Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

DB Stock Scam Accused Dipankar Barman Arrested By Guwahati Police:২৭ লাখ টকাসহ গোৱাত ধৃত প্ৰৱঞ্চক

দীপাংকৰ বৰ্মনক আজি হাজিৰ কৰাব পার্নেম আদালতত, আদালতৰ পৰা ট্ৰেণজিট ৰিমাণ্ডত ল'ব গুৱাহাটী ক্ৰাইম বাঞ্চে, মঙলবাৰে গুৱাহাটীলৈ বুলি ৰাওনা হ'ব দীপাংকৰসহ আৰক্ষীৰ দলটো, সাত হেজাৰ কোটি টকা আত্মসাতৰ অভিযোগ, ৬৬ দিন ধৰি আত্মগোপন কৰি আছিল মহাপ্ৰৱঞ্চক দীপাংকৰ

samimsultana by samimsultana
October 28, 2024
in India, Assam, Crime, News
Reading Time: 4 mins read
0
DB Stock Scam Accused Dipankar Barman Arrested By Guwahati Police:২৭ লাখ টকাসহ গোৱাত ধৃত প্ৰৱঞ্চক
2
SHARES
21
VIEWS
ShareShareShareShare

DB Stock Scam Accused Dipankar Barman Arrested By Guwahati Police:

লাখ লাখ টকা, সোণৰ আ-অলংকাৰসহ প্রায় ৬৬ দিন আত্মগোপনৰ পাছত অৱশেষত দেওবাৰে সন্ধিয়া গোৱাত গ্রেপ্তাৰ হ’ল অনলাইন ট্রেডিঙৰ মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মন। ৰাজ্যত সংঘটিত অবৈধ ট্রেডিঙৰ প্ৰথম ঘটনা দীপাংকৰৰ জৰিয়তেই পোহৰলৈ আহিছিল । ‘ডি বি ষ্টক ব্রকিং’ নামৰ এটা প্রতিষ্ঠান স্থাপন কৰি দেশৰ কমেও ছখন ৰাজ্যত দীপাংকৰে বিনিয়োগকাৰীক প্ৰৱঞ্চনা কৰি আহিছিল ৷

ADVERTISEMENT

dipankar image 2চতুৰ দীপাংকৰে তাৰ পাছতে আত্মগোপন কৰে। দীপাংকৰৰ পাছতহে অনলাইন ট্রেডিঙৰ নামত প্রৱঞ্চনা কৰা আন আন প্ৰৱঞ্চকসকলৰ তথ্য পোহৰলৈ আহে। সেইসকল কেতিয়াবাই আৰক্ষীৰ জালত পৰে। ইয়াৰ বিপৰীতে প্ৰায় সাত হেজাৰ কোটি টকা প্রবঞ্চনা কৰা বুলি অভিযোগ উত্থাপিত দীপাংকৰে ১৮ আগষ্টত গুৱাহাটীৰ পৰা বিমানযোগে পলায়ন কৰি মুম্বাইত দুদিন বাহৰ পাতি পিছত বাহনেৰে গোৱাত উপস্থিত হৈছিল । তেতিয়াৰে পৰা গোৱাতে আছিল। আনকি ধুৰন্ধৰ প্রৱঞ্চকজনে আৰক্ষীৰ চকুত ধূলি দিবৰ বাবে চাৰি- পাঁচদিনৰ মূৰে মুৰে লজ বা হোটেল সলনি কৰি আহিছিল।

RelatedPosts

সোমবাৰে ভাৰতলৈ উভতি অহাৰ সম্ভাৱনা গোৱাৰ নাইট ক্লাবৰ দুই কুখ্যাত মালিক

অগ্নিকাণ্ডৰ এঘণ্টাৰ ভিতৰতে দেশত্যাগ!

জীৱিকাৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ প্রাণ হেৰুৱালে আৰু তিনিজনে

কিন্ত অৱশেষত দেওবাৰে সন্ধিয়া বিশেষ সূত্ৰৰ পমখেদি গুৱাহাটী আৰক্ষীৰ অপৰাধ শাখাৰ এ এছ পি অমিত মাহাটোৰ নেতৃত্বত যোৱা এটা দলে গোৱাৰ এখন হোটেলৰ পৰা স্থানীয় আৰক্ষীৰ সহযোগত দীপাংকৰকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে,ইতিমধ্যে চিবিআইলৈ হস্তান্তৰ হোৱা এনে প্ৰৱঞ্চনাৰ গোচৰবোৰৰ তদন্ত আৰম্ভ হোৱাৰ সমান্তৰালকৈ দীপাংকৰৰ সন্ধান বিচাৰি তীব্র অভিযানো অব্যাহত থাকে। প্রবঞ্চকজনৰ সন্ধান উলিয়াবলৈ অসম আৰক্ষীৰ চাৰিটা বিশেষ গোট গঠন কৰা হৈছিল। এই গোটবোৰৰ অনুসন্ধানত দীপাংকৰে শেহতীয়াকৈ গোৱাত আত্মগোপন কৰাৰ তথ্য পোহৰলৈ আহে।

https://dainikagradoot.in/wp-content/uploads/2024/10/dipankar-video.mp4

গোৱাৰ দুখন বিশেষ ৰিজ’ৰ্টৰ ওপৰত চোৰাংচোৱাই অহৰহ চকু ৰাখে। প্রায় দুসপ্তাহ পূৰ্বৰ পৰা চলা এই বিশেষ অভিযানতো দীপাংকৰৰ সন্ধান নোলাল। শেহতীয়াকৈ অসম আৰক্ষীয়ে গোৱাত দীপাংকৰ লুকাই থকাৰ আন এক খবৰ লাভ কৰে আৰু তাৰ ভিত্তিত যোৱা চাৰি দিনৰ পৰা চলা অভিযানত অৱশেষত দেওবাৰে মহাপ্রবঞ্চকজন জালত পৰে। অসম আৰক্ষীৰ সঞ্চালক প্রধান জি পি সিঙে দীপাংকৰ বৰ্মন গ্ৰেপ্তাৰ হোৱাৰ আনুষ্ঠানিক তথ্য সদৰী কৰে।

দিপাংকৰ থকা হোটেলৰ কোঠাটোত আৰক্ষীৰ দলে তালাচী অভিযান চলায়। কে’বাটাও পিঠিত লোৱা বেগ আৰু টলী বেগ কোঠাটোত আছিল। পিঠিত লোৱা এটা বেগৰ পৰাই লাখ লাখ টকা উদ্ধাৰ কৰা হয়। আৰক্ষীৰ নিৰ্দেশত দীপাংকৰে নিজে বেগখন খুলি পাঁচশটকীয়া নোটৰ ৫৬ টা বাণ্ডিল বিছনাত থয়। ইয়াত থকা ধনৰ পৰিমাণ হ’ল ২৭ লাখ টকা। তদুপৰি প্ৰৱঞ্চকজনৰ মানিবেগৰ পৰাও উদ্ধাৰ হয় চাৰে ছয় হেজাৰ টকা। বেগখনতে আছিল দীপাংকৰে ডিঙিত পিন্ধা সোণৰ চেইন আৰু হাতত পিন্ধা সোণৰ ব্ৰেছলেট, কে’বাটাও সোণৰ আঙঠি আৰু পাৰপত্ৰ।

নিশা দীপাংকৰক গোৱাৰ স্থানীয় এখন আৰক্ষী থানাত হাজিৰ কৰা হয়। সোমবাৰে প্রবঞ্চকজনক গোৱাৰ পার্নেম আদালতত হাজিৰ কৰাই অসম আৰক্ষীয়ে ট্রেনজিট ৰিমাণ্ডত লৈ মঙলবাৰে ৰাজ্যলৈ অনাৰ কথা ।

উল্লেখ্য যে গুৱাহাটী, ৰঙিয়া, নলবাৰীকে ধৰি অসমৰ কে’বাটাও স্থানৰ লগতে হায়দৰাবাদ, কর্ণাটক, নগালেণ্ড, অন্ধ্রপ্রদেশ আদি ৰাজ্যতো দীপাংকৰে ডি বি ষ্টক ব্ৰকিঙৰ নামত শ শ বিনিয়োগকাৰীক প্ৰৱঞ্চনাৰ জালত পেলাইছিল।

ইতিমধ্যে জব্দ কৰা নথিপত্ৰৰ ভিত্তিত পোহৰলৈ অহা তথ্য অনুসৰি, ছেবিৰ সম্পূৰ্ণ নিয়ম উলংঘাৰি দীপাংকৰে অনলাইন ট্রেডিঙৰ ব্যৱসায় চলাইছিল। বিনিয়োগকাৰীৰ সম্পূর্ণ ধনো বিনিয়োগ কৰা নাছিল। তাৰ বিপৰীতে বিনিয়োগকাৰীৰ ধনৰ এটা অংশ ৰিয়েল ইষ্টেট খণ্ডত বিনিয়োগ কৰিছিল। উচ্চ হাৰত সুত আদায় দিয়াৰ প্রলোভনৰে সমাজৰ বিভিন্ন শ্রেণীৰ লোকক নিজৰ প্ৰৱঞ্চনাৰ জালত পেলাইছিল। চর্চা অনুসৰি, দীপাংকৰৰ এই ব্যৱসায়ত বৃহৎ পৰিমাণৰ ক’লা ধনো বিনিয়োগ কৰা হৈছে।

https://dainikagradoot.in/wp-content/uploads/2024/10/dipankar-2.mp4

হায়দৰাবাদ আৰু কৰ্ণাটকত ডি বি ষ্টক ব্ৰ’কিঙৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ বলি হোৱা লোকৰ দ্বাৰা কে’বাটাও গোচৰ পঞ্জীয়ন হৈছে। আৰক্ষীয়ে ইতিমধ্যে দীপাংকৰৰ পিতৃ-মাতৃৰ লগতে প্রেয়সী আৰু ডি বি ষ্টক ব্রকিঙৰ চার্টার্ড একাউন্টেন্টজনকো গ্রেপ্তাৰ কৰিছে। বিদেশলৈ পলাব নোৱৰাকৈ দীপাংকৰৰ বিৰুদ্ধে লুকআউট নটিচো জাৰি কৰা হৈছিল। আনকি অসমৰ লগতে ছিকিম,কৰ্ণাটক ,অন্ধ্ৰপ্ৰদেশ ,তেলেংগানা,নগালেণ্ড আৰু হাৰিয়ানা ৰাজ্যত মষ্টৱান্টেড আছিল মহা প্ৰৱঞ্চক দীপাংকৰ।

dipankar88মনকৰিবলগীয়া যে গুৱাহাটীৰ পৰা ১৮ আগষ্টত পলায়ন কৰা দীপাংকৰে পলায়নৰ পিছৰে পৰা প্ৰেয়সী পৰিয়ালৰ স’তে সম্পৰ্কত আছিল ৷ যাৰবাবে ২০ আগষ্ট প্ৰেয়সীৰ ভগ্নী অঞ্জলী দাসে হাৱালাৰ জৰিয়তে দীপাংকৰলৈ পঠিয়াইছিল কে’বা লক্ষাধিক টকা আৰু সেই ধনখিনি দীপাংকৰে লাভ কৰিছিল ২২ আগষ্টত ৷ ইতিমধ্যে নিশা গোৱাৰ এখন থানাৰ লকাপৰ মজিয়াত বহি কটাই মহা প্ৰৱঞ্চকজন ।

# মহানগৰীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সংবাদমেল :

৬৬ দিন আত্মগোপন কৰি থকা অনলাইন ট্ৰেডিঙৰ মহা প্ৰৱঞ্চক দীপাংকৰ বৰ্মনক গোৱাত গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত আজি বিয়লি এক সংবাদমেল সম্বোনন কৰে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই । আয়ুক্ত গৰাকীয়ে কয় ,ডি বি ষ্ট্ৰকৰ নামৰ কে’বা হেজাৰ টকা লুট কৰা দীপাংকৰ বৰ্মনক দেওবাৰে গুৱাহাটী আৰক্ষীয়ে গোৱাৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰে।

diganta dasইতিমধ্যে নিশাই স্থানীয় থানা এখনত লকাপত থকা বৰ্মনক আজি পার্নেম আদালতত হাজিৰ কৰা হয় ৷ ইতিমধ্যে আদালতৰ পৰা ট্ৰেণজিট ৰিমাণ্ডত লোৱা হয় দীপাংকৰক ৷ মঙলবাৰে গুৱাহাটীলৈ বিমানযোগে অনা হ’ব বৰ্মনক । পৰৱৰ্তী সময়ত বৰ্মনক গুৱাহাটী আৰক্ষীয়ে চমজাই দিব চিবিআইক ৷ যিহেতুকে অনলাইন ট্ৰেডিং কেলেংকাৰীৰ তদন্ত দায়িত্বত আছে চিবিআই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cp Diganta Bora Pressmeet AddressingDB Stock ScamGoaGuwahati Police Crime BranchMain Accused Dipankar Barman Arrested
samimsultana

samimsultana

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d