Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

These are the three settings on your smartphone to keep it safe from thieves: চোৰৰ পৰা সুৰক্ষিত ৰাখিবলৈ স্মার্টফোনত কৰক এই তিনিটা ছেটিংছ

samimsultana by samimsultana
September 28, 2024
in India, News, Tech
Reading Time: 1 min read
0
These are the three settings on your smartphone to keep it safe from thieves: চোৰৰ পৰা সুৰক্ষিত ৰাখিবলৈ স্মার্টফোনত কৰক এই তিনিটা ছেটিংছ
2
SHARES
19
VIEWS
ShareShareShareShare

These are the three settings on your smartphone to keep it safe from thieves:

বৰ্তমানৰ সময়ত সকলোৱে স্মার্টফোন ব্যৱহাৰ কৰে। স্মার্টফোন চোৰে চুৰি কৰাৰ শংকা থাকে। ফোন এটা চুৰি হ’লে কিমান সমস্যা হয়, সেয়া ভুক্তভোগীয়েহে জানে। চুৰি হোৱা ফোন পুনৰ উদ্ধাৰ হ’লেও তাত থকা নানা তথ্যপাতি চোৰে অপব্যৱহাৰ কৰাৰ শংকা থাকে। আজিকালি ম’বাইল ফোনতে সকলোবোৰ প্ৰয়োজনীয় ডেটা যেনে বেংকৰ একাউণ্ট, ইউপিআই, আধাৰ কার্ড, পেন কার্ডসহ নানা তথ্য মজুত থাকে। ফোনটো চুৰি হ’লে সেয়েহে নানা শংকাত ভুগিব লগা হয়।

ADVERTISEMENT

ম’বাইল ফোনৰ ছেটিংছত ফাইণ্ড মাই ডিভাইচ অনু কৰা থাকে। ইয়াৰ জৰিয়তে আপুনি চুৰি হোৱা ম’বাইল ফোন ট্রেক কৰিব পাৰিব। কিন্তু প্ৰায়ে চোৰে স্মার্টফোন চুৰি কৰাৰ পাছত ফোনটো ‘ছুইছ অফ’ কৰি দিয়ে আৰু ফলত সেই ফোন ট্রেক কৰিব পৰা নাযায়। সেয়েহে তলত দিয়া তিনিটা পদ্ধতি অবলম্বন কৰি আপুনি নিজৰ স্মার্টফোনটো চোৰৰ পৰা সুৰক্ষিত ৰাখিব পাৰিব।

RelatedPosts

স্মাৰ্টফোন আসক্তি, ফোন অবিহনে থাকিব নোৱাৰে ৭১ শতাংশ শিশু-৭৬ শতাংশ অভিভাৱক

Does your smartphone battery charge frequently? স্মার্টফোনৰ বেটাৰী সঘনে চার্জ দিয়ে নেকি?

What to do if your YouTube account is hacked:ইউটিউব একাউন্ট হেক্‌ হ’লে কি কৰিব?

চোৰে চুৰি কৰাৰ পাছত যাতে স্মার্টফোন ছুইচ অফ কৰিব নোৱাৰে, তাৰ বাবে আপুনি প্রথমে ছেটিংছত ছিকিউৰিটি এণ্ড প্রাইভেচিলৈ যাব লাগিব। এতিয়া আপুনি মাই ছিকিউৰিটি এণ্ড প্রাইভেচিলৈ যাওক। এইবাৰ আপুনি ‘ছিকিউঅ’ৰ পাছৱৰ্ড টু পাৱাৰ অফ’ অপচন অন কৰিব লাগিব। এই ছেটিং অন কৰাৰ পাছত চোৰে আপোনাৰ ফোনটো চুৰি কৰাৰ পাছত ছুইচ অফ কৰিব নোৱাৰিব। কিয়নো ফোনটো ছুইচ অফ কৰাৰ বাবে পাছৱৰ্ডৰ প্রয়োজন হ’ব।

স্মার্টফোন যাতে ট্রেক কৰিব নোৱাৰে তাৰ বাবে চোৰে প্ৰায়ে ফোনৰ এয়াৰপ্লেন ম’ড অন কৰি দিয়ে। এই সমস্যাৰ পৰা সকাহ পাবলৈ প্রথমে স্মার্টফোনৰ ছেটিংছলৈ যাওক। ইয়াৰ পাছত নটিফিকেচন এণ্ড স্টোছ বাৰৰ বিকল্প নির্বাচন কৰক। এইবাৰ আপুনি ম’ৰ ছেটিংছ বাটনত ক্লিক্ কৰক। ইয়াত আপুনি ছোৱাইপ ডাউন অন লক স্ক্রিণ টু নিউ নটিফিকেচেন ড্রাইভাৰ অফ কৰিব লাগিব। ইয়াৰ ফলত চোৰে ম’বাইলৰ এয়াৰপ্লেন ম’ড অন কৰিব নোৱাৰিব।

এই দুই কামৰ পাছত আপুনি ছেটিংছত ছিকিউবিটি এণ্ড প্রাইভেচিলৈ গৈ ফাইন্ড মাই ডিভাইচ অপচন অন কৰিব লাগিব। ইয়াৰ পাছত আপুনি উইথ নেটৱর্ক ইন অল এৰিয়া অন কৰিব লাগিব। এই তিনি ছেটিংছ অন কৰাৰ পাছত স্মার্টফোন চুৰি হ’লে আপুনি সহজে ইয়াক ট্রেক কৰিব পাৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: safe from thievessmartphonethree settings
samimsultana

samimsultana

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d