Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নাটক আৰু কাৰচাজিৰ সামৰণি পৰক, জাতিৰ গাড্ডাৰ হ’ব নোখোজো

publisher by publisher
November 22, 2020
in Assam, News
Reading Time: 1 min read
0
নাটক আৰু কাৰচাজিৰ সামৰণি পৰক, জাতিৰ গাড্ডাৰ হ’ব নোখোজো
4
SHARES
38
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

AASU Protest:অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত আছুৰ উত্তাল প্রতিবাদ

অৱশেষত আবেগ বিহ্বল পৰিস্থিতিৰ মাজেৰে আছু ত্যাগ কৰিলে সাধাৰণ সম্পাক লুৰীণজ্যোতি গগৈয়ে । আজি নিশা দুলিয়াজানৰ অধিবেশনত বিষয় বাচনি সভাত ভাষণ দি লুৰীণজ্যোতিয়ে কয়, ‘সদৌ অসম ছাত্ৰ সন্থাৰ পৰা বিদায় মাগিব বিচাৰিছো । এইটো মোৰ সিদ্ধান্ত । মই বহুবাৰ বিবেকক সুধিছো, মই বহুবাৰ হৃদয়ক সুধিছো, আত্মাক সুধিছো । মই সকলোকে সেৱা জনাইছো । এই বিদায়ক্ষণত সহায়-সহযোগিতা আগবঢ়াবলৈ সকলোকে আহ্বান জনালো ।’

ADVERTISEMENT

তেওঁৰ এই ঘোষণাৰ লগে লগে মঞ্চলৈ উঠি যায় আছুৰ সদস্যসকল । তেওঁলোকে ‘লুৰীণ ককাই জিন্দাবাদ’, ‘জয় আই অসম’, ‘ককাই আমাৰ জিন্দাবাদ’ আদি ধ্বনিৰে অধিবেশন স্থলি উত্তাল কৰি তোলে । এক আৱেগিক পৰিৱেশত লুৰীণজ্যোতিয়ে চকুপানী বাধা দিব নোৱাৰিলে ।

ইয়াৰ পাছত চকুপানী টুকি থোকাথুকি মাতেৰে তেওঁ সাংবাদিকক কয়, ‘এটা শক্তিশালী-যুগান্তকাৰী সিদ্ধান্ত লোৱা হৈছে । মোৰ ব্যক্তিগত জীৱনৰ বাবে সিদ্ধান্ত ল’ব খোজা নাই । আমি এটা নিৰ্দিষ্ট সময়ৰ কাৰণে বাৰে বাৰে কৈছো । অসমৰ ৰাইজে নিশ্চয় বুজিছে মই কি ক’ব খুজিছো । নিৰ্দিষ্ট সময়ৰ কাৰণেহে মানুহে যিকোনো অনুষ্ঠানত থকাতো প্ৰয়োজন । বিশ্ববিদ্যালয়ে দুটা বছৰ সিদ্ধান্ত কৰি দিছে স্নাতকোত্তৰ ডিগ্ৰীৰ কাৰণে, পাঁচটা বছৰ নিৰ্ধাৰণ কৰি দিছে গৱেষণা কৰিবৰ বাবে । নিৰ্দিষ্ট সময় সকলোতে থাকে । এইটো আপুনি, মই গ্ৰহণ কৰিব লাগিব । এইটো বিজ্ঞানসন্মত কথা, বাস্তৱ প্ৰাকৃতিক পৰিঘটনা । এই যি মানুহৰ নাটক আৰু কাৰচাজি তাৰ সামৰণি পৰিব ওলাগে। মই বিদায় লোৱাৰ সিদ্ধান্ত ঘোষণা কৰিম বুলি কথা দিছিলো আজি কথা ৰাখিলো । আন যিবোৰ কথা ক’ম সকলোৰে আগত ক’ম ইয়াত মোৰ নিজৰ বুলিবলৈ একান্ত ব্যক্তিগত কোনো কথা নাই । কাৰণ মই কৈছোৱে মোৰ কাৰণে সুযোগ আছিল ছাত্ৰ সন্থাৰ সভাপতি হোৱাৰ । সুযোগ আছিল যিবোৰ শক্তিয়ে মোৰ নাম কয়, বিজেপি আৰু কংগ্ৰেছ তেওঁলোকৰ দলৰ টিকট ল’বলৈ, এটা ভাল ৰাজনৈতিক যাত্ৰা কৰিবলৈ মোৰ প্লেটফ’ৰ্ম আছিল । তেওঁলোকৰ লগত গৈ মন্ত্ৰী-বিধায়ক হোৱাৰ বাসনা যদি মোৰ থাকিল হেতেন মই নিশ্চিতভাৱে তালৈ যাব পাৰিলো হয় । মই যোৱা নাই কে’বাটাও কথা ৰক্ষা কৰিবৰ বাবে ছাত্ৰ সন্থাত প্ৰতাৰণা কৰাৰ বাবেই যিসকলে দলিল ৰচনা কৰিছে ইয়াৰ অৱসান ঘটাবলৈ মোৰ এটা ক্ষুদ্ৰ প্ৰচেষ্টা । মই অন্তত গড্ডাৰী কৰা মানুহ নহয় । মই যদি ভুল কৰিছো আঙুলিয়াই দিয়ক ।’

লুৰীণজ্যোতিয়ে কয় যে, তেওঁ জাতিক সাহস-ন্যায়-প্ৰৰণা দিবলৈ চেষ্টা কৰিব । ‘এই গিদ্ধান্ত মই জানি-বুজি বিবেকৰে লৈছো । মই নিজে সাহসৰে বিবেকক সুধি মন-আত্মা-হৃদয়ৰ সকলোকে কৈছো এই সিদ্ধান্তই ছাত্ৰ সন্থাত এক আদৰ্শ প্ৰতিষ্ঠা কৰিব । কাৰণ ছাত্ৰ সন্থাৰ মঞ্চখন ত্যাগৰ যিটো শক্তি সেইটো অৰ্জন কৰিব লাগিব । এইবোৰ চিন্তা, আদৰ্শ আমি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাক দেখুৱাব লাগিব । এইবাৰ বহু সিদ্ধান্ত যোগান্তকাৰী সিদ্ধান্ত হৈছে । সময়ে ক’ব সথিক সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে, শক্তিশালী সিদ্ধান্ত কৰিছে । মোৰ এই সিদ্ধান্ত মই নাজানো এশ শতাংশ শুদ্ধ বুলি কয় নে নকয় ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AASUAssamLurinjyoti Gogoi
publisher

publisher

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d