Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Limit on alcohol consumption?সুৰাপানৰ নিদিষ্ট সীমা আছেনে ?

samimsultana by samimsultana
September 25, 2024
in Lifestyle
Reading Time: 3 mins read
0
Limit on alcohol consumption?সুৰাপানৰ নিদিষ্ট সীমা আছেনে ?
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Limit on alcohol consumption?

নিতৌ অথবা নিয়মীয়াভাৱে সুৰাপান কৰাসকলে বিভিন্ন যুক্তি দি সুৰাপানৰ অভ্যাস অব্যাহত ৰাখে। বহুতেই কয় যে কিছু পৰিমাণৰ সুৰাপান দেহ অথবা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নহয়, বৰঞ্চ এক নির্দিষ্ট পৰিমাণৰ তথা কম পৰিমাণত নিয়মীয়াভাবে সুৰাপান কৰাটো স্বাস্থ্যৰ পক্ষে ভাল। বিশেষুকৈ ৰেড ৱাইনৰ ক্ষেত্ৰত এনে ধৰণৰ যুক্তি দিয়া হয়। বহুতে বিশ্বাস কৰে যে ওজন হ্রাস পালে অথবা হেৰুওৱা ওজন ঘূৰাই আনিবলৈ হ’লে নিয়মিতভাবে কিছু পৰিমাণৰ ৰেড ৱাইন গ্রহণ কৰা উচিত।

ADVERTISEMENT

কিন্তু এই কথা মনত ৰখা ভাল যে সুৰাপানে স্বাস্থ্যৰ উপকাৰ সাধন কৰে বুলি কোনো পৰীক্ষা-নিৰীক্ষাত প্রমাণ হোৱা নাই। ‘লাঞ্চেট” শীর্ষক স্বাস্থ্য আলোচনীখনৰ শেহতীয়া খণ্ডত প্রকাশিত এক প্রতিবেদন অনুসৰি প্রকৃততে সুৰাপানৰ কোনো সুৰক্ষিত সীমা নাই, অর্থাৎ সুৰাপানে স্বাস্থ্যৰ উপকাৰ সাধন কৰে বুলি কোনেও নিশ্চিতি দিব নোৱাৰে। বৰঞ্চ সুৰাপানে দেহৰ প্রতি বিপদহে কঢ়িয়াই আনে বুলি উক্ত প্রতিবেদনত প্রকাশ পাইছে।

বিশ্বৰ ১৯৫ খন দেশৰ সুৰাপানৰ ফলত ৰোগাক্রান্ত হোৱা লোকৰ স্বাস্থ্যৰ বুজ লৈ একাংশ চিকিৎসক-গৱেষকে উক্ত প্রতিবেদন প্রকাশ কৰিছে। এই উদ্দেশ্যে তেওঁলোকে কমেও সাতশ স্বাস্থ্য প্রতিবেদন জুকিয়াই চায়। মূৰকত তেওঁলোক এই সিদ্ধান্তত উপনীত হয় যে সুৰাপানে কোনোপধ্যেই দেহ অথবা স্বাস্থ্যৰ উপকাৰ সাধন কৰিব নোৱাৰে। লাখ লাখ লোকক জড়িত কৰি এই অধ্যয়ন সম্পন্ন কৰা হয়।

এনে অধ্যয়ন চলোৱাৰ মূল কাৰণ হৈছে বর্তমানে সুৰাপান জটিল আৰু বৃহৎ সামাজিক সমস্যাৰূপে থিয় দিয়াটো। সকলোৰে অৱগত যে মাত্রাধিকভাৱে নিতৌ সুৰাপান কৰিলে এজন ব্যক্তিৰ যকৃত নষ্ট হোৱা, উচ্চ ৰক্তচাপ বৃদ্ধি, মানসিক স্বাস্থ্যৰ সমস্যা আৰু স্মৃতিশক্তি নাশৰ সমস্যাই দেখা দিয়ে। তদুপৰি সুৰাপানে আর্থ-সামাজিক সমস্যাৰো সৃষ্টি কৰে । শেহতীয়া অধ্যয়ন-গবেষণা অনুসৰি নিয়মিতভাবে মাথোঁ এপেগ মদ সেৱন কৰিলেই স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে। ইয়াৰ বিপৰীতে সুৰাপান নকৰিলে স্বাস্থ্য হানিৰ আশংকা নাথাকে। পৰীক্ষা- নিৰীক্ষাত দেখা গৈছে যে কৰ্কটৰ দৰে ৰোগত আক্রান্ত হোৱাৰ আশংকা অ-সুৰাপায়ীৰ তুলনাত ০.০৫ শতাংশ বৃদ্ধি পায়।

➡️ সুৰাপানৰ ফলত হোৱা ৰোগ:

এনিমিয়া: প্ৰচুৰ পৰিমাণত সুৰাপান কৰিলে তেজৰ ৰক্তলোহিত কণিকাই কঢ়িয়াই নিয়া অক্সিজেনব
পৰিমাণ হ্রাস পায়। ফলত এনিমিয়া অথবা ৰক্তহীনতাৰ সৃষ্টিৰ আশংকা থাকে।

কর্কট: নিয়মিতভাৱে সুৰাপান কৰিলে কর্কটত আক্রান্ত হোৱাৰ আশংকা প্রবল হয়। বিশেষকৈ যকৃত, স্তন, মুখ, ফেবিনক্স আৰু ইছ’ফেগাছৰ কৰ্কটৰ আশংকা প্ৰবল হৈ উঠে।

হৃদপেশীৰ ৰোগঃ নিয়মিত সুৰাপানে হৃদযন্ত্র অথবা হৃদপেশী ৰুগীয় কৰি তোলে। সুৰাপানৰ ফলত ৰক্তকেশিকাত তেজ গোট মাৰিব পাৰে। চিৰ’ছিছ: সুৰা অথবা এলক হলে যকৃতৰ কোষসমূহ বিষাক্ত কৰি তোলে। আনকি নিয়মিত সুৰাপানৰ ফলত যকৃতৰ চিৰ’ছিছৰ আশংকা থাকে।

ডিমেনছিয়া: নিয়মিত সুৰাপানৰ ফলত স্মৃতিনাশ অথবা ডিমেনছিয়াত আক্রান্তৰ আশংকা বৃদ্ধি পায়। হতাশা-অবসাদ: নিয়মিতভাৱে সুৰাপান কৰিলে হতাশা-অবসাদজনিত ৰোগত আক্রান্ত হোৱাৰ আশংকা থাকে।

শিৰামুৰী ধৰা: নিয়মিত সুৰাপানে মৃগী ৰোগ সৃষ্টি কৰিব পাৰে। অর্থাৎ এজন ব্যক্তি যিকোনো সময়তে শিৰামুৰী ধৰা ৰোগত আক্রান্ত হ’ব পাৰে। উচ্চ ৰক্তচাপ: সুৰাপানৰ ফলত উচ্চ চাপত আক্রান্তৰ আশংকা বৃদ্ধি পায়। সুৰা অথবা এলক ‘হলে ছিস্পেথেটিক নার্ভাছ ছিষ্টেমত বিৰূপ প্রভাৱ পেলায়।

অগ্নাশয়ৰ ৰোগঃ নিয়মিত সুৰাপানৰ ফলত পেনক্রিয়াইটাইটিছ অথবা অগ্নাশয়ৰ ৰোগত আক্ৰান্তৰ আশংকা বৃদ্ধি পায়। এই ৰোগত আক্রান্ত হ’লে অগ্নাশয়ৰ প্রদাহ অনুভৱ হয়। ইয়াৰ ফলত তলপেটত বিষৰ উৎপত্তি হয় আৰু ডায়েৰিয়াৰ সমস্যাৰ সৃষ্টি হয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Diseases Caused By Alcohol ConsumotionLimit on alcohol consumptionRed Wine
samimsultana

samimsultana

Related Posts

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
চিনেমা চালেই বৃদ্ধি পাব আয়ুস!
Lifestyle

চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

September 20, 2026
মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়
Lifestyle

মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

September 18, 2026
বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!
Lifestyle

বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

September 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d