Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ASTC is full of hundreds of idle buses:শ শ অচল বাছেৰে ভৰিছে এএছটিচি !

অতীত হোৱাৰ পথত গঁড়ৰ প্ৰতীক সম্বলিত ৰঙা বাছ, ৰূপনগৰৰ চৌহদত কৰুণ দৃশ্য, বছৰি গড়ে উপাৰ্জন ১১৫-১২০ কোটিৰ বিপৰীতে ব্যয় ২০৫-২১০ কোটি, পাঁচ শতাধিক বাছেই চলি থকা অৱস্থাত নাই বুলি জনালে কর্তৃপক্ষই

samimsultana by samimsultana
October 26, 2024
in News, Assam, India
Reading Time: 3 mins read
0
ASTC is full of hundreds of idle buses:শ শ অচল বাছেৰে ভৰিছে এএছটিচি  !
3
SHARES
25
VIEWS
ShareShareShareShare

ASTC is full of hundreds of idle buses:

মৃত্যুঘণ্টা বাজিছে এসময়ত অসমীয়াৰ আৱেগ-অনুভূতি জড়িত হৈ থকা এশিঙীয়া গঁড়ৰ প্রতীক সম্বলিত ৰঙা বাছসমূহৰ। শাৰী শাৰী শ শ অচল ৰঙা বাছে সম্প্রতি ভৰি পৰিছে মহানগৰীৰ ৰূপনগৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ চৌহদ।

ADVERTISEMENT

উল্লেখ্য যে বিশাল সম্পত্তি আৰু যথেষ্ট সম্ভাৱনীয়তা থকাৰ পাছতো একমাত্ৰ চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ ফলতে অসম ৰাজ্যিক পৰিবহণ নিগমৰ মৃত্যুমুখী যাত্ৰা আৰম্ভ হৈছে বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ আহিছে। লগতে অভাৱনীয় আর্থিক সংকটৰ ফলত ৰাজহুৱা খণ্ডৰ এই প্রতিষ্ঠানটো সম্প্রতি ইতিহাস হোৱাৰ দিশত গতি কৰিছে।

RelatedPosts

No Content Available

astc 2বিভাগীয় তথ্য অনুসৰি, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত ১,১৩২ খন বাছ আছে; কিন্তু ইয়াৰে গৰিষ্ঠ সংখ্যক বাছেই সম্প্রতি অচল হৈ গুৱাহাটীৰ ৰূপনগৰস্থিত চৌহদৰ লগতে ৰাজ্যৰ বিভিন্ন প্রান্তত পৰি ৰৈছে। অৱশ্যে কিছু সংখ্যক বাছ মেৰামতি কৰিলে পুনৰ ৰাজপথত চলাচল কৰিব পাৰে যদিও অচল হৈ পৰা গৰিষ্ঠ সংখ্যক বাছেই সম্প্রতি জহি-খহি গৈছে।

কোনোবা এখন বাছৰ যদি খণ্ড বিখণ্ড হৈ ক’ৰবাত পৰি ৰৈছে, আন কিছুমান বাছ হাবি-জংঘলে সম্পূর্ণ ঢাকি পেলাইছে। নিগমৰ স’তে জড়িত কৰ্মচাৰীয়ে সদৰী কৰা অনুসৰি, ৰূপনগৰস্থিত চৌহদত তিনি-চাৰি শতাধিক বাছ বিকল হৈ পৰি আছে। বিভাগীয় তথ্য অনুসৰি, নিগমৰ অধীনত সম্প্রতি ছয় শতাধিক বাছ চলাচল কৰি আছে; কিন্তু এই সংখ্যাত সন্দেহ আছে বুলি প্ৰকাশ কৰিছে একাংশ চালকে। অৱশ্যে বিভাগে স্পষ্ট কৰি দিছে যে নিগমৰ পাঁচ শতাধিক বাছ পথত চলি থকা অৱস্থাত নাই।

অৱশ্যে শতাধিক বাছৰ মেৰামতিৰ সম্ভৱ যদিও গৰিষ্ঠসংখ্যক বাছৰে মেৰামতি সম্ভৱ নহয়। উল্লেখ্য যে গুৱাহাটী মহানগৰীত নিগমৰ অধীনত চলি থকা দুশখন বৈদ্যুতিক গ্রীণ বাছ আৰু এশখন চিএনজি বাছ গুৱাহাটী স্মার্ট চিটিয়ে যোগান ধৰা। লগতে বিভাগে চলি থকা বুলি দাবী কৰা ৬৪৬খন বাহনৰ ভিতৰত দুই শতাধিক বাহন অইল ইণ্ডিয়া, বিচিপিএল আৰু অ’এনজিচিৰ অধীনত চলি আছে। ইয়াৰ বিপৰীতে চলাচল কৰি থকা উল্লিখিত বাহনসমূহৰ পৰা লাভৰ বিপৰীতে ব্যাপক লোকচানৰহে সম্মুখীন হৈছে বিভাগ।

ফলত মেৰামতি কৰিবলৈ পর্যাপ্ত ধনৰ অভাৱত সম্প্রতি চৌহদতে পচি যোৱাৰ উপক্রম হৈছে বাছসমূহ। এক কথাত ক’বলৈ গ’লে গুৱাহাটী স্মার্ট চিটিৰ অধীনত চলাচল হৈ থকা গ্রীণ বাছসমূহেহে যেন সম্প্ৰতি নিগমৰ অস্তিত্ব ধৰি ৰাখিছে।

উল্লেখ্য যে ২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা ২০২২-২৩ বিত্তীয় বর্ষলে প্রায় ছশ কোটি টকাৰ লোকচানৰ সম্মুখীন হৈছে অসম ৰাজ্যিক পৰিবহণ নিগম। বিভাগটোৱে বছৰি গড়ে ১১৫-১২০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় যদিও বিপৰীতে ব্যয় হয় ২০৫-২১০ (গড়ে) কোটি টকা। এই লোকচানৰ পৰিমাণ হ্ৰাস কৰিবলৈ তথা এসময়ৰ লাভজনক বিভাগটো পুনৰ উজ্জীৱিত কৰিবলৈ আজিকোপতি কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নহ’ল।

ফলশ্রুতিত বিভাগটো আজি অস্তিত্বহীন হৈ পৰিছে। ইফালে, ব্যক্তিগত খণ্ডৰ বাছসমূহে লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে যদিও তথা ৰাজ্যৰ ৰাজ পথসমূহত ব্যক্তিগত অত্যাধুনিক নতুন নতুন বাছৰ চলাচল অব্যাহত আছে যদিও চৰকাৰী খণ্ডৰ এটা বিয়াগোম বিভাগৰ অধীনত চলা বাছসমূহে লোকচানৰ সন্মুখীন হৈ অহা বিষয়টোৱে বিশেষ তাৎপর্য বহন কৰিছে। দায়িত্বশীল বিষয়া-মন্ত্ৰী আৰু এএছটিচিৰ অধ্যক্ষৰ অভাৱৰ লগতে চৰকাৰৰ অমনোযোগিতাৰ ফলতে বিভাগটোৰ মৃত্যুঘণ্টা বাজিছে বুলি বিভিন্নজনে প্রশ্ন উত্থাপন কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Astc BusesRupnagar CampusSeveral Hundred I Idle Buses
samimsultana

samimsultana

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d