Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

    Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Minority dignitaries meet in Guwahati:অসমৰ ক্ৰমবৰ্ধমান সাম্প্ৰদায়িক বিভাজনক লৈ উদ্বিগ্ন-ত্ৰাসিত সংখ্যালঘু ৰাইজ 

গুৱাহাটীৰ ছয়মাইলত গুৰুত্বপূৰ্ণ সভা , সমন্বয়-সম্প্ৰীতি ৰক্ষাৰ্থে সংখ্যাগুৰু বিদ্বত সমাজৰ সহায় লোৱাৰ সিদ্ধান্ত, মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ৰাজধৰ্ম পালনৰ আহ্বান জনাব ইছলাম ধৰ্মাৱলম্বী বিদ্বত সমাজৰ প্ৰতিনিধিয়ে, আইনৰ সঠিক প্ৰয়োগৰ আহ্বান ডি জি পিক, ৰাজ্যপালকো দিব স্মাৰকপত্ৰ: চন্দ্ৰবাবু-নীতিশক সাক্ষাৎ কৰি জনাব অসমৰ পৰিস্থিতি

samimsultana by samimsultana
September 19, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Minority dignitaries meet in Guwahati:অসমৰ ক্ৰমবৰ্ধমান সাম্প্ৰদায়িক বিভাজনক লৈ উদ্বিগ্ন-ত্ৰাসিত সংখ্যালঘু ৰাইজ 
3
SHARES
27
VIEWS
ShareShareShareShare

Minority dignitaries meet in Guwahati:

কচুতলিৰ উচ্ছেদ আৰু তাৰ আগে-পিছে অসমত হৈ থকা ঘটনাক্ৰমে অসমৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজক শংকিত কৰিছে ৷ সংবিধান ৰক্ষাৰ শপত লৈ চৰকাৰত বহা মুখ্যমন্ত্ৰী তথা আন চৰকাৰী বৰমুৰীয়াসকলে এটা সম্প্ৰদায়ক অসম বিধান সভাৰ ভিতৰে-বাহিৰে তুচ্ছ-তাচ্ছিল্য কৰি কেৱল সাংবিধানিক বিধি ব্যৱস্থাক পদাঘাত কৰাই নহয়, ৰাজ্যখনত স্পষ্ট সাম্প্ৰদায়িক বিভাজন আৰু সংঘাত সৃষ্টিত উদগণি যোগাইছে ৷ ইয়াৰ ফলত সৃষ্টি হ’ব পৰা যিকোনো ধৰণৰ নেতিবাচক পৰিস্থিতি প্ৰতিৰোধৰ হকে ৰাজ্যৰ সংখ্যালঘু সম্প্ৰদায়ে সংখ্যাগুৰু সম্প্ৰদায়ৰ লগত অধিক সমন্বয় স্থাপনেৰে চৰকাৰক ৰাজধৰ্ম পালনৰ কথা সোঁৱৰাই দিয়াৰ লগতে সাম্প্ৰদায়িক সম্প্ৰীতি অটুট ৰখাৰ হকে জনমত গঠনৰ প্ৰয়োজন৷ লগতে সংখ্যালঘু সমাজৰ মাজত চলা কুসংস্কাৰ, অপৰাধ প্ৰৱণতাৰ বিৰুদ্ধেও এক ব্যাপক গণ সচেতনতা অভিযান চলোৱাৰ প্ৰয়োজন ৷

ADVERTISEMENT

যোৱা নিশা (১৮ ছেপ্টেম্বৰ) গুৱাহাটীৰ ছয়মাইলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা সংখ্যালঘু সম্প্ৰদায়ৰ কিছু প্ৰগতিশীল বৌদ্ধিক ব্যক্তিত্ব আৰু যুৱ প্ৰজন্মৰ চিন্তীশীল ব্যক্তিৰ এখন সভাত এই মত প্ৰকাশ কৰা হয় ৷ সভাই ৰাজ্যৰ শাসক- বিৰোধী উভয় ৰাজনৈতিক শিবিৰত থকা সৰহসংখ্যক জনপ্ৰতিনিধিৰ ভূমিকাত অসন্তুষ্টি ব্যক্ত কৰে ৷

RelatedPosts

APCC:আজি নতুন দিল্লীতএপিচিচি গুৰুত্বপূৰ্ণ বৈঠক

Minister Atul Bora:জনতা ভৱনত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগ, অসম চুক্তি ৰূপায়ণ বিভাগৰ জ্যেষ্ঠ বিষয়াৰে বৈঠক মন্ত্ৰী অতুল বৰাৰ

Former Bokakhat MLA Jiten Gogoi is likely to join the AGP soon:অচিৰেই এজেপিত যোগদানৰ সম্ভাৱনা বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ

উল্লেখযোগ্য যে শিৱসাগৰত ৩০ টা জনগোষ্ঠীয় সংগঠনে প্ৰথমে ব্যৱসায়ী গোষ্ঠীসমূহৰ সৈতে হোৱা সংঘাত , উক্ত গোষ্ঠীৰ প্ৰতিনিধিয়ে মন্ত্ৰী আৰু জিলা আয়ুক্ত-আৰক্ষী অধীক্ষকৰ উপস্থিতিত আঁঠু কাঢ়ি ক্ষমা খোজা; আৰু তাৰ পাছত সেই পৰিস্থিতি ‘মিঞা খেদা’ অভিযানলৈ পৰিৱৰ্তন হেৱাৰ পাছত ৰাজ্যখন সাম্প্ৰদায়িকভাৱে স্পৰ্শকাতৰ হৈ উঠিছে ৷ তাৰ পিছত অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত স্বয়ং চৰকাৰ পক্ষই অসম বিধান সবাৰ ভিতৰে-বাহিৰে দিয়া উচটনিমূলক বক্তব্য, তাৰ প্ৰতিক্ৰিয়া স্বৰূপে আন একাংশই প্ৰদান কৰা অবিবেচক উত্তেজক বক্তব্য আদিয়ে বিষয়বোৰ জটিল কৰি তুলিছে ৷

শিৱসাগৰৰ নাজিৰাত বিজেপিৰ জিলা সভাপতি ময়ুৰ বৰগোহাঁয়ে নামনি অসমৰ শ্ৰমিকক ১৫ লাখ টকাৰ পাৰিশ্ৰমিক নিদিবলৈ ‘মিঞা খেদা অভিযান’ৰ সূত্ৰপাত কৰাৰ পিছৰে পৰা দেখাক দেখি তেনে কিছু অপ্ৰীতিকৰ ঘটনাও উজনিৰ কিছু ঠাইত সংঘটিত হয় ৷ বিপৰীতে নগাঁৱৰ জনদিয়েক মাছ ব্যৱসায়ীয়ে উজনি অসমলৈ মাছ প্ৰেৰণ নকৰাৰ অবিবেচক হুংকাৰ দিয়াৰ পিছতো ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

উল্লিখিত ধৰণৰ ঘটনা প্ৰৱাহে সৃষ্টি কৰা উত্তেজক, সন্দেহ-অহিশ্বাসৰ পৰিৱেশ শাম কটাৰ পূৰ্বে সোণাপুৰৰ কচুতলিত হোৱা উচ্ছেদ আৰু আৰক্ষীৰ গুলীত দুজনকৈ লোক নিহত হোৱা ঘটনাই ৰাজ্যত পুনৰ এক সাম্প্ৰদায়িক বিভাজন তথা ভয়-শংকাৰ পৰিৱেশ ৰচনা কৰে ৷ এনে পৰিস্থিতিৰ পৰা পৰিত্ৰাণ লাভেৰে ৰাজ্যৰ শান্তি-সম্প্ৰীতি-সমন্বয়-সংহতি কেনেকৈ অব্যাহত ৰাখিব পাৰি; তথা সংখ্যালঘু সমাজত – আনে অভিযোগ কৰা – কুসংস্কাৰ আৰু বৰ্ধিত অপৰাধৰ ঘটনাবোৰ প্ৰতিৰোধৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি, তাৰ বিষয়ে আলোচনা কৰিবলৈ যোৱা নিশাৰ সভাখন অনুষ্ঠিত হয় ৷

প্ৰগতিশীল যুৱনেতা মহছিন খান আৰু আইনৰ অধ্যাপক আব্দুল ৱাদুদ শ্বেখে মূলতঃ উদ্যোগ লোৱা সভাখনত অংশগ্ৰহণ কৰা উল্লেখযোগ্য ব্যক্তিসকলৰ অন্যতম আছিল বিশিষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰী, মাইজুদ্দিন মামুদ, প্ৰাক্তন অধ্যাপক আব্দুল মান্নান, প্ৰাক্তন ন্যায়াধীশ আনিছুৰ আলম, অসম অসামৰিক সেৱাৰ প্ৰাক্তন বিষয়া চৈয়দ ৰফিক আলী, কংগ্ৰেছৰ মুখপাত্ৰ মেহদি আলম বৰা, লেখক ডাঃ ৰেজাউল কৰিম, অসম জাতীয় পৰিষদৰ সম্পাদক জিয়াউৰ ৰহমান, ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমান, সাংবাদিক আফ্ৰিদা হুছেইন, চাহজাহান তালুকদাৰ, জমছেৰ আলী, দিলৱাৰ হুছেইন মজুমদাৰ, কে জামান চৌধুৰী, গুলজাৰ চৌধুৰী আদি ৷

সভাত উপস্থিত বক্তাসকলে এক মুখে কয় যে সংখ্যালঘু সমাজত  বিশেষকৈ উপযুক্ত শিক্ষাই স্পৰ্শ নকৰা নকৰা লোকসকলৰ মাজত কুসংস্কাৰ আৰু অপৰাধজনিত ঘটনাৰ হাৰ বেছি এইটো সত্য ৷ কিন্তু সেই বুলি সমগ্ৰ মুছলমান সমাজখনকে তাৰ সৈতে সাধাৰণীকৰণ কৰি ভিলেইন সজাব খোজাটো এটা শাসনাধিষ্ঠিত ৰাজনৈতিক দলৰ এজেণ্ডা ৷

আনহাতে বিপৰীত শিবিৰৰ আন জনদিয়েক ৰাজনৈতিক ব্যক্তি বা দলে নিজকে মুছলমানৰ ত্ৰাণকৰ্তা হিচাপে প্ৰক্ষেপ কৰিব বিচৰাৰ উদ্দেশ্যে শাসক পক্ষৰ সৈতে বুজাবুজিৰেই হওক বা আন কাৰণত হওক, শাসক পক্ষৰ জালত ভৰি দি সমগ্ৰ পৰিৱেশ বিনষ্ট কৰি আছে ৷ এনে দুয়োধৰণৰ শক্তিৰ জালত ভৰি নিদি ৰাজ্যৰ সাতাম পুৰুষীয়া শান্তি-সম্প্ৰীতি-সমন্বয় অব্যাহত ৰখাটো সময়ৰ আহ্বা ন৷ এই ক্ষেত্ৰত ৰাজ্যৰ সংখ্যাগুৰু সম্প্ৰদায়ৰ আগশাৰীৰ গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ মনৰ লোকসকলক লগত লৈ সমন্বয়ৰ বৰ অসমীয়া সমাজ গঢ়াৰ ওপৰত বক্তাসকলে গুৰুত্ব আৰোপ কৰে ৷

প্ৰায় ৪ ঘন্টাজুৰিচলা সভাৰ অন্তত ৫টা প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ প্ৰথম প্ৰস্তাৱত ৰাজ্যৰ সাতাম পুৰুষীয়া শান্তি-সম্প্ৰীতি-সমন্বয় ৰক্ষাৰ হকে জাতি-ধৰ্ম-বৰ্ণ সকলোকে লগত লৈ সকলো ধৰণৰ প্ৰয়োজনীয় ইতিবাচক পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লোৱা হয় ৷ দ্বিতীয় প্ৰস্তাৱত ইতিপূৰ্বে সামাজিক সংহতি বিনষ্ট কৰিব পৰা কথা কৈ বিভিন্ন পক্ষৰ যিসকল লোকে বক্তব্য প্ৰদান কৰি পৰিৱেশ কলুষিত কৰি আছে, তেওঁলোকক গৰিহণা দি ভৱিষ্যতে এনে বিভাজনকামী কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিয়ে ৷

তৃতীয় প্ৰস্তাৱত সভাই ৰাজ্যৰ জাতীয়-জনগোষ্ঠীয় তথা সাহিত্য-সাংস্কৃতিক সংগঠন, সংবাদ মাধ্যম তথা বৌদ্ধিক শ্ৰেণী আৰু লগতে শাসক-বিৰোধী সকলো ৰাজনৈতিক দলৰ নেতৃবৃন্দক সাক্ষাৎ কৰি ৰাইজৰ উদ্বিগ্নতাৰ বিষয়ে অৱগত কৰি আলোচনা মৰ্মে সমাধানৰ পথ উদ্ভাৱনৰ সিদ্ধান্ত লোৱা হয় ৷ চতুৰ্থ প্ৰস্তাৱত ৰাজ্যৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ৰাজধৰ্ম পালনৰ আহ্বান জনোৱাৰ সিদ্ধান্ত লোৱা হয় ৷ একেটা প্ৰস্তাৱতে আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ কৰি আইনৰ সঠিক প্ৰয়োগ আৰু ৰক্ষণাবেক্ষনৰ আহ্বান জনোৱাৰ লগতে ৰাজ্যৰ সাংবিধানিক মুৰব্বী ৰাজ্যপালক সাক্ষাৎ কৰি সমগ্ৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰাৰ সিদ্ধান্ত লোৱা হয় ৷

পঞ্চম প্ৰস্তাৱত ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ যিবোৰ এলেকাত কুসংস্কাৰ আৰু অপৰাধৰ হাৰ বেছি, সেইবোৰত মছজিদ-মাদ্ৰাছা-কানকাহ বা তবলীগ জামাত আদি প্ৰতিষ্ঠানৰ সহযোগত সচেতনতা অভিযান চলোৱাৰ সিদ্ধান্ত লোৱা হয় ৷ অন্তিম প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰৰ অংশীদাৰ ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দল যেনে বি আৰ এছৰ নেতা চন্দ্ৰবাবু নাইডু আৰু জে ডি (ইউ)ৰ নেতা নীতিশ কুমাৰসহ অন্যান্যসকলক সাক্ষাৎ কৰি অসমৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Guwahati SixmileMinority dignitaries meetSpl. Meeting
samimsultana

samimsultana

Related Posts

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ
News

May 5, 2026
Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ
News

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

May 5, 2026
Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d