Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

    ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam State Bjp Press Release: অসমৰ খাৰুৱা তেলেৰে বাৰাউনীত শোধনাগাৰ পতা কংগ্রেছে কৌশলী মন্তব্যৰে বিজেপি চৰকাৰক সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই: বিজেপি অসম প্রদেশ

samimsultana by samimsultana
October 3, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Assam State Bjp Press Release: অসমৰ খাৰুৱা তেলেৰে বাৰাউনীত শোধনাগাৰ পতা কংগ্রেছে কৌশলী মন্তব্যৰে বিজেপি চৰকাৰক সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই: বিজেপি অসম প্রদেশ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

AASSIKS:অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া কছাৰী তথা জনজাতি সকলক বিজেপিক ভোট নিদিবলৈ আহ্বান সদৌ অসম ভূমিপুত্র খিলজীয়া কছাৰী সমাজৰ

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

All Assam  Sons Of the Soil Indigenous Kachari Somaj:বহাগ বিহুৰ শেষত বিধানসভা নির্বাচন অনুষ্ঠিত কৰিবলৈ দাবী ভূমিপুত্র খিলঞ্জীয়া কছাৰী সমাজৰ

Assam State Bjp Press Release:

অসমৰ ভূ-গৰ্ভৰ পৰা উৎপাদিত খাৰুৱা তেল পাইপলাইন যোগে বিহাৰৰ বাৰাউনীলৈ নি তেল শোধনাগাৰ পতা কংগ্ৰেছ চৰকাৰ বা সেই সময়ৰ কংগ্ৰেছী প্রধানমন্ত্রী জৱাহৰলাল নেহেৰুৰ যি অসম বিৰোধী মন্তব্য এয়া কংগ্রেছীসকলে পাহৰি যোৱা উচিত নহয়। কাৰণ সেই সময়ত জৱাহৰলাল নেহেৰুৱে অসম তথা উত্তৰ-পূৰ্বাঞ্চল উদ্যোগ স্থাপনৰ বাবে নিৰাপদ নহয় বুলি দাবী কৰি অসমৰ পৰা খাৰুৱা তেল পাইপলাইন যোগেৰে নি বিহাৰৰ বাৰাউনীত তেল শোধনাগাৰ পাতিছিল। পৰৱৰ্তী সময়ত অসমৰ ৰাইজৰ প্ৰৱল তেল শোধনাগাৰ আন্দোলনৰ ফলশ্রুতিত গুৱাহাটীৰ নুনমাটিত আৰু বঙাইগাঁৱত দুটা তেল শোধনাগাৰ স্থাপন হৈছিল।

ADVERTISEMENT

আজি এক প্রেছ বিবৃতিত ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ মুখপাত্র সুভাষ দত্তই কংগ্রেছ নেতা প্রিয়াংক খাৰ্গে আৰু গৌৰৱ গগৈক এইদৰে উভতি ধৰি কয়, এই কথাটো কংগ্রেছীসকলে পাহৰি যোৱা উচিত ন’হব যে অসমৰ ৰাইজে উদ্যোগৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছিল। মুখপাত্রজনে কয়, এতিয়া বিজেপি চৰকাৰৰ উদ্যোগত সেই একেই পাইপ লাইনেৰে দেশৰ অন্য প্রান্তৰ পৰা অসমৰ শোধনাগাৰলৈ খাৰুৱা তেল আহে। অসম চুক্তিৰ ফলশ্রুতিত স্থাপন হোৱা নুমলীগড় শোধনাগাৰ মুকলি হোৱা দিনাই সেই সময়ৰ প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীয়ে উক্ত শোধনাগাৰক কেন্দ্ৰীয় চৰকাৰে ৰেহাই দিব পৰা সকলোখিনি প্রাপ্য দিয়াৰ ব্যৱস্থা কৰিছিল।

কেবল এয়াই নহয়, ২০১৪ চনত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহাৰ পিছত দেশৰ যশস্বী প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে নুমলীগড় শোধনাগাৰৰ শোধন ক্ষমতা ৩ মিলিয়ন মেট্রিক টুনৰ পৰা ৯ মিলিয়ন মেট্রিক ট্রনলৈ বৃদ্ধি কৰিছিল আৰু ইয়াৰ বাবে অসমে কোনো আন্দোলন কৰিবলগীয়া হোৱা নাছিল। অসমৰ বুকুত কেৱল নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণেই নহয়, লগতে এটা বায়’ ৰিফাইনেৰী স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে যি সিদ্ধান্ত গ্রহণ কৰিছল, এয়া সুদূৰপ্ৰসাৰী আৰু ইয়াৰ ফলত অসমৰ ঔদ্যোগিক উন্নয়ন সম্ভব হৈছে।

ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ নেতৃত্বতেই ডিগবৈ শোধনাগাৰৰ শোধন ক্ষমতা বৃদ্ধি কৰাৰ লগতে ইয়াক আধুনিকীকৰণৰ বাবে প্রচেষ্টা হাতত লৈছে। প্রথমটো শোধনাগাৰ হিচাপে ডিগবৈ শোধনাগাৰৰ কাৰণে যিখিনি কাম কৰিব লাগে সেয়াও ইতিমধ্যে বিজেপি চৰকাৰেহে কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনক সমালোচনা কৰিবলৈ যাওতে কংগ্রেছ দলটোৱে বা আন বিৰোধী দলসমূহে তেওঁলোকৰ চৰকাৰৰ দিনত কৰা প্ৰতাৰণা, প্রবঞ্চনা আৰু জীয়া ফাঁকি বিলাকৰ কথা তেখেত সকলে মনত পেলোৱা উচিত।

একেদৰে কংগ্ৰেছৰ নেতা মল্লিকার্জুন খাৰ্গেৰ পুত্ৰ কণটিকৰ মন্ত্রী প্রিয়াংক খার্গে অসম তথা উত্তৰ-পূৰ্বাঞ্চল চেমি কণ্ডাক্টৰ উদ্যোগৰ কাৰণে অসুৰক্ষিত বা ইয়াত উপযুক্ত মানব সম্পদৰ অভাব বুলি যি দম্ভালি মাৰিছে এয়া গৰিহণাৰ যোগ্য। কাৰণ কৰ্ণাটকৰ মন্ত্রীজনে এটা কথা মনত ৰখা ভাল যে ২০১২ চনত যেতিয়া বাংগালোৰত কৰ্মৰত অসমীয়া মানুহ বিলাক এটা বিশেষ পৰিস্থিতিত অসমলৈ ঘূৰি আহিছিল সেই সময়ত কণার্টক চৰকাৰৰ মন্ত্রী অসমলৈ আহি অসমৰ ৰাইজক হাতে ভৰিয়ে ধৰিব লগা হৈছিল যাতে তেখেত সকলে পুনৰ বাংগালোৰলৈ

উভতি গৈ স্তব্ধ হৈ পৰা তথ্য প্রযুক্তিৰ উদ্যোগত কৰ্মৰত হয়। অসম মানৱ সম্পদত চহকী, অসমৰ মানৱ সম্পদে বিশেষকৈ কর্ণাটকৰ তথ্য প্রযুক্তিৰ উদ্যোগত ২৫-৩০ শতাংশ অসমৰ লোকে এতিয়াও কাম কৰি আছে। বিবৃতিখনত মুখপাত্র সুভাষ দত্তই লগতে কয় যে দেশৰ যশস্বী প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূর্বাঞ্চলক New Engine for Developing India বুলি অভিহিত কৰিছে আৰু এই উত্তৰ-পূৰ্বাঞ্চলৰ পৰাই সমগ্র দক্ষিণ-পূব এছিয়াৰ বজাৰ দখল কৰাৰ কাৰণে বাণিজ্য সম্প্ৰসাৰণ কৰাৰ কাৰণে বিশেষকৈ গুৱাহাটীক দক্ষিণ-পূব এছিয়াৰ এক নতুন অর্থনৈতিক হাব হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে প্রচেষ্টা আৰম্ভ কৰিছে আৰু সেই উদ্দেশ্যৰে কংগ্ৰেছে সদায় প্ৰতাৰণা কৰা অসমৰ দৰে এক ৰাজ্যত দ্রুত উন্নয়ন সম্ভব হৈ উঠিছে।

কংগ্রেছ দলটো ভিতৰি ভিতৰি হতাশগ্রস্ত আৰু কংগ্ৰেছৰ নেতাসকল ইয়াৰ বাবে ঈর্ষান্বিত, এই কথাটো মল্লিকার্জুন খাৰ্গেৰ পুত্ৰৰ বক্তব্যত অতি স্পষ্ট হৈছে। কংগ্ৰেছৰ নেতা সকলৰ অদূৰদৰ্শী চিন্তা আৰু তেখেত সকলৰ প্ৰগতিশীল চিন্তাৰ সীমাবদ্ধতাৰ বাবে কোনোদিনেই অসম তথা উত্তৰ-পূর্বাঞ্চল যে সমগ্র দক্ষিণ পূব এছিয়াৰ কাৰণে এক বাণিজ্যিক অভিকেন্দ্ৰ হ’ব পাৰে এই কথাটো তেখেত সকলে ভাবিব পৰা নাছিল।

দেশৰ যশস্বী প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এতিয়া যোগীঘোপাত নির্মাণ হৈ থকা লজিষ্টিক হাব বা আমাৰ ৰাজ্যখনৰ অন্যান্য যিবিলাক আন্তঃগাঁথনি, সেয়া বিমান বন্দৰেই হওক, ৰেল পথৰ বৈদ্যুতিকীকৰণেই হওক বা আমাৰ যি ৰাষ্ট্ৰীয় পথ পৰিবহন উন্নয়নেই হওক, ইণ্ডাষ্ট্ৰিয়েল কৰিড’ৰইে হওকএই কথাখিনি তেওঁলোকে কোনোদিইে অনুধাৱন কৰিব পৰা নাছিল।

কংগ্রেছ নেতা গৌৰৱ গগৈক কটাক্ষ কৰি মুখপাত্ৰ গৰাকীয়ে কয় যে বিৰোধীৰ উপ দলপতিজনৰ মুখত হতাশাৰ চিন স্পষ্ট। অসমৰ চেমি কণ্ডাক্টৰ প্ৰকল্প প্রকাৰন্তৰে বিৰোধিতা কৰা, অসমৰ মানৱ সম্পদক নেতিবাচক দৃষ্টিৰে কটুবাক্য প্রয়োগ কৰা কণটিকৰ মন্ত্ৰীজনক বক্তব্য তেখেতে বিৰোধিতা কৰিবলৈ সাহস গোটাব পৰা নাই। ইয়াৰ বিপৰীতে তেখেতে ভাৰতীয় জনতা পার্টিক সমালোচনা কৰিবলৈ যাওতে চৰম মিথ্যাচাৰৰ আশ্ৰয় লৈছে আৰু এই কথা অসমৰ ৰাইজে ভালদৰে বুজি পায়।

কাৰণ অসমত যিখিনি উন্নয়ন হৈছে সেয়া ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত হৈছে। অসমৰ আন্তঃগাঁথনিৰ উন্নয়ন বিজেপি চৰকাৰৰ নেতৃত্বতহে সম্ভৱ হৈছে। কংগ্ৰেছ দলৰ নেতা সকলৰ প্ৰগতিশীল চিন্তাচৰ্চাৰ অভাৱৰ বাবেই ৰাজ্যখনে বিগত সময়খিনিত বিশেষকৈ ঔদ্যোগিকৰণৰ পৰা বঞ্চিত হৈ আছিল। আজি তেখেতসকলে কাগজ কলৰ কথা কৈছে। কাগজ কল ধ্বংস হৈছে তেখেত সকলৰ আমোলত। কাগজ কল ধ্বংসৰ আৰৰ নেতা সকলৰ নাম যদি চোৱা যায় তেতিয়াহ’লে এক ডজনতকৈ অধিক কংগ্ৰেছ নেতাৰ নাম এই কাগজ কলৰ ধ্বংসৰ যি ইতিহাস পাতে পাতে লিখা আছে।

ৰাজহুৱা খণ্ডৰ উদ্যোগবিলাক লুণ্ঠনেৰে কোঙা কৰি পেলোৱা কংগ্ৰেছী নেতাসকলৰ মুখত ভাৰতীয় জনতা পার্টিৰ সমালোচনা শোভা নাপায়। এইখিনি সময়ত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে দেশৰ যশস্বী প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যিখিনি অৱদান আগবঢ়াইছে সেয়া কংগ্ৰেছ চৰকাৰৰ সময়ত ইচ্ছা কৰা হ’লে অসমৰ পৰা নির্বাচিত সাংসদ মনমোহন সিং যি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দহ বছৰ কাৰ্যনিৰ্বাহ কৰিছিল, তেখেতেই এই কামখিনি কৰিব পাৰিলহেতেন।

কিন্তু আনহে নালাগে অসমৰ ভূ-গৰ্ভত সঞ্চিত থকা মূল্যবান প্রাকৃতিক সম্পদ খাৰুৱা তেল আৰু প্রাকৃতিক গেছৰ আহৰণৰ বাবদ অসমক দিবলগা ৭,৭৭০ কোটি টকাৰ যি খাৰুৱা তেলৰ ৰয়েল্টিৰ পৰাও মনমোহন সিং চৰকাৰে অসমক বঞ্চিত কৰি ৰাখিছিল। গতিকে বঞ্চনাৰে ইতিহাস ৰচনা কৰা কংগ্ৰেছৰ নেতাই ভাৰতীয় জনতা পার্টিক সমালোচনা কৰোঁতে তেখেত সকলৰ কু-কর্মসমূহ মনত পেলোৱা উচিত। মুখপাত্ৰ গৰাকীয়ে পুনৰাই কয় যে এতিয়া অসমত ঔদ্যোকিৰণৰ এক বাতাবৰণ সৃষ্টি হৈছে। ৰাজ্যখনৰ চাৰিওফালে এটা শান্তিৰ বাতাবৰণ স্থাপন হোৱাৰ পিছত বিভিন্ন ক্ষেত্ৰৰ ঔদ্যোগ স্থাপনৰ বাবে দেশ-বিদেশৰ বহু লোকেই এতিয়া ৰাজ্যখনত ঔদ্যোগ স্থাপনৰ বাবে আগবাঢ়ি আহিছে।

এনে অৱস্থাত ৰাজ্যখনত নতুন নতুন উদ্যোগ প্রতিষ্ঠান গঢ় দিয়াৰ যোগেদি ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকলে যাতে কর্মসংস্থাপন পাব পাৰে, ৰাজ্যখনৰ যুৱক-যুৱতীসকলে কর্মসংস্থাপনৰ বাবে সদায় বাহিৰলৈ যাব লগা নহয় তাৰ বাবে ব্যৱস্থা গ্রহণ কৰিবৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ দৃঢ় সংকল্পৱদ্ধ আৰু চৰকাৰখনে নিষ্ঠা সহকাৰে এই কামখিনি কৰি আছে আৰু আমাৰ বিশ্বাস ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত ঔদ্যোগিক ক্ষেত্রখনে এই সময়ত এক গতি লাভ কৰিবলৈ সক্ষম হ’ব।

এনে অৱস্থাত নেতিবাচক সমালোচনাৰ পৰিৱৰ্তে ৰাজ্যখনত ঔদ্যোগিক প্রতিষ্ঠান যাতে স্থাপন হ’ব পাৰে ৰাজ্যখনৰ বিনিয়োগ যাতে বৃদ্ধি পাব পাৰে তাৰ বাবে গঢ়ি উঠা এই পৰিৱেশটোক সহযোগ আগবঢ়াই গঠনমূলক বিৰোধীৰ ভূমিকা পালন কৰিবলৈ গৌৰৱ গগৈকে ধৰি বিৰোধী কংগ্ৰেছ দলৰ নেতা সকলৰ প্ৰতি ৰাজ্যিক বিজেপিয়ে আহ্বান জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam State BjpPress releaseSporkperson Subash Dutta
samimsultana

samimsultana

Related Posts

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে
India

এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

September 21, 2026
ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী
International

ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

September 21, 2026
জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে
International

জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d