Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Waqf Board has not been formed in the state for six years:এনআৰচিত নাম অন্তর্ভুক্তসকলক পৰিচয়পত্ৰ দিয়াৰ দাবী

ৰাজ্যত ছবছৰে গঠন নহ'ল ৱাকফ ব'ৰ্ড, আদালতলৈ যাব জমিয়ত

samimsultana by samimsultana
October 31, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Waqf Board has not been formed in the state for six years:এনআৰচিত নাম অন্তর্ভুক্তসকলক পৰিচয়পত্ৰ দিয়াৰ দাবী
2
SHARES
16
VIEWS
ShareShareShareShare

Waqf Board has not been formed in the state for six years:

অসমত ৱাকফ ব’ৰ্ড শীঘ্ৰে গঠনৰ দাবী জনাইছে বদৰুদ্দিন আজমল নেতৃত্বাধীন অসম ৰাজ্যিক জমিয়ত উলামাই। এক সংবাদমেলত সংগঠনটোৰ সম্পাদক তথা বিধায়ক ড° ৰফিকুল ইছলামে চৰকাৰক এই দাবী জনাই কয় যে যদিহে তৎকালে ব’ৰ্ডখন গঠন কৰা নহয়, তেনেহ’লে তেওঁলোক ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব। ইছলামে কয়, ‘কেন্দ্ৰত যিদৰে ৱাকফ ব’ৰ্ড আৰু সম্পত্তিক লৈ চৰকাৰে যি ধৰণৰ কাৰচাজি অব্যাহত ৰাখিছে, অসমতো তাৰ প্ৰভাৱ দেখা হৈছে ।

ADVERTISEMENT

ৱাকফৰ হেজাৰ হেজাৰ বিঘা ভূমি বেদখল হৈছে। বেদখল উচ্ছেদক লৈ চৰকাৰৰ কোনো তৎপৰতা নাই । এনে আচৰণৰ জৰিয়তে চৰকাৰে ৱাকফ’লৈ সম্পত্তি দান কৰাসকলকহে অপমান কৰিছে। ভবিষ্যৎ প্ৰজন্মৰ বাবে ৱাকফ’লৈ দানবীৰসকলে সম্পত্তি আগবঢ়াই গৈছে। চৰকাৰৰ আওকণীয়া ভূমিকাত সেই সম্পত্তিত কেৱল বেদখল চলিছে।’ ৱাকফক লৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ভূমিকাকো ইছলামে সমালোচনা কৰে।

RelatedPosts

Assam State Jamiat Ulama :অসমৰ সমূহ জাতি-জনগোষ্ঠীৰ মাজত ঐক্য-শান্তি-সম্প্রীতি আৰু ভাতৃত্ববোধ অধিক মজবুত কৰিবলৈ আহ্বান জমিয়তৰ সভাপতি মুস্তাক আনফৰৰ

চৰকাৰৰ উদ্দেশ্য ভাল নহয় বাবেই যুটীয়া সংসদীয় সমিতিৰ বৈঠকতো শাসক পক্ষৰ সাংসদসকলে বিৰোধীক উপেক্ষা কৰি আহিছে বুলি ইছলামে কয়। সংগঠনটোৰ অতিৰিক্ত সাধাৰণ সম্পাদক ফজলুল কৰিমে কয় যে প্রায় ছবছৰ ধৰি অসমত ৰাকফ ব’ৰ্ড গঠন হোৱা নাই। এয়া আইনবিৰুদ্ধ। চৰকাৰে এতিয়াও কোনো ধৰণৰ গুৰুত্ব দিয়া দেখা পোৱা নাই বুলি উল্লেখ কৰি কৰিমে কয় যে ন্যায় বিচাৰি তেওঁলোক ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব।

তাৰ পূৰ্বে চৰকাৰক ব’ৰ্ডখন তৎকালে গঠন কৰিবলৈ দাবী জনাইছে। সংবাদমেলত ৰফিকুল ইছলামে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচিত নাম অন্তর্ভুক্ত নোহোৱাসকলক ‘বিজেকছন শ্লিপ’ শীঘ্ৰে প্ৰদান কৰিবলৈও দাবী জনায়। তেতিয়াহে মানুহবোৰে আদালতৰ দ্বাৰস্থ হ’ব পাৰিব বুলি তেওঁ কয়।

একেদৰে এনআৰচিত নাম অন্তর্ভুক্ত হোৱা সকলকো ভবিষ্যতে কোনো ধৰণৰ অসুবিধা হ’ব নোৱৰাকৈ পৰিচয় পত্ৰ দিব লাগে বুলি চৰকাৰক দাবী জনায়। ইছলামে লগতে কয়, ‘অসমত অনুপ্ৰৱেশকাৰী চিনাক্তকৰণৰ সময়সীমা ১৯৭১ৰ ২৪ মার্চ বুলি উচ্চতম ন্যায়ালয়ে ৰায় দিয়াৰ পাছত চূড়ান্ত এনআৰচিক লৈ যদি কিবা বাধা আছিল, সেয়াও আঁতৰিছে। গতিকে চূড়ান্ত এনআৰচিত নাম অন্তর্ভুক্ত হোৱাসকলক পৰিচয়পত্ৰ দিয়াত এতিয়া নিশ্চয় বাধা নাই।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam State Jamiat UlamaLast six yearsWaqf Board has not been formed
samimsultana

samimsultana

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d