Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Agp Foundation Day In Ghograpar:ঘগ্ৰাপাৰৰ বৰাজোলত অগপৰ প্রতিষ্ঠা দিৱস

অসমৰ ভাষা সংস্কৃতিৰ ৰক্ষাৰ স্বাৰ্থত আঞ্চলিকতাবাদী দল অগপৰ জন্ম হৈছিল:দিলীপ কুমাৰ দাস

samimsultana by samimsultana
October 14, 2024
in India, Assam, News
Reading Time: 1 min read
0
Agp Foundation Day In Ghograpar:ঘগ্ৰাপাৰৰ বৰাজোলত অগপৰ প্রতিষ্ঠা দিৱস
3
SHARES
33
VIEWS
ShareShareShareShare

Agp Foundation Day In Ghograpar:

অসমৰ ভাষা সংস্কৃতিৰ ৰক্ষাক স্বাৰ্থত আঞ্চলিকতাবাদী দল অগপৰ জন্ম হৈছিল । অসমীয়া জাতিটো যাতে স্বাভিমানী হিচাপে জীয়াই থাকিব পাৰে তাৰ বাবে গঠন কৰা হৈছিল অগপ দল। ৮৫৫ গৰাকী শ্বহীদৰ কেচা তেজৰ বিনিময়ত গঠন হোৱা দলটোৱে জাতিটোৰ সংকটৰ সময়ত থিয় দি এক বলিষ্ঠ পদক্ষেপ গ্রহণ কৰি আঞ্চলিকতাবাদী চৰিত্ৰ অক্ষুন্ন ৰাখি আহিছে। এই মন্তব্য অসম গণ পৰিষদ দলৰ সম্পাদক দিলীপ কুমাৰ দাসৰ।

ADVERTISEMENT

আজি অসম গণ পৰিষদ দলৰ ৩৯ নং নলবাৰী বিধান সভা সমষ্টি সমিতিৰ উদ্যোগত পূব বনভাগ দিহজাৰী খাতিকুছি আল্লিয়া আঞ্চলিক সমিতিৰ সহযোগত আৰু বৰাজোলবাসী ৰাইজৰ আতিথ্যত ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বৰাজোল দুৰ্গা মন্দিৰ প্ৰাঙ্গণৰ দেশপ্ৰাণ নগেন শৰ্মা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হয়।

RelatedPosts

Ghograpar:ঘগ্রাপাৰৰ- নাৰিকুছিতহাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৭.২ শতাংশ নম্বৰৰে উজ্বলিল জেভিদ ৰাজ

Nalbari:নলবাৰীৰ ঘগ্রাপাৰত “মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আচনি”ৰ পৰা বঞ্চিত মহিলাৰ প্রতিবাদ

Latmandal Arrested In Ghograpar:ঘগ্ৰাপাৰত ঘোচখোৰ লাট মণ্ডলক আটক

ghograpar 2কাৰ্যসূচী অনুসৰি পুৱা নৰেশ্বৰ ৰাজবংশী সোঁৱৰণী মূখ্যদ্বাৰ উন্মোচন কৰে অগপ দলৰ সাধাৰণ সম্পাদক আক্ৰাম হুছেইনে।
তাৰ পিছতে দলীয় পতাকা উত্তোলন কৰে অগপ নলবাৰী বিধান সভা সমষ্টি সমিতিৰ সভাপতি সনাতন ৰাজবংশীয়ে। তাৰ পিছতে নলবাৰী জিলাৰ অগপ দলৰ জ্যেষ্ঠ নেতা তথা অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়া সকলে দলীয় পতাকা উত্তোলন কৰে। তাৰ পিছতে সম্পাদকদ্বয় ব্ৰজেন চন্দ্ৰ শৰ্মা আৰু কমল চন্দ্ৰ দাসে আঁত ধৰা সভাখনৰ আৰম্ভণিতে শ্বহীদ পৰিয়ালৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি শ্বহীদক স্মৰণ কৰে। প্ৰয়াত নগেন শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে দলীয় কাৰ্যকৰ্তাই। দিনৰ ১২ বজাত নলবাৰী বিধান সভা সমষ্টি সমিতিৰ সভাপতি সনাতন ৰাজবংশীয়ে সঞ্চালনা কৰা সভাখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে অগপ নলবাৰী জিলা সমিতিৰ প্ৰাক্তন সভাপতি ডঃ ফটিক চন্দ্ৰ শৰ্মাই।

সভাত আমন্ত্ৰিত অতিথিৰ ভাষণ দিয়ে অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আক্ৰাম হুছেইনে | সভাত অগপৰ সাধারণ সম্পাদক ধৰ্মেশ্বৰ ৰায়, নলবাৰী জিলা অগপৰ সভাপতি আনন্দ ৰাজবংশীয়ে ভাষণ দিয়ে।

সভাত নলবাৰী বিধান সভা সমষ্টি সমিতিৰ উপদেষ্টা ডঃ বীৰেন কুমাৰ চক্ৰৱৰ্তী, জ্যেষ্ঠ অগপ নেতা গিৰীন্দ্ৰ তালুকদাৰ, কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহ সদস্য কেশৱ চন্দ্ৰ ডেকা আদি উপস্থিত থাকে। অগপ দলৰ প্ৰতিষ্ঠা দিৱসৰ সভাখনত নলবাৰী সমষ্টিৰ অন্তৰ্গত কেইবাজনো জ্যেষ্ঠ অগপ নেতাৰ লগতে ছহীদ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰে নলবাৰী বিধান সভা সমষ্টি আৰু আদৰণি সমিতিয়ে।সভাৰ অন্তত উদযাপন সমিতিৰ সভাপতি গৌৰীকান্ত দাসে শলাগৰ শৰাই আগবঢ়াই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Agp Foundation Day CelebrationGhograpar
samimsultana

samimsultana

Related Posts

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়
Assam

খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d