Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ

    Result HS 2026

    Result HS 2026

    প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

    H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

OC has been suspended for beating up a food delivery boy:মহানগৰীৰ ৰাজপথত গুণ্ডামি কৰি নিলম্বিত পানবজাৰ থানাৰ অ’চি ভাৰ্গৱ বৰবৰা

ফুড ডেলিভাৰী বয় এজনক ফাঁচী বজাৰত কৰিছিল লপাথপা, ফুড ডেলিভাৰী বয়জন আছিল প্ৰাক্তন কটনিয়ান জ্ঞানদীপ হাজৰিকা, গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ণৰত আছিল জ্ঞানদীপ, ফুড ডেলিভাৰী কৰি পৰিয়াল পোহপাল দিয়াৰ বাবে জ্ঞানদীপে ফুড ডেলিভাৰীৰ অংশকালীন কাম কৰিছিল, কটনিয়ানক লপাথপা দিয়া আৰক্ষীৰ বিৰুদ্ধে গৰজি উঠিল কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা, পানবজাৰ থানাও ঘেৰাও কৰি আৰক্ষীক বান্ধি দিলে সময়সীমা, সোমবাৰৰ ভিতৰত নিলম্বিত অ'চি ভাৰ্গৱ বৰবৰাই ক্ষমা নুখুজিলে বৃহৎ আন্দোলনৰ হুংকাৰ কটনিয়ানৰ, নিলম্বিত নহয় বৰ্খাস্ত কৰক অ'চি জনক :উংপল শৰ্মা

publisher by publisher
November 16, 2024
in News, Assam, India
Reading Time: 3 mins read
0
OC has been suspended for beating up a food delivery boy:মহানগৰীৰ ৰাজপথত গুণ্ডামি কৰি নিলম্বিত পানবজাৰ থানাৰ অ’চি ভাৰ্গৱ বৰবৰা
2
SHARES
18
VIEWS
ShareShareShareShare

OC has been suspended for beating up a food delivery boy:

ৰাইজৰ বাবে আৰক্ষী ৷ এই মন্তব্যৰে আৰক্ষীক মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ পৰামৰ্শ দি আহিছে যদিও একাংশ উদণ্ড – অবাধ্য আৰক্ষীৰ উদ্ধতালিৰে ৰাইজক ক্ষুব্ধ কৰি তুলিছে। একাংশ আৰক্ষীয়ে এতিয়া ৰাজপথত গুণ্ডামি কৰাটো চিৰাচৰিত নিয়মত পৰিণত হৈছে ৷

ADVERTISEMENT

oc 1বৃহস্পতিবাৰে নিশা মহানগৰীৰ মাজমজিয়াৰ ফাঁচী বজাৰত এজন ফুড ডেলিভাৰী বয়ৰ ওপৰত জপিয়াই পৰিল পানবজাৰ আৰক্ষী থানাৰ অ’চি ভাৰ্গৱ বৰবৰা । ফুড ডেলিভাৰী বয়জনৰ দোষ আছিল  ৷ তেওঁ ন’এন্টিত ৰখাইছিল তেওঁৰ বাইক খন  ৷ লঘু দোষত ফুড ডেলিভাৰী যুৱকজনক ৰাজহুৱাকৈ লপা থপা দিয়ে ৷

RelatedPosts

Artificial Flood in Guwahati:দেওবাৰে নিশা মুষলধাৰ বৰষুণৰ পিছতে গুৱাহাটী মহানগৰীত হাহাকাৰ পৰিস্থিতি

Cm Reaction:দিল্লীৰ বিস্ফোৰণৰ পিছত অসমত ফেচবুকত সন্ত্রাসবাদীক সমর্থন জনাই আদৰণি জনোৱাসকলক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়া হৈছে ডিজিপিক : মুখ্যমন্ত্রী

Artificial Flood in Guwahati:উন্নয়নৰ জয়ঢোল বজোৱা দিশপুৰক পুনৰ নগ্ন কৰিলে এজাক মুষলধাৰ বৰষুণে

আনহাতে এই কাৰ্য এগৰাকী সচেতন মহিলাই ৰেকৰ্ডিং কৰি ফেচবুকত ভাইৰেল কৰে। এই দৃশ্যাৱলীৰ পিছতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে এক্স যোগে ৰাজপথত গুণ্ডামী কৰা পানবজাৰ আৰক্ষী থানাৰ অ’চি ভাৰ্গৱ বৰবৰাক তৎকালীনভাৱে নিলম্বন কৰাৰ লগতে তদন্তৰ ঘোষণা কৰে ৷

panbazar 1উল্লেখ্য যে ফুড ডেলিভাৰী বয়জনৰ ওপৰত আৰক্ষীজনৰ বৰ্বৰতাৰ বিৰুদ্ধে ৰাজ্যব্যপি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ ডেলিভাৰী বয়জন আছিল কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ৷ বৰ্তমান অৰ্থনৈতিক বিভাগত গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত জ্ঞানদীপ হাজৰিকা নামৰ শোণিতপুৰৰ সংগ্ৰামী ছাত্ৰজনে নিজৰ পৰিয়ালৰ পোহপাল আৰু নিজৰ পঢ়াৰ খৰচ উলিয়াবৰ বাবে সময় উলিয়াই দৈনিক কৰি গৈছিল ফুড ডেলিভাৰী কামটো ৷

কিন্ত শুকুৰবাৰে কৰ্মৰত অৱস্থাতে জ্ঞানদীপ হাজৰিকাই সন্মুখীন হ’বলগীয়া হয় এক অবাঞ্চিত পৰিস্থিতিৰ ৷ ইতিমধ্যে কটনিয়ানৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে গৰজি উঠে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা ৷ শণিবাৰে শতাধিক কটনিয়ানে নিলম্বিত অ’চি জনৰ শাস্তিৰ দাবী পানবজাৰৰ থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ কটনিয়ানে আৰক্ষী প্ৰশাসনৰ সোমবাৰলৈ বান্ধি দিলে সময়সীমা ৷ সোমবাৰৰ ভিতৰত গুণ্ডাৰূপী আৰক্ষী বিষয়াজনে ৰাজহুৱাকৈ জ্ঞানদীপৰ ওচৰত ক্ষমা নুখুজিলে তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব ৷ অচল কৰি দিয়া হ’ব পানবজাৰ ৷

oc3আনহাতে নিলম্বিত ভাৰ্গৱ বৰবৰাৰ এই কাণ্ডক গৰিহনা দিয়ে আছুৰ সভাপতি উৎপল শৰ্মাই ৷ বিষয়াজনক নিলম্বন নহয় চাকৰিৰ পৰাই বৰ্খাস্ত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই ৷

ইপিনে,আৰক্ষীৰ হাতত প্ৰহৃত জ্ঞানদীপৰ মাতৃ বেবী হাজৰিকাই পুত্ৰৰ ওপৰত বৰ্বৰতা দেখুওৱা কাৰ্যক দুখ প্ৰকাশ কৰে ৷তেওঁ কয়, ‘শুকুৰবাৰে নিশা ৮ঃ-৩০ বজাত জ্ঞানদীপৰ লগৰ বন্ধু এজনে মোক খবৰ দিছিল যে জ্ঞানদীপে ইয়াত পাৰ্ট টাইম কাম কৰে। তাক আজি পুলিচে মাৰিছে। আপুনি চিন্তা নকৰিব। আমি তাৰ স’তে আছোঁ।’

0c 2আনহাতে মাতৃ গৰাকীয়ে আৰু কয় যে, ‘তাক মই সি ভাড়া লোৱা ৰূমৰ ভাৰাৰ লগতে পঢ়াৰ খৰচ দি আহিছো ৷ গুৱাহাটীত চলিবলৈ অধিক টকাৰ প্ৰয়োজন ৷ হয়তো নিজৰ পকেট খৰচ উলিয়াবলৈকে হয়তো মোৰ অলক্ষিতে ডেলিভাৰীৰ কামটোৰ পথ বাছি লৈছিল । নিজৰ লগতে বৰ্তমান অধ্যয়ণৰত ভনীয়েক গৰাকীৰ দায়িত্ব বুজি সি ঘৰত কোনেও নজনাকৈ এই কামটো বাছি লৈছিল ৷ নিজ পুত্ৰক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ সন্দৰ্ভত কয় ,বিষয়াজনে প্ৰথমে ন’এন্টি কৰাৰ বাবে বিভাগীয় যি জৰিমনা হয় সেয়াহে কৰিব লাগিছিল। কিন্ত তাকে নকৰি আইন হাতত তুলি জ্ঞানদীপক প্ৰহাৰ কৰিছিল ৷ আৰক্ষী বিষয়া
গৰাকীয়ে বেয়া কাম কৰিছে। আন কাৰো লগত এনে নহওক।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: beating up a food delivery boyCMO ASSAMCotton University Students' Union ProtestDGP Assamoc suspendedPanbazar Police Station
publisher

publisher

Related Posts

Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ
News

April 28, 2026
Result HS 2026
News

Result HS 2026

April 28, 2026
প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ
News

প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

April 28, 2026
H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল
News

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

April 28, 2026
বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

April 28, 2026
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d