Mouzdari system will soon be abolished in the state:
➡️ৰাজ্যত শীৰ্ঘেই বিলুপ্ত হ’ব মৌজদাৰী প্ৰথা ৷
ADVERTISEMENT
➡️অচিৰেই ৰাজ্যত প্ৰৱৰ্তন হ’ব ই- খাজনা ৷
➡️সদৌ অসম মৌজাদাৰ সন্থাই ই- খাজনা প্ৰৱৰ্তন নকৰিবলৈ চৰকাৰক জনাইছিল আহ্বান।
➡️মৌজাদাৰ সন্থাৰ আহ্বানলৈোচৰকাৰে নিদিলে সহাৰি ৷
➡️ই-খাজনাৰ প্ৰৱৰ্তনৰ লগে লগে ৰাইজে ভৰিব লাগিব অতিৰিক্ত পঞ্জীয়ন মাচুল ৷
➡️অৱশ্যে ই- খাজনাৰ প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈয়ো চৰকাৰে কৰা নাছিল কাৰ্যকৰী ৷
➡️নতুন নিয়ম প্ৰৱৰ্তন কৰিয়ো অফলাইনটো খাজনা আদায়ৰ ব্যৱস্থা ৰাখিছে চৰকাৰে ৷
➡️ই-খাজনাৰ ব্যৱস্থাত ভূমি পট্টাৰেও সংযুক্ত হ’ব পট্টাদাৰৰ আধাৰ কাৰ্ড ৷
➡️নতুন ব্যৱস্থাত এতিয়াৰ পৰা মাত্ৰ পট্টাদাৰেহে আদায় দিব পাৰিব ই- খাজনা ৷