Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Assam State Bjp:কংগ্ৰেছ দল এতিয়া আভ্যন্তৰীণ সংঘাত জৰ্জৰিত: অসম প্রদেশ বিজেপি

samimsultana by samimsultana
October 21, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Assam State Bjp:কংগ্ৰেছ দল এতিয়া আভ্যন্তৰীণ সংঘাত জৰ্জৰিত: অসম প্রদেশ বিজেপি
2
SHARES
19
VIEWS
ShareShareShareShare

Assam State Bjp:

কংগ্ৰেছ দলৰ নেতাসকলৰ নিজৰ মাজতেই একতা নাই অথচ তেওঁলোকে অসমৰ বিৰোধী দলসমূহক বিজেপি দলৰ বিৰুদ্ধে ঐক্যৱদ্ধ হ’বলৈ বিৰোধী ঐক্য গঠন কৰে! এয়া অকল হাস্যকৰে নহয় লজ্জাজনকো। শেহতীয়াকৈ বিহালী উপ নির্বাচনৰ ক্ষেত্ৰত দলটোৰ আভ্যন্তৰত দেখা দিয়া প্রার্থীত্বকেন্দ্রিক সংঘাতে এনেকুৱা প্রতিচ্ছবি এখনকে প্রতিফলিত কৰিছে।

ADVERTISEMENT

উক্ত সমষ্টিত বিশেষকৈ প্রদেশ কংগ্ৰেছৰ সভাপতি আৰু এগৰাকী সাংসদৰ মাজত প্রার্থীত্বকেন্দ্রিক সংঘাত দেখা দিয়াটো এতিয়া জলজল পটপট হৈ পৰিছে। প্রদেশ কংগ্ৰেছক উদ্দেশ্যি এই মন্তব্য ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ মুখপাত্র ৰূপম গোস্বামীৰ।

RelatedPosts

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

Dhekiajuli:ঢেকীয়াজুলিৰ গুপ্তেশ্বৰ দেৱালয় চৌহদৰ পৰা শুভাৰম্ভ হ’ল বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’ৰ

State BJP :মিঞা প্রেমী ছাদুল্লা-ভাছানিৰ আদৰ্শৰে অনুপ্রাণিত গৌৰৱ গগৈ : ৰাজ্যিক বিজেপি

আজি দলৰ মুখ্য কাৰ্যালয়ৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত মুখপাত্ৰ গৰাকীয়ে কয়, বিৰোধী ঐক্যৰ নামত এজন প্রার্থীক তেওঁলোকে প্রক্ষেপ কৰাৰ চিন্তা কৰিছিল যদিও তেওঁলোকৰ দলৰ নেতৃত্বৰ মাজত এতিয়া খোৱাকামোৰা লাগিছে। কংগ্রেছ দলেহে বিহালী সমষ্টিত প্রার্থী প্রক্ষেপ কৰিব বুলি এতিয়া খবৰ ওলাইছে। প্রকৃততে এই কথাটোৱেই প্রমাণ কৰিছে যে ক্ষমতালিপ্স কংগ্ৰেছ দল ক্ষমতাত নাথাকিলেও তেওঁলোকৰ ভিতৰভাগত ক্ষমতাকেন্দ্ৰিক অৰিয়াঅৰি অন্ত নপৰে।

গোস্বামীয়ে পুনৰাই কয়, অকল প্রার্থীত্বকেন্দ্রিক সংঘাতেই নহয়, কংগ্ৰেছ দলটো চূড়ান্ত দুর্নীতি, অনিয়ম আৰু স্বজন তোষণৰেও পৰিৱেষ্টিত। ধুবুৰীৰ সাংসদ তথা চামুগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইনৰ শেহতীয়া বক্তব্যই এই কথা পুনৰবাৰ প্ৰমাণিত কৰিছে। ৰকিবুল হুছেইনে চামুগুৰিত নিজৰ পুত্ৰৰ নির্বাচনী প্ৰচাৰ চলাবলৈ গৈ কংগ্ৰেছ চৰকাৰৰ সময়ত প্রতিটো পঞ্চায়তত এশজনকৈ নিবনুৱাক চৰকাৰী চাকৰি দিয়া বুলি মন্তব্য কৰিছিল। এই কথাটোৱে প্রমাণিত কৰে যে কংগ্ৰেছৰ দিনত দুর্নীতি, অনিয়ম আৰু স্বজন তোষণৰ জৰিয়তে চৰকাৰী চাকৰি দিয়া হৈছিল।

কিন্তু তাৰ বিপৰীতে বৰ্তমানৰ মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰে সম্পূৰ্ণ নিকা আৰু স্বচ্ছতাৰে মেধাৰ ভিত্তিত চাকৰি দিয়াটো সর্বজনবিদিত। বিজেপি বিৰোধী সাত শতৰুৱেও আজি স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে আজি হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত স্বচ্ছতা আৰু নিকা পদ্ধতি গ্রহণ কৰিছে। তাৰ বিপৰীতে এতিয়া ৰকিবুল হুছেইনে নিজ দলৰ চৰকাৰৰ দুৰ্নীতৰ কথা নিজেই ফাদিল কৰিছে।

ৰূপম গোস্বামীয়ে কয়, প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা যেতিয়া সংখ্যালঘু এলেকালৈ যায় তেতিয়া তেওঁৰ বক্তব্য অতি বলিষ্ঠ হোৱা দেখা যায়। মিঞা ভোটবেংকৰ স্বাৰ্থত ভূপেন বৰাই সংখ্যালঘু এলেকাত গৈ মূলা গাভৰু, কুশল কোঁৱৰ, মণিৰাম দেৱান, ভোগশ্বৰী ফুকননী হয়। কিন্তু খিলঞ্জীয়া মানুহৰ পক্ষত তেওঁ কেতিয়াও এনেকুৱা শব্দ ব্যৱহাৰ কৰা দেখা নাযায়।

একমাত্র মিঞা সম্প্ৰদায়ৰ লোকসকলক ৰক্ষা কৰিবলৈহে কংগ্ৰেছ দলটো যে আছে ভূপেন বৰাই তাকে বাৰে বাৰে প্ৰমাণ কৰিছে। চাৰিবছৰমান পূর্বে তেওঁ গৰুখুটীত অবৈধ উচ্ছেদ চলোৱাৰ বিৰোধিতা কৰি নিজৰ চাৰ্ট ফালিছিল। অবৈধ বেদখলকাৰী, আগ্রাসনকাৰীসকলৰ পক্ষত ভূপেন বৰাই সদায় মাত মাতি আহিছে।

কিন্তু ভূপেন বৰা কেতিয়াও খিলঞ্জীয়া মানুহৰ স্বাৰ্থত মণিৰাম দেৱান, মূলা গাভৰু হ’বলৈ নাযায়। একমাত্র আগ্রাসনকাৰী সকলৰ পক্ষতহে এই অৱস্থান গ্রহণ কৰি অহা দেখা যায়। এয়াই ভূপেন বৰা আৰু কংগ্ৰেছ নেতা সকলৰ আগ্রাসনকাৰী সকলৰ পক্ষত থকা প্রেম।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam State BjpSinior Sporkperson Rupam Goswami
samimsultana

samimsultana

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d