Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

BJP’s war room is ready to counter the government’s opposition:চৰকাৰবিৰোধীক আক্ৰমণৰ নতুন অস্ত্র

সামাজিক মাধ্যমত বিজেপি দল-চৰকাৰৰ সপক্ষে প্ৰচাৰৰ উপৰি বিৰোধী মন্তব্য প্রকাশ মষিমূৰ কৰাৰ কৌশল, প্ৰতিটো সমষ্টিৰ পৰা দলীয় কর্মী-সমর্থকৰ ৫০ টাকৈ নাম সংগ্রহ, দিছপুৰত স্থাপন বিশেষ 'ৱাৰ ৰূম', হেজাৰ হেজাৰ নতুন একাউণ্টৰ জৰিয়তে বৃহৎ অভিযান

publisher by publisher
September 14, 2024
in Uncategorized
Reading Time: 2 mins read
0
Cm Pressmeet In Loksewa Bhawan:USTMৰ মালিকে লৈছিল ভুৱা অ’বিচি প্ৰমাণ পত্ৰ
15
SHARES
153
VIEWS
ShareShareShareShare

BJP’s war room is ready to counter the government’s opposition:

দল আৰু চৰকাৰৰ সমালোচনাক বিনাশ কৰিবলৈ অসমত নতুন ৰূপত অৱতীৰ্ণ হৈছে বিজেপি। সাধাৰণতে নিৰ্বাচনৰ সময়তহে ৰাজনৈতিক দলবোৰে ‘ৱাৰ কম’ স্থাপন কৰি বিভিন্ন অভিযান আৰম্ভ কৰে। অসমৰ বিজেপিয়ে দল-চৰকাৰে নিৰ্বাচনলৈ অপেক্ষা নকৰি এতিয়াই ‘ৱাৰ ৰূম’ সাজু কৰি সমালোচকক বিনাশৰ অভিযান আৰম্ভ কৰিছে। এই অভিযান আৰম্ভ কৰা হৈছে সামাজিক মাধ্যমেৰে।

ADVERTISEMENT

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰম্ভ হোৱা এই যুঁজ কিদৰে তীব্ৰতৰ কৰিব বিচাৰিছে বিজেপিয়ে? ইয়াৰ বাবে এনে কৌশল গ্রহণ কৰা হৈছে, য’ত দলৰ কোনো কর্মী-সমর্থকে সমালোচকৰ সমালোচনাক প্রত্যুত্তৰ দিব, অথচ কর্মীজনে নিজে নিদিয়ে। তেওঁৰ হৈ ‘ৱাৰ ৰূম’ ত বহি থকা দায়িত্ববাহীসকলেহে প্রত্যুত্তৰ দিব। অর্থাৎ তেনেবোৰ লোকৰ সামাজিক মাধ্যমৰ একাউন্টবোৰ বিজেপিৰ ‘ৱাৰ ৰূম‘ৰ দায়িত্ববাহীসকলেহে পৰিচালনা কৰিব। সেইসকল বিজেপিৰ কর্মী-সমর্থক হ’লেও দেখাত আন সাধাৰণ নিৰপেক্ষ নাগৰিকৰ দৰে হ’ব।

RelatedPosts

No Content Available

তেওঁলোকৰ জৰিয়তে দল-চৰকাৰৰ সমালোচকৰ ওপৰত সামাজিক মাধ্যমৰ জৰিয়তে আক্রমণ চলোৱা হ’ব বৃহৎ পৰিসৰত। সেয়েহে হেজাৰ হেজাৰ দলীয় কর্মী-সমর্থকৰ নাম সংগ্ৰহ কৰি তেওঁলোকৰ বিপৰীতে একাউন্ট খোলা প্রক্রিয়া আৰম্ভ হৈছে।

দলীয় সূত্রই সদৰী কৰা অনুসৰি, ৰাজ্যত ১২৬টা বিধানসভা সমষ্টিৰ প্রতিটোৰ পৰা ন্যূনতম ৫০টাকৈ নাম ‘ৱাৰ ৰূম’ৰ বাবে বিচৰা হৈছে। এই দায়িত্ব দিয়া হৈছে বৰ্তমানৰ বিধায়ক আৰু প্রাক্তন বিধায়কৰ লগতে আগন্তুক নিৰ্বাচনৰ সম্ভাব্য দলীয় প্রার্থীসকলক। কৌশল অনুসৰি নামবোৰৰ বিপৰীতে ‘ৱাৰ ৰূম’ত ফেচবুক, এক্স আদি মাধ্যমত নতুন একাউন্ট খোলা হ’ব।

বিৰোধী অথবা আন কোনো লোকে দল- চৰকাৰক কিদৰে সমালোচনা কৰে, তাৰ ওপৰত ইতিমধ্যে দৃষ্টি ৰখা হৈছে। সেই সমালোচনাৰ উত্তৰ দিয়াৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে। যেতিয়াই গোটেই প্রক্রিয়াটো সম্পন্ন হ’ব, তেতিয়া তেনে সমালোচনাৰ প্ৰত্যুত্তৰ নতুনকৈ সৃষ্টি কৰা একাউণ্টবোৰৰ জৰিয়তে ‘ৱাৰ ৰূম’ৰ পৰা দিয়া হ’ব। ইয়াৰ অন্যতম উদ্দেশ্য হ’ল সমালোচনাৰ বিপৰীতে কঠোৰ প্ৰত্যুত্তৰ প্ৰদান কৰা আৰু তাৰ জৰিয়তে সমালোচকক অৱদমিত কৰি ৰখা।

উল্লেখ্য যে দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰথমবাৰলৈ সামাজিক মাধ্যমৰ বহুল ব্যৱহাৰৰে বিজেপিয়ে বিগত ২০১৪ ত একপ্ৰকাৰ ধুমুহাৰ সৃষ্টি কৰিছিল। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত প্ৰথমবাৰলৈ চৰকাৰ গঠনত সামাজিক মাধ্যমৰ ভূমিকা আছিল অন্যতম। বিজেপিৰ অনুকৰণতহে পৰৱৰ্তী সময়ত আন দলবোৰেও সামাজিক মাধ্যমত গুৰুত্ব আৰোপ কৰে। সেইবাৰ উত্তৰ দিয়াৰ দায়িত্বত থকা নিৰ্দিষ্টসকলক কামৰ বিনিময়ত মাননিও দিয়া হৈছিল। ১৫শ টকীয়া বুলি এক প্ৰচাৰ সৰ্বত্ৰে বিয়পিছিল। এইবাৰ তেনে নহয়। এইবাৰ একাউণ্টৰ গৰাকী সঁচা হ’ব আৰু তেওঁৰ হৈ উত্তৰ দিয়া হ’ব ‘ৱাৰ ৰূম’ৰ পৰা।

অৱশ্যে ২০১৪ত আলোড়ন সৃষ্টি কৰিও বিজেপি পৰৱৰ্তী সময়ত কে’বাটাও বিৰোধী দলৰ তুলনাত সামাজিক মাধ্যমৰ ব্যৱহাৰত পিছপৰি ৰয়। যোৱা লোকসভা নির্বাচনতো মাধ্যমটোৰ ব্যৱহাৰত বিজেপিতকৈ বহু আগত থাকে আম আদমী পার্টি। কংগ্রেছেও বিজেপিক পিছ পেলাবলৈ সক্ষম হয়। অসমত বিজেপি এই ক্ষেত্ৰত অধিক পিছপৰি ৰয়, যাৰ বাবে ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰা মুখ্যমন্ত্রীয়েই কথা শুনিবলগীয়া হয়।

তাৰ পাছতে অসমত সামাজিক মাধ্যমক বহুল ৰূপত ব্যৱহাৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে দলৰ প্ৰতিজন নেতা-কর্মীক নির্দেশ দিয়ে। অৱশ্যে তাৰ পাছতো আশা কৰা ধৰণে অসমত দলটো সফল নহ’ল। যাৰ বাবে বিৰোধীয়ে বহু ক্ষেত্রত বিজেপিতকৈ সামাজিক মাধ্যমত আগত থাকিবলৈ সক্ষম হয়।

এই ব্যর্থতাৰ ফচল ‘ৱাৰ ৰূম’ বুলি দলৰ মজিয়াতে চর্চা লাভ কৰিছে। চৰকাৰৰ কাম-কাজ, নেতাৰ ভাষ্য প্ৰচাৰ কৰিবলৈ বিজেপিৰ সংগঠনৰ প্রতিটো স্তৰতে সামাজিক মাধ্যম কোষ আছে। সেইবোৰ আগৰ দৰেই চলি থাকিব। তাৰ ওপৰঞ্চিহে সংযোজিত কৰা হৈছে এই ‘ৱাৰ ৰূম’।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BJP Govt's war roomready to counter the government's oppositio
publisher

publisher

Related Posts

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
Uncategorized

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি
Uncategorized

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি

April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
Uncategorized

Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ

April 24, 2026
Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !
Uncategorized

Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d