Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

    Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

    বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

    Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Environment

Assam is suffering from unexpected heat waves:দূবৰি নিয়ৰত তিতাৰ কাহিনী অতীত !

অভাৱনীয় উষ্ণতাৰ ভয়াৱহতাৰ গ্ৰাসত অসম, আজি গুৱাহাটী সৰ্বাধিক উষ্ণতা ৩৯ ডিগ্ৰী, বৰষুণৰ পৰিমাণেী ১৮ শতাংশলৈ হ্ৰাস, ছেপ্তেম্বৰৰ মাজতো ৪৭ ডিগ্ৰী উষ্ণতাৰ অনুভৱ, স্বাভাৱিকতকৈ ৬.৪ ডিগ্ৰী অধিক, কেৱল শ্ল'গানতে আৱদ্ধ হৈ ৰ'ল পৰিৱেশ ৰক্ষা, জলবায়ু পৰিৱৰ্তনৰ ভয়াৱহ কুফল অধিক ভয়াৱহ দিন সমাগত

samimsultana by samimsultana
September 19, 2024
in Environment, Assam, India, News, weather, Weather
Reading Time: 3 mins read
0
Assam is suffering from unexpected heat waves:দূবৰি নিয়ৰত তিতাৰ কাহিনী অতীত !
3
SHARES
31
VIEWS
ShareShareShareShare

Assam is suffering from unexpected heat waves

ভাদ পাৰ হৈ আহিন সোমাল আৰু অতীত হ’ল সেই হৃদয় উদ্বেলিত কৰা কবিতা- ‘ভাদ মাহত মহাপুৰুষ দুয়োজনাৰ তিথি আহিন মাহত দূবৰি বন থাকে নিয়ৰত তিতি।’ কাৰণ নিয়ৰৰ হৃদয় জুৰোৱা শীতলতাৰ বিপৰীতে এতিয়াও দিনে- ৰাতিয়ে সমানে উৎকট গৰমত চাটি-ফুটি কৰি থাকিবলগীয়া হৈছে অসমবাসীয়ে।

ADVERTISEMENT

বতৰ পৰিৱৰ্তনৰ এনে ভয়াৱহ যন্ত্ৰণাৰ পৰা সকাহ বিচাৰি মানুহে কামনা কৰিবলগীয়া হৈছে বৰষুণৰ, অথচ এই সময়ত তাৰ সম্ভাৱনাও কম। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, অসমত আগন্তুক দুই-এটা দিনত ক’ৰবাত ক’ৰবাত পাতলীয়া দুই-এজাক বৰষুণ পৰাৰ সম্ভাৱনা আছে যদিও সেয়া পৰিৱেশ শীতল কৰাৰ বাবে মুঠেই পর্যাপ্ত নহয়। ইতিমধ্যে মৌচুমীয়েও ৰাজ্যৰ পৰা বিদায় লৈছে। গতিকে বংগোপ সাগৰত বিশেষ কোনো পৰিঘটনাৰ সৃষ্টি নহ’লে মুষলধাৰ বৰষুণৰ সম্ভাৱনা এতিয়া আৰু নাই।

RelatedPosts

Weather Update :ৰাজ্যত আৰম্ভ হৈছে প্রাক মৌচুমীৰ বৃষ্টিপাত

Storm Is Expected To Reach 40-50 Mph With Rain And Hail:ৰাজ্যত পুনৰ বৰষুণ-শিলাবৃষ্টিৰে ৪০-৫০ গতিবেগত আহিব পাৰে ধুমুহা

Finally the Rain Came:অৱশেষত বৰষুণ আহিল !

প্রসংগক্রমে অসমত এইবাৰ স্বাভাবিকতকৈ বৰষুণৰ পৰিমাণো কম। সামগ্রিক এনে পৰিস্থিতিত উৎকট গৰমে নিজে জলবায়ুকেন্দ্রিক কোনো প্রভাৱৰ দ্বাৰা তাৎক্ষণিকভাবে প্রভাবিত নহ’লে চলিত পৰিৱেশ অলপ দীঘলীয়া সময়লৈ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্রই সম্ভাৱনা ব্যক্ত কৰিছে। অসমৰ ক্ষেত্ৰত গৰমৰ অনুভৱ দেশব বহু ৰাজ্যৰ তুলনাত অধিক। আর্দ্রতাৰ পৰিমাণ যথেষ্ট বেছি হোৱা হেতুকেই ৰাজ্যখনত উত্তাপৰ পৰিমাণতকৈ অনুভব অত্যধিক।

ইয়াৰ পৰিপ্ৰেক্ষিতত বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে গুৱাহাটীৰ ক্ষেত্ৰতে যদিও আজি দিনৰ ভাগত তাপমাত্রা আছিল ৩৭ ডিগ্রী চেলছিয়াছ, ঠাই বিশেষে উত্তাপ অনুভৱ হয় ৪৭ ডিগ্রী পর্যন্ত। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, চলিত ছেপ্টেম্বৰৰ উত্তাপৰ মাত্রাই পূৰ্বৰ অভিলেখ অতি সহজে ভংগ কৰিব। গুৱাহাটী, শিলচৰসহ ৰাজ্যৰ প্ৰধান চহৰসমূহত উত্তাপৰ মাত্ৰা চলিত মাহটোৰ ইতিমধ্যে পাৰ হোৱা দিনকেইটাত অভাবনীয়ভাবে অধিক হৈ বয়। আনকি এটা দিনত উত্তাপৰ মাত্রা ৩৮.২ ডিগ্রী চেলছিয়াছো হয়। এই পৰিমাণ স্বাভাৱিকতকৈ ৬.৪ ডিগ্রী অধিক।

আনহাতে, অনুভৱৰ পৰিমাণ হয় ৫১ ডিগ্রী চেলছিয়াছ। শিলচৰত উত্তাপ এই ছেপ্টেম্বৰতে ৩৯.৪ ডিগ্রী চেলছিয়াছলৈও বৃদ্ধি হয় আৰু এই পৰিমাণ স্বাভাবিকতকৈ ৭.৪ ডিগ্রী চেলছিয়াছ অধিক। অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যত এইবাৰ বৰষুণৰ পৰিমাণো স্বাভাবিকতকৈ কম হৈ থাকে। ইয়াৰ ফলতো উত্তাপৰ ধাৰাবাহিকতা অধিক হৈ ৰয়। উল্লেখ্য যে যোৱা জুনৰ পৰা আগলৈ অতি কম দিনৰ বিপৰীতে বেছি দিন অত্যধিক উষ্ণতাৰ মাজতে অতিক্রম হয়। উষ্ণতাৰ এনে ধাৰাবাহিকতাব প্রকোপ বৃদ্ধিৰ অন্যতম কাৰণ বৰষুণৰ পৰিমাণ হ্রাস।

বৰষুণৰ পৰিমাণ কম হোৱা বাবেই এনে অসহনীয় অৱস্থাৰ সৃষ্টি হয়। শেহতীয়া তথ্য অনুসৰি, যোৱা পহিলা জুনৰ পৰা আজিলৈকে অসমত বৰষুণৰ হাৰ ১৮ শতাংশ হ্রাস হৈ আছে। চলিত বৰ্ষৰ পহিলা মাৰ্চৰ পৰা ১৫ মে’লৈকে বৰষুণৰ হাৰ উদ্বেগজনকভাবে ৪২ শতাংশ হ্রাস হয়। ইয়াৰ পাছত পহিলা জুনৰ পৰা তিনি জুলাইলৈ বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ ১৮ শতাংশ বৃদ্ধি হয়। সেই সময়ছোৱাতে ৰাজ্যৰ অধিক অংশ বানৰ কৱলত পৰে। তাৰ পাছৰ পৰা বৰষুণৰ পৰিমাণ সামগ্রিকভাবে পুনৰ হ্রাস পাবলৈ ধৰে। অব্যাহত থকাৰ দুঃসংবাদ এয়ে যে সম্প্রতি যি উৎকট গৰমে ৰাজ্যখনক দহিছে এই পৰিবেশ অহা ২৩ ছেপ্টেম্বৰলৈ সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

বৃহস্পতিবাৰে গুৱাহাটীত সৰ্বাধিক উষ্ণতা হয় ৩৯ ডিগ্ৰী ৷ গতিকে অহা পাঁচটা দিনো ৰাইজে চাটি-ফুটি কৰি থাকিব লাগিব, দিন-ৰাতি সমানে শীতল অনুভৱ বিচাৰি হাবাথুৰি খাব লাগিব। ২৩ ছেপ্টেম্বৰ পাছতহে সাময়িকভাবে গৰম সামান্য হ্রাস পাব পাৰে। অৱশ্যে সেয়াও ঠাই বিশেষে হোৱাৰ সম্ভাৱনা আছে। এনে অভূতপূর্ব উত্তাপৰ বাবেই চুবুৰীয়া ৰাজ্য শ্বিলং অথবা অৰুণাচললৈ ঠাণ্ডা বিচাৰি অসমৰ পৰা যোৱা মানুহৰ অভাৱ নাই।

বন্ধৰ দিনটোত এপাক শ্বিলঙলৈ যোৱা মানুহৰ অভাৱ এই বছৰ জুলাইৰ পাছত হোৱা নাই বুলি জনায় অসম-মেঘালয় ট্যুৰ টেক্সি সন্থাৰ চালকে। অৱশ্যে মেঘালয়ৰ পৰিৱেশ অসমতকৈ শীতল হ’লেও উদ্বেগজনকভাবে ত্ৰিপুৰাৰ বাদে উত্তৰ- পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যত এইবাৰ বৰষুণৰ পৰিমাণ হ্রাস হয়। ইয়াৰ ফলতো অসমত গৰমৰ প্রকোপ বৃদ্ধি হৈছে।

বিশ্বত হোৱা বতৰ পৰিবৰ্তনৰ ভয়াৱহ প্রভাবে গ্রাস কৰাৰ ফলতে অসমত সৃষ্টি হৈছে সাম্প্রতিক জটিল পৰিস্থিতিৰ। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী সঞ্জয় শ্বই মন্তব্য কৰা অনুসৰি, এনে কাৰণতে অবতৰতো ধুমুহাৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। অকস্মাৎ হোৱা মুষলধাৰ বৰষুণৰ প্ৰভাৱো পৰিলক্ষিত হৈছে।

এইটো ঠিক যে জলবায়ু পৰিৱৰ্তনৰ কথা ৰজা-প্রজা সকলোৰে মুখতহে চলি আহিছে। তাৰ বাস্তবসম্মত কার্যসূচী মুঠেই নাই। পৰিৱেশ দিৱস পালন এক বাহ্যিক আনুষ্ঠানিকতাত পৰিণত হৈছে। কোটি কোটি গছপুলি ৰোপণ চমকত পৰিণত হৈছে। পৰিৱেশৰ বাবে যমদূত একক ব্যবহার্য প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ ঘোষণা ঘোষণাতে সীমাবদ্ধ বৈছে। তেনে প্লাষ্টিকৰ উৎপাদন কোনো কাৰণতে বন্ধ কৰা নহয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam is sufferingGuwahati Regional Meteorological Centreunexpected heat waves
samimsultana

samimsultana

Related Posts

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত
India

May 1, 2026
আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!
News

আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

May 1, 2026
Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে
News

Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

May 1, 2026
Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’
News

Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

May 1, 2026
বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি
India

বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

May 1, 2026
Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে
News

Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

May 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d