Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

    ‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

    চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Drinking water crisis in Dighalipukhuri:খোৱা পানীখিনিয়েই যদি যোগান ধৰিব নোৱাৰে, কি স্মার্ট চিটি বনাব !

১০-১৫ দিনে পানী নাই মহানগৰীৰ দীঘলীপুখুৰীৰ বৃহত্তৰ অঞ্চলত

samimsultana by samimsultana
October 4, 2024
in India, News
Reading Time: 3 mins read
0
Drinking water crisis in Dighalipukhuri:খোৱা পানীখিনিয়েই যদি যোগান ধৰিব নোৱাৰে, কি স্মার্ট চিটি বনাব !
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Mariani Public Protest: এটুপি পানীৰ বাবে হাহাকাৰ মৰিয়নিৰ বহলটিং বাসীৰ

Student Protest in AEC :অসম অভিযান্ত্রিক মহাবিদ্যালয়ত হোষ্টেল আৱাসীৰ অভিনৱ প্ৰতিবাদ

Opposition tribute ceremony:এছআইটিয়ে শ্যামকানুৰে মুখ্যমন্ত্ৰীৰ সম্পৰ্ক লুকুৱাবলৈ কাম কৰা বুলি ৰাইজৰ সন্দেহ

Drinking water crisis in Dighalipukhuri:

ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ নামত চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে হেজাৰ হেজাৰ কোটি টকা খৰচ কৰি আহিছে যদিও এইখন অসমত এতিয়াও এটুপি বিশুদ্ধ খোৱাপানী বিচাৰি জনতাই হাহাকাৰ কৰিবলগীয়া হৈছে। বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত স্বয়ং গুৱাহাটীতে আজিকোপতি খোৱাপানীৰ নাটনি দূৰ কৰিবলৈ সক্ষম – নহ’ল কোনো এখন চৰকাৰ। অৱশ্যে প্ৰতিখন চৰকাৰে নাগৰিকক ২৪ ঘণ্টাই বিশুদ্ধ খোৱপানী যোগানৰ নামত আশ্বাসৰ ওপৰত আশ্বাস প্রদান কৰি আহিছে যদিও বাস্তৱ ক্ষেত্ৰত এই সমস্যাৰ পৰা সমাধান নাপালে নাগৰিকসকলে।

ADVERTISEMENT

তাৰ মাজতে এইবাৰ দীঘলীপুখুৰীৰ বৃহত্তৰ অঞ্চলৰ নাগৰিকে যোৱা ১০-১৫ দিন এটুপি খোৱাপানী বিচাৰি হাহাকাৰ কৰিবলগীয়া বিষয়টোৱে চৰকাৰৰ খোৱাপানী যোগানৰ ব্যৰ্থতাৰ ফোঁপোলা স্বৰূপটো পুনৰ উদঙাই দিলে।

উল্লেখ্য যে গুৱাহাটীৰ মাজমজিয়াত তথা দীঘলীপুখুৰী পাৰৰ বৃহত্তৰ অঞ্চলটোত যোৱা ১০-১৫ দিনে খোৱাপানীৰ তীব্র সংকটে দেখা দিছে। এটুপি বিশুদ্ধ খোৱাপানী বিচাৰি অঞ্চলবাসীয়ে সম্প্রতি হাবাথুৰি খাবলগীয়া হৈছে। এই সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমকে ধৰি সংশ্লিষ্ট পক্ষৰ লগত অঞ্চলবাসীয়ে বাৰম্বাৰ যোগাযোগ অব্যাহত ৰাখিছে যদি জনতাৰ চৰকাৰৰ বিষয়া-প্রতিনিধিয়ে এই ক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উঠিছে।

সংশ্লিষ্ট কর্তৃপক্ষই বিভিন্ন অজুহাত দেখুৱাই সমস্যা সমাধানত মনোযোগ তথা গুৰুত্ব প্ৰদান নকৰাত এতিয়া এটুপি খোৱাপানীৰ চিন্তাই অঞ্চলবাসীৰ টোপনি হৰিছে। তাৰ মাজতে অঞ্চলবাসীয়ে এটুপি খোৱাপানী যদি যোগান ধৰিব নোৱাৰে, কি স্মার্ট চিটি বনাব বুলি চৰকাৰৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰে।

উল্লেখ্য যে নাগৰিকক খোৱাপানী যোগান ধৰাটো এখন কল্যাণকামী চৰকাৰৰ নৈতিক কৰ্তব্য তথা মূল দায়িত্ব। এই কৰ্তব্য পালনৰ প্ৰতিশ্রুতি প্রদান কৰি বিগত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনকে ধৰি অন্যান্য নির্বাচনসমূহত বিজেপিয়ে মহানগৰবাসীক ২৪ ঘণ্টাই বিশুদ্ধ খোৱাপানী যোগানৰ প্ৰতিশ্রুতি প্রদান কৰি আহিছিল; কিন্তু শাসনৰ গাদী লাভ কৰাৰ পাছত ৰাইজৰ সমস্যাক লৈ সংশ্লিষ্ট পক্ষসমূহ চিন্তিত নহয় বুলি অঞ্চলবাসীয়ে ক্ষোভ প্রকাশ কৰি প্ৰথমে গুৱাহাটীবাসীক খোৱাপানী যোগান নিশ্চিত কৰিবলৈ দাবী জনায়।

এই ক্ষেত্রত ভুক্তভোগী তথা দীঘলীপুখুৰীৰ স্থানীয় বাসিন্দা পল্লৱ শর্মাই কয়, ‘আজি কমেও ১০-১৫ দিন হ’ল, দীঘলীপুখুৰী পাৰৰ অঞ্চলত পানী নাই। মানুহৰ হাহাকাৰ অৱস্থা। গুৱাহাটীৰ মাজমজিয়াতে যদি এনেকুৱা অৱস্থা, বাকী অঞ্চলৰ কি হ’ব! বহু অভিযোগ দিয়া হ’ল পৌৰ নিগমে বিষয়টো গুৰুত্ব তথা মনোযোগ দিয়া নাই। অঞ্চলবাসীয়ে লাগি লাগি মানুহ আনিলে; কিন্তু অনাৰ পাছত বিভিন্ন অজুহাত। ১০-১৫ দিনে সমস্যাটো সমাধানত কাৰোৱে গুৰুত্ব নাই।’ লগতে তেওঁ কয়, ‘২৪ ঘণ্টাই পানী যোগানৰ কথা কৈছিল; কিন্তু বাস্তৱত শূন্য।

পানীৰ কাৰণে ৰাতি টোপনি নোহোৱা অৱস্থা হৈছে। হেজাৰ হেজাৰ টকা গৈছে পানী ক্রয়ৰ নামত। কিমান দিন পানী ক্রয় কৰি খাব? মুঠতে কোনো ফালৰ পৰা সঁহাৰি পোৱা নাই। ১০-১৫ দিন যুঁজ দি থাকিবলগীয়া হৈছে’ উল্লেখ্য যে অঞ্চলবাসীক গুৱাহাটী পৌৰ নিগমে পানী যোগান ধৰি আহিছিল। এই সন্দর্ভত শর্মাই কয়, ‘বহু বছৰৰ পৰা গুৱাহাটী গৌৰ নিগমে পানী দি আছিল। পাণবজাৰৰ পৰা পানী পাই আছিলো। হঠাৎ বৃহত্তৰ অঞ্চলটোত পানী যোগান বন্ধ হৈ পৰিল।

তেওঁলোকে কয় যে মেচিন বেয়া হৈছে। লাগি লাগি আজিও মানুহ অনা হৈছে; কিন্তু তেওঁলোকে কয় যে খন্দাৰ অনুমতি নাই।’ পানীৰ অবিহনে মানুহৰ কি অৱস্থা হয়, সেয়া কাৰোৱে চিন্তা নাই বুলি তেওঁ মন্তব্য কৰি পুনৰ কয়, ‘জলব’ৰ্ডৰ পানী কেতিয়াবা নৱেম্বৰত, কেতিয়াবা ডিচেম্বৰত আহিব বুলি কয়। এতিয়া নৱেম্বৰ-ডিচেম্বৰলৈ মানুহে পানী নোখোৱাকৈ থাকিব নেকি? বহু অভিযোগ দিয়া হৈছে কাৰো গা লৰা নাই। গুৱাহাটীৰ মাজমজিয়াতে যদি এনেকুৱা, কি স্মার্ট চিটি বনাব ? কোনো ফালে উপায় নাইকিয়া হৈছে।’

উল্লেখ্য যে গুৱাহাটীবাসীয়ে কেতিয়া বিশুদ্ধ খোৱাপানী লাভ কৰিব, সময়ে সময়ে সংবাদমেল পাতি কথা চহকী বিভাগীয় মন্ত্রী অংশোক সিংহলে দীঘলীয়া বর্ণনা দি আহিছে যদিও মন্ত্ৰীজনৰ মিথ্যাচাৰ বাৰে বাৰে উদঙাই দি আহিছে এনেধৰণৰ ঘটনাই; কিন্তু এই গুৰুতৰ সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰকৃততে দায়িত্ব ল’ব কোনে ? আজিৰ দিনত ই এক কোটিটকীয়া প্রশ্ন। নে পানী যোগান আঁচনিসমূহ সোণৰ কণী পৰা হাঁহলৈ পর্যবসিত হোৱাৰ বাবেই আজিও এই সমস্যা ওলমাই ৰখা হৈছে?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DighalipukhuriDrinking water crisisGuwahati Dighalipukhuri
samimsultana

samimsultana

Related Posts

বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!
International

October 17, 2026
শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং
International

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

October 17, 2026
‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা
India

‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

October 17, 2026
চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d