Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Aap Pressmeet:মনোজ ধানোৱাৰ ‘আপ’ৰ নৱ নিযুক্ত ৰাজ্যিক সভাপতি

প্ৰথমটো সংবাদমেলত নিবনুৱা সমস্যা, স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সৰৱ ধানোৱাৰ, কৰ্মসংস্থাপন, জনগোষ্ঠীয় সমস্যাৰ সমাধানত গুৰুত্ব আপৰ, অন্যান্য বিৰোধী দলৰ সৈতে ঐক্যবদ্ধ যুঁজৰ বাবে প্ৰস্তুত ধানোৱাৰ, সংবাদমেলত আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, ডাঃ ভবেন চৌধুৰীক ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক নিযুক্তি

samimsultana by samimsultana
September 21, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Aap Pressmeet:মনোজ ধানোৱাৰ ‘আপ’ৰ নৱ নিযুক্ত ৰাজ্যিক সভাপতি
2
SHARES
16
VIEWS
ShareShareShareShare

Aap Pressmeet:

অসমত আম আদমী পাৰ্টিক অধিক গতিশীল কৰি তুলিবলৈ দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই মনোজ ধানোৱাৰক ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিছে। ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (সাংগঠনিক) ড: সন্দীপ পাঠক স্বাক্ষৰিত এক নিৰ্দেশনা মৰ্মে পূৰ্বৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীক ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক পদত আৰু মনোজ ধানোৱাৰক ৰাজ্যিক সভাপতি পদত নিযুক্ত কৰা হৈছে।

ADVERTISEMENT

আজি গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা আৰু বিদায়ী সভাপতি ডাঃ ভবেন চৌধুৰীৰ উপস্থিতিত নৱ নিযুক্ত ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে সংবাদমেল সম্বোধন কৰে। সংবাদমেলত নৱ নিযুক্ত ৰাজ্যিক সভাপতি ধানোৱাৰে তেওঁৰ ওপৰত গুৰু দায়িত্ব অৰ্পণ কৰাৰ বাবে আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ লগতে দলৰ অন্যান্য শীৰ্ষস্থানীয় নেতৃবৃন্দক কৃতজ্ঞতা জ্ঞাপন কৰে।

RelatedPosts

Aap Pressmeet In Guwahati:ৰাজ্যৰ ৪৮ শতাংশ মানুহৰ মুখৰ ভাষা অসমীয়া

AAP nominates candidate in state by- elections:বিহালী আৰু চামগুৰিত প্ৰতিদ্বন্দ্বিতা কৰিব আপে

Aap Pressmeet In Guwahati:সংবাদমেলত আপৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজা

aap 2দলৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্ত হোৱাৰ পাছতে সম্বোধন কৰা প্ৰথমটো সংবাদমেলত ধানোৱাৰে কয়, ” ৰাজ্যৰ ক্ৰমবৰ্দ্ধমান নিবনুৱা সমস্যাৰ সমাধান বৰ্তমান চৰকাৰ ব্যৰ্থ হৈছে। ৰাজ্য চৰকাৰৰ এক লাখ চাকৰি দিয়াৰ ঘোষণাই ৰাজ্যখনৰ ২০ লক্ষাধিক নিবনুৱাৰ সমস্যা সমাধান কৰিব নোৱাৰে। তদুপৰি এপিডিচিএলৰ প্ৰিপেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি জনসাধাৰণৰ মাজত ব্যাপকভাৱে সজাগতা সৃষ্টি কৰা হ’ব।

দিল্লী আৰু পঞ্জাৱৰ আপৰ চৰকাৰে দিয়াৰ দৰে অসমতো ২০০ৰ পৰা ৩০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ যোগানৰ ব্যৱস্থা আমি বিচাৰোঁ। আনহাতে, সময়ে সময়ে অসমীয়া ভাষাৰ প্ৰতি সৃষ্টি হোৱা সংকট দূৰ কৰাৰ লগতে অসমৰ জনগোষ্ঠীয় সমস্যাৰ সমাধানৰ স্বাৰ্থত আমি গুৰুত্ব প্ৰদান কৰিম। ৰাজ্যৰ জ্বলন্ত সমস্যা সমূহৰ ক্ষিপ্ৰ সমাধান আৰু ২০২৬ চনৰ বিধান সভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটক ওফৰোৱাৰ স্বাৰ্থত প্ৰয়োজন সাপেক্ষে আমি অন্যান্য বিৰোধী ৰাজনৈতিক দলৰ সৈতেও আলোচনা কৰিম।

aap 1সংবাদমেলত ধানোৱাৰে ৰাজ্যৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি তথা বাগিচা শ্ৰমিকৰ মাটিৰ পট্টাৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰসংগও উল্লেখ কৰে। সংবাদমেলত আপৰ ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ -পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই বিগত দিনত ডাঃ ভবেন চৌধুৰীয়ে দলৰ প্ৰতি আগবঢ়োৱা নিস্বাৰ্থ সেৱাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে। দলৰ শীৰ্ষ নেতৃত্বই ডাঃ চৌধুৰীক ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক নিযুক্তি দিয়াত সন্তুষ্টি ব্যক্ত কৰে বিদায়ী সভাপতি গৰাকীয়ে। সংবাদমেলত আপৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যিক ৱৰ্কিং কমিটীৰ সদস্য ৰাজীৱ শইকীয়াও উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Aap PressmeetAddressing State New President Manoj DhanoarParty State headquarter
samimsultana

samimsultana

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d