Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

Bipasha Basu : মাতৃ হ’ল বিপাশা বসু , সন্তানক কোলাত লৈ ফটো চেয়াৰ কৰিলে কৰণ-বিপাশাই

publisher by publisher
October 23, 2022
in Entertainment, India, News
Reading Time: 1 min read
0
Bipasha Basu : মাতৃ হ’ল বিপাশা বসু , সন্তানক কোলাত লৈ ফটো চেয়াৰ কৰিলে কৰণ-বিপাশাই
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

কেমেৰাৰ সন্মুখত কিয় হাঁহি নাথাকে আৰিয়ান খানে?

উদয়পুৰত ভাৰতীয় মূলৰ মার্কিন অর্বুদপতিৰ বিবাহত জেনিফাৰৰ সংগীত পৰিৱেশন, নাচিলে বলিউড তাৰকাই

Salman Khan’s kitchen is banned from beef:জনপ্ৰিয় অভিনেতা ছলমান খানৰ পাকঘৰত নিষিদ্ধ গো-মাংস !

Bipasha Basu :

বিগত কিছু মাহ পূৰ্বে ছ’চিয়েল মিডিয়াত এটা সুখবৰ বিয়পি পৰিছিল যে অতি শীঘ্ৰেই জনপ্ৰিয় অভিনেত্ৰী বিপাশা বসু মাতৃ হ’ব । স্বামী কৰণ সিং গ্ৰোভাৰৰ লগত অন্ত:সত্বা বিপাশাই যুগ্ম ফটো চেয়াৰ কৰি অনুৰাগীসকলক এই খবৰটো দিয়াত কৃপণালি কৰা নাছিল ।

ADVERTISEMENT

দুয়োৰে সংসাৰত নতুন সদস্য অহাৰ খবৰে অভিনেত্ৰীগৰাকীৰ পৰিয়ালৰ লগতে অনুৰাগীসকলোকো আনন্দিত কৰি তুলিছিল । বিপাশাৰ মা হ’বলৈ আগবঢ়াৰ এই খবৰে ছ’চিয়েল মিডিয়াতো দুয়ো দম্পতীক শুভেচ্ছাবাণীয়ে উপচাই পেলোৱা দেখা গৈছিল ।

untitled2 1661520010

অৱশেষত কৰণ-বিপাশা কোলাত আহিল এটি সদ্যজাত দেৱশিশু । বৰ্তমান ছ’চিয়েল মিডিয়াত সন্তানসহ দুয়ো পিতৃ-মাতৃৰ ফটো বিয়পি পৰিছে । অভিনেতাদ্বয়ৰ টাইম লাইনত উপচি পৰিছে শুভেচ্ছা বাৰ্তাই । দুয়োৰে এই সুখৰ দিনত অংশীদাৰ হৈছে অনুৰাগী ।

Bipasha baby 0 63522fe4a5878

কিছু বছৰ পূৰ্বে মহা ধুমধামেৰে বাংলাৰ এই অভিনেত্ৰীক বিয়া কৰাইছিল পাঞ্জাৱৰ অভিনেতা কৰণে । অৱশ্যে কৰণৰ স’তে সম্পৰ্ক কৰাৰ পূৰ্বেও বিপাশাই বহু বলীউড অভিনেতাৰ লগত সম্পৰ্ক গঢ়ি তুলিছিল । বিশেষকৈ জনপ্ৰিয় অভিনেতা তথা মডেল জন আব্ৰাহামৰ লগত বিপাশাৰ সম্পৰ্ক আছিল স্বামী-স্ত্ৰীৰ দৰে ।

বহু বছৰ ধৰি চলা এই সম্বন্ধৰ ইতি পেলাই অৱশেষত অভিনেত্ৰীগৰাকীয়ে পাঞ্জাৱী পৰিয়ালৰ কৰণৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল ।

একেদৰে কৰণৰ বাবেই এইয়া প্ৰথম বিবাহ নহয় । ইয়াৰ পূৰ্বেও অভিনেতাগৰাকীয়ে জনপ্ৰিয় টেলিভিছন তাৰকা জেনিফাৰ উইংগেটক বিয়া কৰাইছিল । জেনিফাৰক ডিভৰ্চ দিয়াৰ পিছতহে বিপাশাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল কৰণ ।

Bipasha Basu and Karan Singh Grover wedding

বৰ্তমান কৰণ-বিপাশাৰ দাম্পত্য জীৱন যথেষ্ট সুখকৰ হোৱা দেখা গৈছে । দুই তাৰকাৰ এই কেমেষ্ট্ৰি দেখি কোনেও যেন হিংসা নকৰাকৈ থাকিব নোৱাৰে । বিয়াৰ বহু বছৰৰ পিছতো দুয়োৰে মাজত কোনোধৰণৰ ফাট মেলাৰ ধাৰণা কৰিব নোৱাৰি । যেন কোনোদিনেই এই সম্বন্ধ ভঙা সম্ভৱ নহ’ব ।

এতিয়া দুয়োৰে সংসাৰে পূৰ্ণতা লাভ কৰিলে । বিগত আগষ্ট মাহত অন্ত:সত্বাৰ খবৰ দিছিল দুয়ো দম্পত্তীয়ে । যাৰবাবে সন্তানৰ মুখ চাবলৈও অধীৰ আগ্ৰহেৰে ৰৈ আছিল অনুৰাগী ।

karan singh grover post

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ফটোখনত কৰণৰ কোলাত টোপনি যোৱা অৱস্থাত দেখা গৈছে এটা সদ্য ওপজা শিশু । ছবিখন অৱশ্যে এতিয়াৰ নহয় । ২০১৯ চনত এটি কেচুৱা কোলাত লোৱা এই ছবিখন পুনৰ ভাইৰেল হৈ পৰা দেখা গৈছে ।

উল্লেখ্য যে, এই ছবিখন আগতেও এবাৰ ভাইৰেল হৈছিল। এই শিশুটি কৰণ-বিপাশাৰ নহয় । নেটিজেনক সন্তুষ্ট কৰিবলৈ আৰু সদ্যজাত শিশুটি চাবলৈ উদগ্ৰীব হৈ থকা অনুৰাগীৰ বাবেহে পুৰণা এই ছবি ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত । এতিয়া এই ছবিতেই অনুৰাগীয়ে শুভেচ্ছা বাৰ্তা দিয়া পৰিলক্ষিত হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bipasha BasuBOLLYWOODKaran Singh Grover
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d