Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Result HS 2026

    Result HS 2026

    প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

    H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Horrific murder In Guwahati Barmataria: মহানগৰীৰ ভিআইপিৰ বৰমটৰীয়াত জঘন্য কাণ্ড

নিজ জন্মদাত্ৰী মাতৃক ট্ৰফৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে জীয়ৰী, টেনিছ খেলুৱৈ তানিয়া কুমাৰীক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ

samimsultana by samimsultana
September 28, 2024
in India, Assam, Crime, News
Reading Time: 2 mins read
0
Horrific murder In Guwahati Barmataria: মহানগৰীৰ ভিআইপিৰ বৰমটৰীয়াত জঘন্য কাণ্ড
4
SHARES
35
VIEWS
ShareShareShareShare

Horrific murder In Guwahati Barmataria:

মহানগৰীৰ মাজমজিয়াত জঘন্য ঘটনা ৷ জীয়ৰীৰ হাতত প্ৰাণ গ’ল জন্মদাত্ৰী মাতৃ ৷ দিনক দিনে গুৱাহাটীত অবাধ হাৰত বৃদ্ধি পাইছে মাৰপিট,ধৰ্ষণ আৰু লোমহৰ্ষক হত্যাকাণ্ড ৷

ADVERTISEMENT

শুক্ৰবাৰে নিশা মহানগৰীৰ ভিআই পি পথৰ অভিজাত এপাৰ্টমেণ্ট ‘পূণিৰ্মা মেনচনত তানিয়া কুমাৰী নামৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ গৰাকীয়ে নিজ মাতৃক টেনিছ ট্ৰফীয়ে মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰে ৷ হত্যাৰ বলি হোৱা দুৰ্ভগীয়া মাতৃ গৰাকীৰ নাম মঞ্জু দেৱী ৷

RelatedPosts

Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !

Dispur Theft :দিছপুৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুই গভাইত চোৰ

Guwahati:মহানগৰীৰ গনেশগুৰিত নিশা ৰাজপথত আমোলাৰ পুত্ৰৰ দাদাগিৰি

উল্লেখ্য যে লোমহৰ্ষক হত্যাকাণ্ড সংঘটিতৰ সময়ত ঘাতক জীয়ৰী গৰাকীৰ পিতৃ নাছিল বাসগৃহত ৷ পিছত ঘটনাস্থলীত পিতৃ আহি তেজেৰে তুমৰলি হৈ পৰি থকা পত্নীৰ নিথৰ দেহ প্ৰত্যক্ষ কৰি চিঞৰ- বাখৰ কৰে ৷ এই হুলস্থূল শুনি এপাৰ্টমেণ্টটোৰ অন্য আবাসী আহি আৰক্ষীক খবৰ দিয়ে ৷

নিশাই দিছপুৰ আৰক্ষীয়ে ঘাতক তানিয়া কুমাৰীক গ্ৰেপ্তাৰ কৰি পানবজাৰ মহিলা থানালৈ যায় ৷ ঘটনা সন্দৰ্ভত স্থানীয় আবাসীয়ে কোৱা মতে ফ্লেটটোৰ তিনিজনীয়া পৰিয়ালৰ ভিতৰত পিতৃ,মাতৃ আৰু জীয়ৰী ৷ পিতৃ গৰাকী টেনিছ প্ৰশিক্ষক ৷ জীয়ৰীক সৰুৰে পৰা টেনিছ খেলুৱৈ হিচাপে গঢ়ি তোলাত বহু কষ্ট কৰি পৰৱৰ্তী সময়ত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিছিল প্ৰশিক্ষক পিতৃয়ে ৷ এনে এগৰাকী সম্ভাৱনাময় খেলুৱৈৰ হাতত নিজ মাতৃ হত্যাৰ বলী হোৱাত সমগ্ৰ গুৱাহাটীতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

এপাৰ্টমেণ্টৰ আবাসীয়ে জানিব দিয়া মতে ঘটনাৰ দিনা মাতৃৰ স’তে জীয়ৰীৰ তৰ্ক -বিতৰ্ক হোৱা তেওঁলোকে শুনিছিল ৷ কি কাৰণে নিজ জীয়ৰীয়ে জন্মদাত্ৰী মাতৃক টেনিছ খেলত পোৱা ট্ৰফীৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে ৷ এইয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ৷ বৰ্তমান সমগ্ৰ ঘটনা ৰহস্যৰ আবৰ্তত ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dispur PoliceDoughter ArrestedHorrific MurderMother Killed
samimsultana

samimsultana

Related Posts

Result HS 2026
News

Result HS 2026

April 28, 2026
প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ
News

প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

April 28, 2026
H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল
News

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

April 28, 2026
বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

April 28, 2026
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d