Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Storm Is Expected To Reach 40-50 Mph With Rain And Hail:ৰাজ্যত পুনৰ বৰষুণ-শিলাবৃষ্টিৰে ৪০-৫০ গতিবেগত আহিব পাৰে ধুমুহা

বতৰ বিজ্ঞান বিভাগৰ আগজাননী

publisher by publisher
April 1, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Storm Is Expected To Reach 40-50 Mph With Rain And Hail:ৰাজ্যত পুনৰ বৰষুণ-শিলাবৃষ্টিৰে ৪০-৫০ গতিবেগত আহিব পাৰে ধুমুহা
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

Artificial Flood in Guwahati:কৃত্রিম বানৰ কৱলত গুৱাহাটী, জুবিন ক্ষেত্ৰৰ সন্মুখৰ পথতো একাঁঠু পানী

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

এহেজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ মেঘৰ চাদৰে ঢাকিছে ভাৰতসহ তিনি দেশক

Storm Is Expected To Reach 40-50 Mph With Rain And Hail:

দেওবাৰে বিয়লী গুৱাহাটী সহ ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলৰ লগতে চুবুৰীয়া পশ্চিমবংগত ধুমুহা-বৰষুণ আৰু শিলাবৃষ্টিয়ে তছনচ কৰে ৷ বহু অঞ্চলত বিধ্বস্ত হয় ঘৰদুৱাৰ ৷ মৃত্যু হয় শিশু সহ কে’বাজনো ৷ আহত হয় বহুজনৰ ৷ আবেলি পৰা হোৱা মুষলধাৰ বৰষুণ নিশা ১২ বজালৈ অব্যাহত থাকে ৷ অৱশ্যে আজি গুৱাহাটী সহ ৰাজ্যৰ কেতবোৰ স্থানত বতৰ ফৰকাল যদিও মাজলী সহ উজনিৰ বহু ঠাইত আজিও কিনকিনিয়া বৰষুণ দি থকাৰ বিষয়ে জানিব পৰা গৈছে ৷

ADVERTISEMENT

উল্লেখ্য যে,উত্তৰ পূৰ্বৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত দেওবাৰে বিয়লী ভাগৰ পৰা কে’বাঘন্টা ধৰি হোৱা মুষলধাৰ বৰষুণত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰে ৷হাতীগাওঁ সহ বহু ঠাইত পথত এককাল পৰ্যন্ত পানী হোৱাত পথচাৰী আৰু যানবাহনে বহু দুৰ্ভোগৰ সন্মুখীন হয় ৷ একেদৰে গুৱাহাটীৰ পাশ্বৱৰ্তী যোৰাবাটৰ দহমাইলত বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে ৰাজপথ বুৰাই পেলাই ৷ যাৰফলত বহু যানবাহন পথৰ ওপৰতে আবদ্ধ হৈ পৰে বহুঘন্টা সময়জুৰি ৷

এনে প্ৰেক্ষাপটত ৰাজ্যত পুনৰ ধুমুহা-বৰষুণ, শিলাবৃষ্টি হোৱাৰ সম্ভৱনাৰ কথা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷

বতৰ বিজ্ঞান কেন্দ্ৰই আজি সদৰি কৰা মতে,বংগোপ সাগৰ পৃষ্ঠৰ পৰা ৪.৯ কিলোমিটাৰ গতিবেগত উৎপত্তি হোৱা ধুমুহাৰ ফলত অসমৰ লগতে চুবুৰীয়া পাৰ্বত্য ৰাজ্য অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাত ধুমুহা-বৰষুণৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে ৷।

দেওবাৰে গুৱাহাটী আৰু ইয়াৰ পাশ্বৱৰ্তী অঞ্চল সমূহত ১.৪ মিটাৰ শিলাবৃষ্টিৰ লগতে ৫৯.৬ মিলিমিটাৰ বৰষুণ হৈছিল।

আনহাতে বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া ৰিৰ্পট মতে,সাগৰপৃষ্ঠত উৎপত্তি হোৱা প্ৰৱল ধুমুহাৰ ফলস্বৰূপ আগন্তুক ২৪ ঘণ্টাত অসমৰ উজনি,নামনি কে’বাখনো জিলা সহ বৰাকৰো কে’বাখনো জিলাৰ ভিন্ন অঞ্চলত ৪৫-৫০ গতিবেগৰ ধুমুহাৰ লগতে মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷

অৱশ্যে মঙলবাৰ,বুধবাৰে ধুমুহা -বৰষুণ কিছু হ্ৰাস পাব যদিও বৃহস্পতিবাৰে ৰাজ্যৰ প্ৰায়বোৰ জিলাত বিজুলী- ধেৰেকণিৰে মুষলধাৰ বৰষুণৰ লগতে শিলাবৃষ্টি হোৱাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam WeatherGuwahati Regional Meteorological CentreHailstonesHeavy RainfallStorm
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d