী টোকাৰ স’তে হিচাপসহ পৌৰসভাত জমা দিয়াৰ পাছতহে পুনৰ ৰছিদ বহী অনুমোদন দিব পাৰে, এয়াই নিয়ম। তেনেস্থলত এজন কৰ সংগ্ৰাহকক একেলগে ইমানসংখ্যক ৰছিদ বহী কেনেকৈ দিয়া হ’ল ইয়াকে লৈ বিভিন্নজনৰ মাজৰ প্ৰশ্নৰ উত্তৰ হৈছে। এতিয়া প্রশ্ন উত্থাপন হৈছে যে পৌৰসভাৰ আনবোৰ ৱাৰ্ডতে এনেদৰে কৰ সংগ্ৰহৰ নামত কেলেংকাৰি সংঘটিত হৈছে নেকি? এই প্রশ্ন ৰাইজৰ মাজত উত্থাপিত হোৱাৰ পাছতো এই পর্যন্ত পৌৰসভাখনে আভ্যন্তৰীণ তদন্ত কৰিবলৈ সময় উলিয়াব পৰা নাই।

এটা মাত্র বার্ডত এজন কৰ সংগ্ৰাহকৰ ক্ষেত্ৰতে যদি মাত্র ছমাহত ৫০ লক্ষাধিক টকাৰ কেলেংকাৰি সংঘটিত হ’ব পাৰে, তেন্তে পৌৰসভাখনে আনবোৰ ৱাৰ্ডত তেনে দুর্নীতি সংঘটিত হোৱা নাই বুলি ভাবি লোৱাটো কি ধৰণৰ কথা বুলি প্রশ্ন উঠিছে। কৰ সংগ্ৰহৰ এই কেলেংকাৰিৰ উচ্চ পৰ্যায়ৰ অনুসন্ধান হ’লে ৰঞ্জন ৰাজখোৱাৰ দৰে পুঠি-খলিহনা কিয় বিয়াগোম ৰৌ-বৰালি পোহৰলৈ আহিব বুলি কৰদাতা ৰাইজে সন্দেহ প্রকাশ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: announced an investigationJorhat Municipality Boardmunicipal tax embezzlement scam
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d