Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Indian People’s Theathre Association protests:চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা, অংকুমান বৰদলৈক গ্ৰেপ্তাৰৰ বিৰুদ্ধে ভাৰতীয় গণনাট্য সংঘৰ প্ৰতিবাদ

চিত্ৰ শিল্পীসহ গ্ৰেপ্তাৰ কৰাসকলক বিনাচৰ্তে মুক্তিৰ দাবী

publisher by publisher
November 14, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Indian People’s Theathre Association protests:চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা, অংকুমান বৰদলৈক গ্ৰেপ্তাৰৰ বিৰুদ্ধে ভাৰতীয় গণনাট্য সংঘৰ প্ৰতিবাদ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Public Protest In Bharalumukh:দীঘলীপুখুৰীৰ পাছত এইবাৰ ভৰলুত গছ কটাৰ যো-জা

Flyover Opening Today:মুখ্যমন্ত্ৰীয়ে আজি মুকলি কৰিব গুৱাহাটী-উঃগুৱাহাটী দলঙৰ দক্ষিণ পাৰৰ উচ্চ কৰিড’ৰ

Bharalumukh Theft:মহানগৰীত দিনদুপৰতে চিলনী চোৰৰ মৰসাহ !

Indian People’s Theathre Association protests:

প্ৰকৃতিৰ ওপৰত আক্ৰমণৰ অন্যতম এক অংশ হ’ল বনধংস’। যোৱা সময়ছোৱাত অসম চৰকাৰে উন্নয়নৰ নামত কোনো বিকল্প ব্যৱস্থা নকৰাকৈ জধেমধে য’তে-ত’তে পাহাৰ খনন আৰু গছ কাটিবলৈ লৈছে। ফলত জলবায়ুৰ পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিত ইয়াৰ প্ৰভাৱ বাৰুকৈয়ে পৰিব।

ADVERTISEMENT

শেহতীয়াকৈ গুৱাহাটী মহানগৰীত উৰণ সেতু নিৰ্মাণৰ নামত দীঘলীপুখুৰী পাৰ আৰু ভৰলুমুখ অঞ্চলত শতবৰ্ষ গৰকা বহু সংখ্যক গছ জধেমধে কাটিবলৈ যোজা কৰিছে। বিভিন্ন প্ৰগতিবাদী দল-সংগঠন আৰু মহানগৰীৰ সচেতন নাগৰিক সকলে গণতান্ত্ৰিক ভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। তীব্ৰ প্ৰতিবাদ আৰু সামাজিক ন্যায়ৰ বাবে কিছু সচেতন নাগৰিকে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত চৰকাৰে শপতনামা দাখিল কৰিবলৈ বাধ্য হৈছে। ভৰলুমুখৰ প্ৰতিবাদীসকলৰ ভিতৰৰে চিত্ৰ শিল্পী মাৰ্শ্বেল বৰুৱা আৰু অংকুমান বৰদলৈক তেওঁলোকৰ ৰং-তুলিকাৰে অংকন কৰা প্ৰতিবাদী চিত্ৰৰ বাবে চৰকাৰৰ পুলিচ বাহিনীয়ে বেআইনী ভাৱে গ্ৰেপ্তাৰ কৰিছে।

ভাৰতীয় গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি শৰৎ চন্দ্ৰ নেওগ আৰু প্ৰধান সম্পাদক বিপুল তালুকদাৰে এক প্ৰেছ বিজ্ঞপ্তিত এনে অ-গণতান্ত্ৰিক ফেচীবাদী কাৰ্যক তীব্ৰ ভাষাৰে নিন্দা কৰিছে আৰু শিল্পীদ্বয়ক বিনাচৰ্তে মুক্তিৰ দাবী কৰিছে।

বিবৃতিটোত সভাপতি আৰু সম্পাদক গৰাকীয়ে কয় যে গুৱাহাটী মহানগৰীৰ উন্নয়ন সকলোৰে কাম্য। গণনাট্য সংঘৰ ৰাজ্যিক সমিতিয়েও মহানগৰীৰ নাগৰিক সকলে ভুগি থকা সমস্যাৰ সমাধান আৰু উন্নয়নৰ দাবী কৰি আহিছে। অকল পৰিৱেশ ধংস কৰি উৰণ সেতুৰ নিৰ্মাণ কৰাৰ দ্বাৰাই মহানগৰীৰ উন্নয়ন নহয়। কৃত্ৰিম বানকে ধৰি এশ-এবুৰি সমস্যাৰ সন্মুখীন হৈ থকা মহানগৰীৰ বাসিন্দাৰ বাবে চৰকাৰৰ আৰু বহুতো কৰণীয় আছে। সেইবোৰ কামত চৰকাৰক গুৰুত্ব দিবলৈ সোৱঁৰাই দিয়ে আৰু গছ কটাৰ দৰে মহানগৰীৰ পাৰিপাৰ্শ্বিকতা বিনষ্টকাৰী যিকোনো পদক্ষেপ গ্ৰহণৰ পৰা চৰকাৰক বিৰত থাকিবলৈ আহ্বান জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 2 Artist ArrestedAgainst Cutting Down TreesBharalumukhipta Protestwall paintings
publisher

publisher

Related Posts

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

September 6, 2026
‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ
International

‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d