Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

CM is speaking at an election rally in Dhalai: কংগ্ৰেছে ছোনিয়া গান্ধীক কিয় ইটালিয়ান বুলি নকয়,কংগ্ৰেছে পুনৰ বাংলাদেশী বিষয় উত্থাপন কৰি ৰাজ্যত পৰিস্হিতি উত্তপ্ত কৰিব বিচাৰিছে : মুখ্যমন্ত্ৰী

samimsultana by samimsultana
November 5, 2024
in India, Assam, News
Reading Time: 2 mins read
0
CM is speaking at an election rally in Dhalai: কংগ্ৰেছে ছোনিয়া গান্ধীক কিয় ইটালিয়ান বুলি নকয়,কংগ্ৰেছে পুনৰ বাংলাদেশী বিষয় উত্থাপন কৰি ৰাজ্যত পৰিস্হিতি উত্তপ্ত কৰিব বিচাৰিছে : মুখ্যমন্ত্ৰী
2
SHARES
19
VIEWS
ShareShareShareShare

CM is speaking at an election rally in Dhalai:

কোন বাংলাদেশী ,কোন বিদেশী সেয়া কংগ্ৰেছে কেনেকৈ ক’ব। বাংলাদেশী চিনাক্ত কৰা বিজেপিৰ কাম।কংগ্ৰেছে পুনৰ বাংলাদেশী উত্থাপন কৰি ৰাজ্যত পৰিস্হিতি উত্তপ্ত কৰিব বিচাৰিছে। ধলাইৰ বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসক বাংলাদেশী বুলি অভিহিত কৰা কংগ্ৰেছৰ অভিযোগ সন্দৰ্ভত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় , বাংলাদেশী কোনে তৈয়াৰ কৰিছিল। কংগ্ৰেছে বাংলাদেশী সৃষ্টি কৰিছে। কংগ্ৰেছে দেশ বিভাজন কৰিছিল। কংগ্ৰেছৰ সোনিয়া গান্ধীক কিয় ইটালিয়ান বুলি নকয়। কংগ্ৰেছে বাঙালী লোকক বাংলাদেশী কয়, বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস বাংলাদেশী হ’লে ছোনিয়া গান্ধী ইটালিয়ান।

ADVERTISEMENT

তেওঁ কয়, ১৯৭১ চনৰ আগতে যিসকলে ইয়ালৈ আহিছিল তেওঁলোকে নিৰ্যাতনৰ বলী হৈ আহিছিল। বৰ্তমানেও বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন অব্যাহত আছে। মঙলবাৰে ধলাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসৰ হৈ  দুখন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি বিজেপি প্ৰাৰ্থীৰ হৈ তীব্ৰ প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীয়ে। ধলাইৰ বি এন এম পি হাইস্কুল আৰু পালংঘাটৰ চিচি জে চি হাইস্কুলৰ খেল পথাৰত আয়োজিত দুখন বিশাল নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীয়ে । সভাত অংশ গ্ৰহণ কৰি প্ৰথমৰ পৰাই কংগ্রেছক ক্ষুৰধাৰ সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মাই। কংগ্রেছৰ হাতত বিজেপিৰ বিৰুদ্ধে কোনো ইছ্যু নাই বাবেই নীহাৰ ৰঞ্জন দাসক বাংলাদেশী বুলি সজাই অসমৰ পৰিস্হিতি উত্তপ্ত কৰিব বিচাৰিছে। বাংলাদেশী কোন হয়, সেয়া চোৱাৰ দায়িত্ব কংগ্ৰেছৰ নহয়। সেই দায়িত্ব চৰকাৰৰ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।

RelatedPosts

Cm Himanta Biswa Sarma:দেশৰ যুদ্ধকালীন পৰিস্থিতিৰ বাবে ১০ মে’ৰ পৰা বিহু অনুষ্ঠিত নকৰিবলৈ বিহু কমিটিলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

Assam Cabinet:অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত,জাগীৰোড চেমিকণ্ডাক্টৰ প্ৰকল্প নাম’ ৰতন টাটা ইলেক্ট্ৰনিক চিটি(আৰটিইচ)

Cm Himanta Viswa Sarma:বিজেপি চৰকাৰ সমৃদ্ধিশালী আৰু সুৰক্ষিত অসমৰ বাবে

hbs33কংগ্ৰেছক গাখীৰ নিদিয়া গৰুৰ লগত তুলনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছ হ’ল এনে গৰু , যিয়ে দানা খোৱাৰ পিচতো গাখীৰ নিদিয়ে। ইয়াৰ বিপৰীতে বিজেপিক গাখীৰ দিয়া জাৰ্চি গৰু বুলি অভিহিত কৰে মুখ্যমন্ত্ৰীয়ে। ধলাইৰ বাবে কেবাটাও পথ, সেতু, কলেজ সহ বিভিন্ন উন্নয়ন মুলক কামৰ প্ৰতিশ্ৰতি দিয়ে। লগতে ধলাইত নতুনকৈ ১৫ ৰ পৰা ২০  হাজাৰ লোকক অৰুণোদয় দিয়া হব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ ৰাইজক কৰযোৰে আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। ইফালে, ৰাজ‌্যত অনুষ্ঠিত হব লগা পাচটা সমষ্টিৰ উপ নিৰ্বাচনত চাৰিটা সমষ্টিত বিজেপিৰ জয় নিশ্চিত যদিও এটা সমষ্টিত বিজেপিৰ বাবে কষ্টকৰ হব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

 বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসৰ সমৰ্থনত ধলাই আৰু পালংঘাটত বিজয় সংকল্প সমাবেশৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয়, কংগ্ৰেছ এটা গাখীৰ নিদিয়া গাই গৰু। যিমানেই দানা খুৱাব গাখীৰ নিদিয়ে। কিন্তু বিজেপি হ’ল জাৰ্চি গৰু। দানা খুৱালে ষোল্ল লিটাৰ গাখীৰ দিব। কংগ্ৰেছক ভোট দিলে কোনো কাম নহয়। কংগ্ৰেছ মতা গৰুৰ দৰে। সেয়েহে যিমানেই ভোট দিব কাম কৰিব নোৱাৰিব। কংগ্ৰেছৰ বৰ্তমান কোনো ইছ্যু নাই। কংগ্ৰেছে ৰাইজক একো দিব নোৱাৰিব। অৰুণোদয়,নিযুত মইনা, ৰেচন কাৰ্ড, স্কুল -ৰাস্তা একো দিব নোৱাৰিব। কিয়নো দিছপুৰ আৰু দিল্লীত বিজেপি চৰকাৰ আছে। বিজেপি অসমত ৫০ বছৰ থাকিব। তেতিয়ালৈ কংগ্ৰেছৰ চিনচাব নোহোৱা হৈ যাব।

মুখ্যমন্ত্ৰীয়ে আৰু কয়, বৰ্তমান বৰাক আৰু ব্ৰহ্মপুত্ৰ আদি কোনো বিভেদ নাই। বৰাক উপত্যকাত নতুনকৈ কৰিমগঞ্জত মেডিকেল কলেজ হাস্পতাল নিৰ্মাণ হ’ব। ধলাইত বিজেপিৰ উন্নয়নমূলক কাৰ্যসূচীৰ বাবে অসীম লাভৱান হৈছে। উচ্চ শিক্ষাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে সমষ্টিটোত আহি আছে এখন আদৰ্শ ডিগ্ৰী মহাবিদ্যালয়। নতুনকৈ ধলাইৰ ৰাস্তাৰ বাবে ৫০ কোটি টকা দিয়া হৈছে। বৰজালেঙ্গা আৰু নৰসিংপুৰত এখন কলেজ হ’ব। মুখ্যমন্ত্ৰীয়ে কয়, পালংঘাটত প্ৰথম আহিছে। পালংঘাটত ২০ কোটি টকাৰ মিনি ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব।

hbs 3২০ ২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে ষ্টেডিয়াম নিৰ্মাণ হ’ব । আমড়াঘাটে বৰাক নদীৰ ওপৰ সেতু নিৰ্মাণ কৰা হ’ব। যোৱা ৩ অক্টোবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলা ও অসমীয়া ভাষাকে ধ্ৰুপদী ভাষা হিচাপে ঘোষণা কৰে। ইয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো। নীহাৰ ৰঞ্জন দাসক ভোট দি জয়ী কৰিলে ধলাইৰ উন্নয়নৰ দায়িত্ব তেওঁৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ফ্ৰেব্ৰুৱাৰী ভিতৰত লাখ লাখ মহিলাই পাব ১০ হাজাৰ টকা। ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিবলৈ আহ্বান জনায় |

সভা খনত সাংসদ পৰিমল শুক্লবৈদ্যই কয় , কংগ্ৰেছৰ অভিযোগ বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস বিদেশী। কংগ্ৰেছে দেশক দ্বিখণ্ডিত কৰিছে। অখণ্ড ভাৰতক দ্বিখন্ডিত কৰিছে। কংগ্ৰেছে কেনেকৈ কব পাৰে বিদেশী আৰু স্বদেশী। নীহাৰ ৰঞ্জন দাসৰ ৰতনপুৰ চাহ বাগিচাত ঘৰ। আইৰংমাৰা স্কুলত পঢ়া-শুনা । শিক্ষক হিচাপে কৰ্মৰত আছিল। ৰতনপুৰ চাহ বাগিচাত মেনেজাৰ হিচাপে কাম কৰিছিল। পাকিস্তানৰ মানুহে‌ বিদেশী আৰু স্বদেশী কয় । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উন্নমূলক কাম-কাজৰ প্ৰশংসা কৰে তেওঁ। কংগ্ৰেছৰ সভাত পাঁচশো মানুহ হোৱা নাই। ৰাহুল গান্ধীক আনিলে এক হাজাৰ মানুহ নহ’ব। ধলাইত বিজেপি বহু শক্তিশালী। ইয়াত কংগ্ৰেছে সমাবেশ কৰি কোনো লাভ নহ’ব বুলি উল্লেখ কৰে তেওঁ।

 বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসে কয়, নিষ্ঠা আৰু সততাৰ পুৰস্কাৰ লাভ কৰিছে। ২০০০ চনত বিজেপিত যোগদান কৰিছিল। এছচি বোৰ্ডেৰ চেয়াৰমেন হিচাপে কাছাৰত ৪৫ টা শিবিৰ কৰি অনুসূচিত জাতিৰ চাৰ্টিফিকেট বিতৰণ কৰে। ধলাইত ১২ টা শিবিৰ পাতি চাৰ্টিফিকেট বিতৰণ‌ কৰে। ৪০ হাজাৰ মানুহক এছ চি চাৰ্টিফিকেট প্ৰদান কৰিছে। এন আৰচিৰ সময়ত দলীয় নিৰ্দেশত ৰাইজৰ কাম কাজ কৰিছিল। তেওঁ কয়, প্ৰতিজন দলীয় কৰ্মী সদস্য আৰু ৰাইজক লগত লৈ ধলাইৰ উন্নয়নত ভোট দি জয়যুক্ত কৰক।

বিজয় সংকল্প সমাবেশত উপস্থিত আছিল অভিভাৱক মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, সাংসদ পৰিমল শুক্লবৈদ্য, সাংসদ কৃপানাথ মালাহ, প্ৰাক্তন সাংসদ ডাঃ ৰাজদ্বীপ ৰয়, বিধায়ক কৌশিক ৰয়, বিধায়ক দীপায়ন চক্ৰৱৰ্তী, বিধায়ক কমলাক্ষ দে পুৰকায়স্থ, বিধায়ক মিহিৰ কান্তি সোম, বিধায়ক কৃষ্ণেন্দু পাল, বিধায়ক বিজয় মালাকাৰ, জিলা সভাপতি বিমলেন্দু ৰয়, কাছাৰ জিলাৰ প্ৰভাৰী বিশ্বৰূপ ভট্টাচাৰ্য, কংগ্ৰেছ সম্পাদক কণাদ পুৰকায়স্থ, মহিলা নেত্ৰী শিপ্ৰা গুণ,অনুপমা ৰয়।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cm Himanta Biswa SarmaDhalai by Electionelection rally
samimsultana

samimsultana

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d