Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

AASU Emergency executive meeting: completedমহানগৰীৰ উজানবজাৰৰ বিবেকানন্দ কেন্দ্ৰত আছুৰ জৰুৰী কাৰ্যনিৰ্বাহক সম্পন্ন

অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰে হোৱা দ্বিপাক্ষিক বৈঠকৰ পাচতেই এই জৰুৰী বৈঠক

samimsultana by samimsultana
September 30, 2024
in Assam, India, News
Reading Time: 2 mins read
0
AASU Emergency executive meeting: completedমহানগৰীৰ উজানবজাৰৰ বিবেকানন্দ কেন্দ্ৰত আছুৰ জৰুৰী কাৰ্যনিৰ্বাহক সম্পন্ন
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

AASU:কাৰ্বি আংলঙৰ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ আছুৰ দাবী পত্র

CAA :পুনৰ ১০ বছৰ বৃদ্ধি কৰা হ’ল কা’ৰ অধীনত আবেদনৰ ম্যাদ

AASU President Reaction:উৰিয়ামঘাটত হ’ব লগা উচ্ছেদক লৈ কলিয়াবৰত ডাঙৰ মন্তব্য আছুৰ সভাপতি উৎপল শৰ্মাৰ

AASU Emergency executive meeting completed:

মহানগৰীৰ উজানবজাৰৰ বিবেকানন্দ কেন্দ্ৰত সোমবাৰে অনুষ্ঠিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ জৰুৰী কাৰ্যনিৰ্বাহক আৰু প্ৰতিনিধি সভা।

ADVERTISEMENT

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰস্তুত কৰা প্ৰতিবেদন কাৰ্যকৰী কৰা সন্দৰ্ভত ভৱিষ্যত কৰ্মপন্থা সন্দৰ্ভত আলোচনা হয় আছুৰ কাৰ্যনিৰ্বাহকত ৷ অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰে হোৱা দ্বিপাক্ষিক বৈঠক সন্দৰ্ভত বিস্তৃত বিৱৰণ দাঙি ধৰে আছুৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক চাৰ্জন হাঞ্চে ৷

কাৰ্যনিৰ্বাহক বৈঠক শেষ হোৱাৰ পিছত আছুৰ সভাপতি উৎপল শৰ্মাই সাংবাদিকক কয়,অসম চুক্তিৰ ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰৰ অধীনৰ বিষয় সন্দৰ্ভত চৰকাৰৰ সৈতে আলোচনাৰ পিছত কাৰ্যনিৰ্বাহক বৈঠককৰ্মসুচে নিৰূপণ সন্দৰ্ভত আজিৰ বৈঠকত আলোচনা কৰা হয় ৷অসম চুক্তিৰ ছয় নং দফা সম্পূৰ্ণ কাৰ্যকৰী কৰিবলৈ দাবী সদায় থাকিব। একেদৰে কেন্দ্ৰৰ অধীনৰ বিষয় সমূহৰ দাবী ছাত্ৰ সন্থাই জনাই যাব।

আনহাতে অসম চুক্তি কাৰ্যকৰী হোৱাটো নিবিচৰা একাংশ ৰাজনৈতিক দলৰ সন্দৰ্ভত শৰ্মাই কয়, তেওঁলোকে অসম চুক্তি কাৰ্যকৰী হোৱাটো নিবিচাৰে, অসমত খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত হোৱাটো তেওঁলোকে নিবিচাৰে।

https://dainikagradoot.in/wp-content/uploads/2024/09/utpal.mp4

চাৰিটা দশক আছুৱে আন্দোলন কৰি আহিছে ৷ অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী হোৱাটো বিচাৰে৷এটা দফাও কাৰ্যকৰী কৰিব খুজিলে আমি আদৰণি জনাম। অসমীয়াক সকলোৱে প্ৰতাৰণাই কৰিছে ৷প্ৰতিটো ৰাজনৈতিক দলে ক্ষমতাত আছে কিন্তু ছাত্ৰ সন্থাই আন্দোলন কৰি থাকিব লগীয়াই হৈ আছে, কোনো এতিয়াও আসস্ত হোৱা নাই।আমাক ফলাফল লাগে, বহুত নিৰ্বাচন পাৰ হৈ গলএতিয়া ২০২৬ত বা ২৭ত বা ২৮ ত হলেও লাগে। কাৰ ৰাজনৈতিক কি লাভ হৈছে সেইয়া ছাত্ৰ সন্থাৰ বাবে চিন্তাৰ বিষয় নহয়।আমাৰ কথা চুক্তি ৰূপায়ন হব লাগে।

আনহাতে আছুৰ মুখ্য উপদেষ্টা ড:সমুজ্জল ভট্টাচৰ্যৰ কয়,সাংবিধানিক ৰক্ষা কৱচ আমাক লাগে |বিপ্লৱ শৰ্মা প্ৰতিবেদনৰ প্ৰতিটো পৰামৰ্শ কাৰ্যকৰী কৰিব লাগিব।শেষৰটো পৰামৰ্শ কাৰ্যকৰী নোহোৱালৈ আমি লাগি থাকিম।ফলাফল নোপোৱালৈকে আমি আশ্বস্ত নহওঁ।সংবিধান সংশোধন কৰি হলেও অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিব লাগিব। অসম চুক্তিৰ ৰূপায়ণৰ বাবে চুক্তি হোৱাৰ দিনাৰ পৰা লাগি আছে আছু।

মনমোহন সিঙৰ সৈতে আলোচনা হ’ব বুলি কোৱাৰ কংগ্ৰেছৰ দিনত প্ৰতিবাদ বন্ধ হৈছিল, তেতিয়াও কংগ্ৰেছক সহায় কৰা বুলি কৈছিল, এতিয়া বিজেপিক সহায় কৰা বুলি কৈছে কাৰ কি সহায় হৈছে সেইটো আমাৰ বাবে গুৰুত্বপূৰ্ণ নহয় ৰাজপথৰ আন্দোলনৰ সমাপণ আলোচনাৰ টেবুলত হয়।আলোচনাৰ বাবে আছু সদায় যাব। আলোচনাত সমাধান নহলে আকৌ ৰাজপথত আন্দোলনৰ বাবে নামি পৰিব আছু ৷

আনহাতে ড:ভট্টাচাৰ্যই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণকলৈ কয়,আছু আৰু এ পি ডব্লিউ– এ এন আৰ চি ৰিভিকেচনৰ কাৰনে ইতিমধ্যে উচ্চতম ন্যায়ালয়ত আবেদন জনোৱা হৈছে ৷ এনে প্ৰেক্ষাপটত এতিয়া অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত ৰি-ভেৰিফিকেচনৰ কাৰণে আবেদন কৰক ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AASU Emergency executive meetingsamajutpal sarmauzan Bazar Bibekananda
samimsultana

samimsultana

Related Posts

‘হৰ হৰ মোদী’, ‘জয় জয় মোদী’ ধ্বনিৰে প্ৰধানমন্ত্ৰী মোদিৰ বেনাৰৰ সন্মুখত আৰতি, বিতৰ্ক
India

August 20, 2026
নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য

ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d