Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Laokhawa Burhachapari Sanctuary:পুনৰ উজ্জীৱিত লাওখোৱা বুঢ়াচাপৰি

publisher by publisher
January 29, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Laokhawa Burhachapari Sanctuary:পুনৰ উজ্জীৱিত লাওখোৱা বুঢ়াচাপৰি
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Five wolves were rescued from Laokhawa in Nagaon:নগাঁৱৰ লাওখোৱাৰ পৰা উদ্ধাৰ পাঁচটাকৈ পহু

Laokhawa Burhachapari Sanctuary:

হেজাৰৰো অধিক ভিন্ন প্ৰজাতিৰ স্থানীয় আৰু পৰিভ্ৰমী জলচৰ পক্ষীৰে সমৃদ্ধ লাওখোৱা বুঢ়াচাপবি অভয়াৰণ্যত ‘শিমলু উৎসৱ’ৰ আয়োজন কৰা হৈছে। উল্লেখ্য যে বিভিন্ন উদ্ভিদৰ লগতে ইয়াত প্ৰচুৰ পৰিমাণে আছে শিমলু গছ। ফাগুনৰ শিমলু ফুলাৰ বতৰ চমু চাপি অহাৰ লগে লগে লাওখোৱা বুঢ়াচাপৰিৰ ৰূপহী হৈ উঠে।

ADVERTISEMENT

এই ৰূপ দৰ্শনৰ বাবে দেশী- বিদেশী পর্যটকক আকর্ষণ কৰিবলৈকে আয়োজন কৰা হৈছে এই শিমলু উৎসৱৰ। প্রণিধানযোগ্য যে ১৯৮৩ ত ৰাজ্যত অবৈধ বিদেশী বহিষ্কাৰৰ দাবীত হোৱা আন্দোলনব সময়ত একেটা বছৰতে দুষ্কৃতিকাৰীয়ে ৩০টাতকৈও অধিক এশিঙীয়া গঁড় নিধন কৰাৰ লগতে পৰৱৰ্তী সময়ত ব্যাপক বেদখলৰে লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ অৱস্থা শোচনীয় হৈ পৰে।

ইয়াৰ পাছত এই অৰণ্যক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস ২০০৭ৰ পৰা পূৰ্ণগতিত আৰম্ভ হয়। নগাঁও বন্যপ্রাণী সংমণ্ডলত সেই সময়ত যোগদান কৰা দক্ষিণ ভাৰতীয় বন সেৱা বিষয়া মুথুকুমাৰৰ নেতৃত্বত স্থানীয় এলবিচিএছ নামৰ বেচৰকাৰী সংগঠনটোৰ সদস্যসকলে অভয়াৰণ্য দুখন পুনৰুজ্জীৱিত কৰা কাৰ্যত ব্যস্ত হৈ পৰে।

২০০৭ৰ পৰা ২০২৪লৈ বিভিন্ন ঘটনা পৰিঘটনাৰে ইয়াত পুনৰ গড় সংস্থাপনৰ প্রয়াস তথা এই প্রয়াস বিফল হােৱা, ওৰাঙৰ পৰা অহা গঁড় নিধন আৰু বিভাগটোৰ একাংশৰ দ্বাৰা এই ঘটনাক গাপ দি সংবাদ মাধ্যমকে মিছলীয়া বুলি এটা চক্রই চলোৱা উদ্দেশ্য প্রণোদিত ষড়যন্ত্র আৰু পাছত তদন্তকাৰী বন বিষয়াই গড় হত্যাৰ সত্যতা উদ্‌ঘাটন আৰু প্রতিবেদন দাখিল আদিৰ লগতে ইয়াত ঢেঁকীয়াপতীয়া বাঘৰ বিচৰণ কেমেৰা ট্রেপিঙত পোহৰলৈ আহে প্রায় পাঁচ বছৰ পূর্বে।

সম্প্রতি ইয়াত ম’হ, হাতী, গঁড়, বাঘকে ধৰি পাঁচবিধ বৃহদাকাৰৰ বন্যজন্ত থকাটো নিশ্চিত হৈছে। ইতিমধ্যে বেদখল উচ্ছেদৰ লগতে ইয়াৰ জলাশয়ত চোবাং মৎস্য চিকাৰ যথেষ্ট হ্রাস পোৱা তথা তদানীন্তন বন বিষয়া পি শিৱকুমাৰৰ দিনত বুঢ়াচাপৰিৰ উন্নয়নো উল্লেখযোগ্য। সম্প্রতি ১০ টাতকৈও অধিক ঢেঁকীয়াপতীয়া বাঘ, তিনিটা গঁড়ৰ স্বতঃস্ফূর্ত আগমন, শেহতীয়া গণনাত ধৰা পৰা ২০ টাতকৈও অধিক দুষ্প্রাপ্য দলহবিণৰ লগতে হাতী আৰু বনৰীয়া ম’হৰ সমাহাৰেৰে লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য পুনৰুজ্জীবিত হৈ উঠিছে।

২০১৯-২০ত জলচৰ পক্ষী গণনাত ৭০ হেজাৰৰো অধিক বিভিন্ন প্রজাতিৰ স্থানীয় আৰু পৰিভ্ৰমী জলচৰ পক্ষী ইয়াত থকাটো নিশ্চিত হৈছিল। অসংখ্য ভাটোৰ কাকলিৰে পৰ্যটকক অভিবাদন জনোৱা এই অভয়াৰণ্য দুখনত এইবাব এলবিচিএছ নামৰ স্বেচ্ছাসেৱী প্রকৃতিপ্রেমী সংগঠনটোৱে দুদিনীয়া কাৰ্যসূচীৰে ‘শিমলু উৎসৱ’ উদযাপনৰ আয়োজন কৰিছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্র সঞ্চালিকা সোণালী ঘোষ আৰু নগাঁও বন্যপ্রাণী সংমণ্ডলৰ সংমণ্ডল বিষয়া জয়ন্ত ডেকাৰ বিশেষ তৎপৰতাত ডব্লিউডব্লিউএফ আৰু আৰণ্যকে এই উৎসৱ আয়োজনত সহযোগিতা আগবঢ়াইছে। অভয়াৰণ্য দুখনৰ পৰিস্থিতি তন্ত্ৰৰ সংৰক্ষণ আৰু পৰ্যটনৰ উন্নয়নৰ উদ্দেশ্যে পৰিভ্ৰমী পক্ষীৰ লগতে ৰঙা শিমলুৰ অনন্য শোভা উপভোগ কৰাৰ কাৰ্যসূচীৰ লগতে পৰিবেশ সম্পৰ্কীয় বিশেষ বক্তৃতা আৰু লোকনৃত্যৰ অনুষ্ঠানৰে ১০ আৰু ১১ ফেব্ৰুৱাৰীত লাওখোৱা বৰুণগুৰিৰ বিছেং না ইক’ ৰিজ’ৰ্টত দুদিনীয়াকৈ আয়োজন কৰা হ’ব এই অনুষ্ঠান। প্রথম দিনটোত চাইকেল চালনাৰে অভয়াৰণ্য ভ্ৰমণৰ বিশেষ কার্যসূচী ৰূপায়ণ কৰা হ’ব বুলি সদৰী কৰিছে উদ্যোক্তাসকলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Laokhawa- Burhachapari SanctuarySimalu festival
publisher

publisher

Related Posts

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

September 2, 2026
পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d