Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Tech

Smartglasses are coming:আহি আছে স্মার্টগ্লাছ! অতীত হোৱাৰ পথত ম’বাইল-স্মার্টফোন

বৃহৎ পৰিৱৰ্তনৰ দিশে বিশ্বৰ প্ৰযুক্তি ভূচিত্র

publisher by publisher
November 16, 2024
in Tech
Reading Time: 2 mins read
0
Smartglasses are coming:আহি আছে স্মার্টগ্লাছ! অতীত হোৱাৰ পথত ম’বাইল-স্মার্টফোন
2
SHARES
21
VIEWS
ShareShareShareShare

Smartglasses are coming:

দুচকুত পৰিধান কৰি থকা চছমাযোৰেই কাম কৰি আপুনি হাতত ৰখা ম’বাইল অথবা স্মার্টফোনটোৰ কাম। সকলো ঠিকে ঠাকে থাকিলে এনে এক অৱস্থালৈ অধিক দিন অপেক্ষা কৰাৰ প্ৰয়োজন নহ’ব। অবৱশ্যে এই চচ্ছমা সাধাৰণ চচ্ছনা নহয়, এই চছমা হ’ব অত্যাধুনিক প্রযুক্তি সম্বলিত চছমা, যাক স্মার্টগ্লাছ বুলি কোৱা হয়।

ADVERTISEMENT

কোৱা নিষ্প্রয়োজন যে বিগত কিছু বছৰত বিশ্বৰ প্রযুক্তিক্ষেত্ৰৰ অভূতপূর্ব উন্নতি সাধন হয় আজি কোনো দুর্গম প্রান্তত থাকিও এজন ব্যক্তিয়ে সামাজিক মাধ্যম ব্যৱহাৰৰ যি সুবিধা লাভ কৰিছে সেয়া হৈছে প্রযুক্তিৰ চমকপ্রদ উত্তৰণৰ ফল। অর্থাৎ বিগত কিছু বছৰত বিশ্বৰ প্রযুক্তি ভূচিত্ৰৰ অভিনৱ পৰিৱৰ্তন সাধন হয়। এই পৰিৱৰ্তন বর্তমানেও অব্যাহত আছে।

RelatedPosts

No Content Available

এনে পৰিৱৰ্তনক অধিক মাত্ৰা দি ফেচবুকৰ মালিকানাধীন প্রতিষ্ঠান ‘মেটা’ৰ প্ৰতিষ্ঠাপক তথা মুখ্য কার্যবাহী বিষয়া মার্ক জুকাৰবাৰ্গে সম্প্রতি ঘোষণা কৰিছে যে তেওঁলোকে স্মার্টগ্লাছ উদ্ভাৱনৰ দিশে অগ্ৰসৰ হৈছে। এই ক্ষেত্ৰত তেওঁলোক সফল হ’লেই ম’বাইল ফোন বা স্মার্টফোনৰ প্ৰয়োজন নোহোৱা হ’ব। অর্থাৎ হাতত ৰখা ম’বাইল অথবা স্মার্টফোনটোৰ কাম চকুত পৰিধান কৰি থকা চছমাযোৰেই সম্পন্ন কৰিব।

এই সম্পৰ্কত জুকাৰবাৰ্গে কয় যে এই স্মার্টগ্লাছ হ’ব পৰৱৰ্তী বৃহৎ কম্পিউটিং প্লেটফর্ম। অর্থাৎ অত্যাধুনিক প্রযুক্তিযুক্ত হ’ব এই স্মার্টগ্লাছ। অৱশ্যে ইয়াৰ পূৰ্বেও মেটাৰ প্ৰতিষ্ঠাপক জুকাৰবাৰ্গে স্মার্টফোনৰ স্থান ল’ব পৰা স্মার্টৱাটছ উৎপাদনৰ লক্ষ্য লৈছিল। অৱশ্যে এই ক্ষেত্ৰত তেওঁ সফল নহ’ল। তৎসত্ত্বেও তেওঁ স্মার্টফোনৰ বিকল্প উদ্ভাৱনৰ চেষ্টা ত্যাগ কৰা নাই। ইয়াৰ অংশ স্বৰূপে তেওঁ স্মাৰ্টগ্লাছ উদ্ভাৱনৰ লক্ষ্য লৈছে।

লক্ষ্যণীয় যে কম্পিউটাৰৰ উদ্ভাৱনেই আছিল এক বৃহৎ প্রযুক্তি বিপ্লব। তাৰ পাছতে অহা আন এক বৃহৎ প্রযুক্তিগত সফল বিপ্লৱ হ’ল ম’বাইল ফোনৰ উদ্ভাৱন। যদিহে জুকাৰবাৰ্গৰ পৰিকল্পনা সফল হয় তেন্তে ম’বাইল ফোন বিপ্লৱ অতীত হোৱাৰ সম্ভাৱনা প্ৰৱল। তাৰ ঠাই ল’ব স্মার্টগ্লাছে।

এই সম্পর্কত মেটাৰ প্ৰতিষ্ঠাপকজনে লগতে কয়, ‘এনে এক সময় আহিব যেতিয়া আপুনি জেপৰ পৰা স্মার্টফোনটো উলিওৱাৰ প্রয়োজন নহ’ব। সেই সময়ত আপুনি পৰিধান কৰা চছমাযোৰে (স্মার্টগ্লাছ)ই স্মার্টফোনৰ কাম কৰিব। মই ভাবো যে ২০৩০ৰ দশকত আপুনি এনে অভিজ্ঞতা অৰ্জন কৰিবলৈ সক্ষম হ’ব।’

লক্ষ্যণীয় যে কেৱল জুকাৰবাৰ্গে নহয়, বিশ্বৰ আন এক শীর্ষ প্রযুক্তি প্রতিষ্ঠান এপেলেও স্মার্টগ্লাছ উদ্ভাৱনৰ পৰিকল্পনা কৰিছে। ইতিমধ্যে দুয়োটা প্রতিষ্ঠান এই ক্ষেত্ৰত অগ্রসৰো হৈছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Mark zuckerborg AnnouncedSmartglasses are coming
publisher

publisher

Related Posts

অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !
Lifestyle

অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

April 30, 2025
Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ
News

March 1, 2025
Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !
News

Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

March 1, 2025
Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !
Tech

January 27, 2025
Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম
Tech

Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

January 24, 2025
ONEPLUS 13 SERIES
Tech

ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

January 8, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d