Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Four young women, including two youths, were arrested in connection with honey Trapping:দিছপুৰ আৰক্ষীৰ জালত হানী ট্ৰেপিং চক্ৰ

৪ যুৱতী সহ ২জন যুৱকক গ্ৰেপ্তাৰ

publisher by publisher
June 13, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Four young women, including two youths, were arrested in connection with honey Trapping:দিছপুৰ আৰক্ষীৰ জালত হানী ট্ৰেপিং চক্ৰ
6
SHARES
60
VIEWS
ShareShareShareShare

RelatedPosts

Dispur:দিছপুৰ আৰক্ষীৰ জালত দুই গভাইত চোৰ

Dispur: দিছপুৰত বহি:ৰাজ্যৰ চিলনী চোৰ আৰক্ষীৰ জালত

Dispur Theft :দিছপুৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুই গভাইত চোৰ

Four young women, including two youths, were arrested in connection with honey Trapping:

মহানগৰীত উৎখাত বৃহৎ হানীং ট্ৰেপিং চক্ৰ ৷ হানিং টেপিঙ চক্ৰৰ বলী হোৱা এজন চৰকাৰী বিষয়াৰ এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে মহানগৰীৰ বিভিন্নস্থানত অভিযান চলাই চাৰি যুৱতী সহ দুজন যুৱকক আটক কৰে।

ADVERTISEMENT

উল্লেখ্য যে,কিছুদিন পূর্বে এজন যুৱকৰে চিনাকি হৈছিল যুৱতী কেইগৰাকী ৷ পৰৱৰ্তী সময়ত এই চিনাকি সূত্ৰে প্ৰেমৰ ছলনাৰে জালত পেলাই যুৱকজনক ৷

ইয়াৰ পাছত যুৱকজনক সুৰাৰ পাৰ্টিত মাতাল কৰি কোঠাত লিপ্ত কৰাই গোপন অভিসাৰত ৷এনে সময়তে আৰক্ষী পোছাত প্ৰৱেশ কৰে দুই যুৱক ৷ এই দুই নকল আৰক্ষীয়ে গোপন অভিসাৰত লিপ্ত কৰাৰ অভিযোগত ব্লেকমেইলিং কৰি যুৱকজনৰ পৰা সৰকাই বুজন পৰিমাণৰ ধন ৷

ইয়াৰ পিছতো পুনৰ ব্লেকমেইলিং কৰি ধন দাবী কৰাত উপায়ন্তৰ হৈ ভুক্তভোগী যুৱকজনে এজাহাৰ দাখিল কৰে দিছপুৰ থানাত ৷ এই এজাহাৰৰ ভিত্তিত যোৱাকালিৰে পৰা আৰক্ষীয়ে অভিযান চলাই কৰায়ত্ত কৰে চাৰি যুৱতী সহ আৰক্ষীৰ বেশ ধৰি ব্লেকমেইলিং কৰা দুই যুৱকক ৷ ধৃত যুৱক দুজন ৰাজ দে’ আৰু আব্দুল মালিকা মোল্লা আৰু ছদ্মনামধাৰী চাৰি যুৱতী মাইনা, কৰিশ্মা, বেবী, চনিয়াকো ৷

মনকৰিবলগীয়া যে, এই কুখ্যাত হানিং ট্ৰেপিং চক্ৰটোৰ অন্যতম কাণ্ডাৰী চাৰি যুৱতীয়ে টাৰ্গেট কৰি লয় বিভিন্ন পদপথৰ কাষত থকা একাংশ ফাষ্টফুডৰ দোকান ৷ কিয়নো এই দোকানলৈ অহা ধনী টকা- পইছা থকা লোকৰ স’তে প্ৰথমে চিনাকি হয় ৷ পিচত ফোনত নানান ছলাহী কথাৰে প্ৰেম নিবেদন কৰে মাইনা, কৰিশ্মা, বেবী, চনিয়া নামধাৰী চলনাময়ী যুৱতী কেইগৰাকীয়ে ৷

পৰৱৰ্তী সময়ত সুৰাপাৰ্টিত নিমন্ত্ৰণ কৰে প্ৰেমত পেলোৱা যুৱকক আৰু গোপন অভিসাৰত লিপ্ত কৰায় থাকোতেই আৰক্ষীৰ পোছাকত প্ৰৱেশ কৰে দুই নকল আৰক্ষী ৷ ইয়াৰ পৰাই আৰম্ভ হয় ব্লেকমেইলিং পৰ্ব ৷ বিভিন্ন ভয়- ভাবুকি দি জালত পেলোৱা যুৱকৰ পৰা সৰকাই বুজন পৰিমাণৰ ধন ৷

এইদৰেই মহানগৰীত নিবিঘ্নে হানী ট্ৰেপিং চক্ৰটোৱে অব্যাহত ৰাখিছিল তেওঁলোকৰ কামকাজ ৷ কিন্ত এশ গৰু মাৰিলে বাঘৰো মৰণ লেখিয়া এই চক্ৰটো অৱশেষত পৰে দিছপুৰ আৰক্ষীৰ জালত ৷

ইতিমধ্যে আটকাধীন চাৰি যুৱতী সহ দুই যুৱকক দিছপুৰ আৰক্ষীয়ে আজি আদালতত হাজিৰ কৰি পুনৰ নিজৰ জিন্মাত লয় ৷ আৰক্ষীৰ মাৰাথন জেৰাত হানী ট্ৰেপিং চক্ৰটোৱে আৰু বহু তথ্য দিয়াৰ সম্ভাৱনা আছে ৷ ইয়াৰ লগে লগে আটকাধীনৰ তালিকা বৃদ্ধি হোৱাৰ থল আছে বুলি প্ৰকাশ কৰে তদন্তকাৰী বিষয়াই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dispur PoliceFour young womenHoney Trappingincluding two youths arrested
publisher

publisher

Related Posts

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

October 2, 2026
দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল
International

ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d