Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati New Police Station:মহানগৰীত অচিৰেই বৃদ্ধি পাব থানাৰ সংখ্যা

    Youth arrested with air gun:ছয়মাইলৰ পদপথৰ দোকানীক ভয়-ভাবুকিৰে ধন সংগ্ৰহৰ অভিযোগ

    Jamunamukh Flood: যমুনামুখত বানৰ কোবাল সোঁতকো ভেদি চলিছে এম্বুলেন্স !

    Unification of AKRSU:বহুধাবিভক্ত আক্ৰাছু ঐক্যবদ্ধ হোৱাৰ অংগীকাৰ

    Wild Buffalo Attack In Tezpur:তেজপুৰত ভয়ংকৰ ঘটনা,বনৰীয়া ম’হৰ আক্ৰমণত নিহত দুই ,আহত ৩জন

    Wild Elephant:মাজুলীত বন্যহস্তীৰ উপদ্ৰৱ,বিভিন্ন ঠাইত বন্য হস্তীৰ মুক্ত বিচৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Debolal Gorlosa:ছিণ্ডিকেটৰ চৰ্দাৰৰ ৰূপত দেৱোলাল গাৰ্লোচা !

ডিমা হাচাওৰ কয়লা- চূণশিল - শিলৰ খনন সম্পূৰ্ণ কুশিক্ষিত কৰি গৈছে স্বায়ত্ত্বশাসিত পৰিষদৰ মুৰব্বীয়ে, নেতা-বহিৰাগত পুঁজিপতিৰ দৌৰাত্ম্যত নিঃশেষ হৈ আহিছে জনসাধাৰণৰ জীৱন-জীৱিকা আৰু মৌলিক অধিকাৰ

publisher by publisher
November 18, 2024
in News, Assam, India
Reading Time: 3 mins read
0
Debolal Gorlosa:ছিণ্ডিকেটৰ চৰ্দাৰৰ ৰূপত দেৱোলাল গাৰ্লোচা !
2
SHARES
20
VIEWS
ShareShareShareShare

Debolal Gorlosa:

পার্বত্য জিলা ডিমা হাছাওত যি ধৰণে থলুৱা ভূমিপুত্ৰসকলৰ ওপৰত শোষণ, নিষ্পেষণ আৰু অমানবীয় দমন, উৎপীড়ন চলি আহিছে তাক ভাষাৰে বুজোৱাটো সহজ নহয়। দৰাচলতে উত্তৰ কাৰ স্বায়ত্তশাসিত পৰিষদৰ নেতৃত্বই হওক বা বহিৰাগত পুঁজিপতিয়েই হওক, সকলো মিলি ভূমিপুত্র কাৰ্বি, ডিমাছা, কুকি, মাৰ, বেটে, ৰাংখল, জেমি, বড়োসকলৰ ওপৰত যি ধৰণৰ অমানৱীয় শোষণ চলাই আছে তাক পার্বত্য জিলাখনলৈ গৈ নিজে নাচালে অনুভৱ কৰাটো সম্ভৱ নহয়। এই ধাৰা দশকৰ পাছত দশক ধৰি চলি আহিছে।

ADVERTISEMENT

উদাহৰণ স্বৰূপে অসম চৰকাৰৰ অসম খনিজ পদার্থ উন্নয়ন নিগম লিমিটেডৰ অধীনত ‘৮০ দশকৰ পৰাই কপিলী নদীৰ দাঁতিকাষৰীয়া পাহাৰসমূহত ‘ৰেট হ’ল’ (নিগনিৰ দৰে খান্দি যোৱা) পদ্ধতিৰে কয়লাৰ খনন কৰি অহা হৈছে। খনন কৰি উলিওৱা কয়লা উমৰাংছ’ৰ ‘গ্রীণ মার্কেট’ অঞ্চলত জমা কৰা হয়। উৎপাদিত এই বৃহৎ পৰিমাণৰ কয়লাৰ মূল বজাৰ হ’ল জিলাখনৰ ঔদ্যোগিক চহৰ উমৰাংছ’ৰ চিমেণ্ট কাৰখানাসমূহ। লগতে হোজাই জিলাৰ লংকা হৈয়ো ট্রাকে ট্রাকে বহিঃৰাজ্যলৈ কয়লাৰ ৰপ্তানি কৰা হয়।

RelatedPosts

Demanded the dismissal of Devolal:স্বায়ত্ত পৰিষদৰ মুৰব্বী দেৱোলালক বৰ্খাস্তৰ দাবী স্বয়ং বিজেপি নেতাৰ

Case registered against illegal mining in Umrangso:ডিমা হাছাওৰ উমৰাংছ’ৰ কয়লা খনিত শ্ৰমিক আবদ্ধৰ ঘটনাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

Plans to evict indigenous people for limestone:চূণশিলৰ বাবে ভূমিপুত্ৰক উচ্ছেদৰ যোজা

এতিয়া প্রশ্ন হ’ল- এই উৎপাদিত কয়লাৰ বিনিময়ত লাভ কৰা ৰাজহ ক’লৈ আৰু সচেতন নাগৰিকে ‘ স্থানীয় ৰাইজ, দল-সংগঠননে ‘দৈনিক ৰ আগত সদৰী কৰে যে পাহাৰীয়া জিলাখনৰ পাহাৰ- পৰ্বত ধ্বংস কৰি, থলুৱাৰ কৃষিভূমি মৰুভূমিত পৰিণত কৰি খননকৰা কয়লাৰ সিংহভাগ ৰাজহ উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱোলাল গর্লোছাৰ জেপলৈ যায়। কিয়নো অধিকাংশ কয়লা জিলাখনত স্থাপন কৰা চিমেণ্ট কাৰখানাসমূহলৈ চৰকাৰী চালান অবিহনেই যোগান ধৰা হয় আৰু এই সমগ্র ছিণ্ডিকেট প্রত্যক্ষভাৱে গর্লোছাৰ হাতৰ মুঠিত আৱদ্ধ।

শেহতীয়াকৈ কোনো চৰকাৰী বিধি ব্যৱস্থা নমনাকৈ, অসম তথা ভাৰত চৰকাৰৰ সংশ্লিষ্ট বিভাগ-মন্ত্রণালয়ৰ কোনো ধৰণৰ অনুমতি নোহোৱাকৈ অত্যন্ত সংগোপনে মুখ্য কার্যবাহী সদস্য গর্লোছাৰ নিৰ্দেশ মর্মে উমৰাংছ’ৰ পৰা প্রায় ১৮হকিলোমিটাৰ দূৰত্বত পশ্চিমে অৱস্থিত বৰলক্ষিণডং গাঁৱৰ বৃহৎ কৃষিভূমিত অবৈধভাৱে কয়লাৰ মুক্ত খনন চলাই থকা হৈছে।

বৰলক্ষিণডং গাঁৱৰ স্থানীয় ৰাইজে ‘দৈনিক অগ্রদূত’ৰ আগত ক্ষোভ প্রকাশ কৰি কয় যে একাংশ স্থানীয় মাফিয়াৰ নিয়ন্ত্রণত থকা উক্ত অবৈধ কয়লা খনিৰ পৰা উপার্জিত সমুদায় ধন মুখ্য কার্যবাহী সদস্য গর্লোছাৰ হাতলৈ যায়। প্রতিবাদ কৰিলেই মৃত্যুৰ ভাবুকি, অমানুষিক শাৰীৰিক নিৰ্যাতনৰ সম্মুখীন হ’বলগীয়া হয় স্থানীয় ৰাইজ।

দ্বিতীয়তে, পাহাৰীয়া জিলাখনৰ মাহুৰ নদীৰ বক্ষ উদং কৰি দৈনিক শ শ টন ব’ল্ডাৰ খনন কৰি ৰেলেৰে বহিঃৰাজ্যলৈ ৰপ্তানি কৰা হয়। এই সমগ্র খনন কার্য ব্যক্তিগতভাৱে গর্লোছাৰ নিয়ন্ত্ৰণত সম্পাদন কৰা হয়। অর্থাৎ মাহুৰ নদীত খনন চলাই সংগ্ৰহ কৰা শিল, ব’ল্ডাৰ বজাৰত বিক্ৰী কৰি আয় কৰা সমুদায় ধন গর্লোছাই গোটে গোটে গিলে আৰু প্ৰাকৃতিক দুৰ্যোগৰ বিষম পৰিণতি ভূগিব লাগে সহজ-সৰল ৰাইজে।

তৃতীয়তে, পাহাৰীয়া জিলখনৰ ভুক্তভোগী ৰাইজে ‘দৈনিক অগ্রদূত’ৰ আগত প্রকাশ কৰে যে যেতিয়াই চূণশিল খননৰ কাৰণে কোনো পুঁজিপতিয়ে মাটি বিচাৰে, তেনে পৰিস্থিতিত স্থানীয় ৰাইজক বলপূর্বক উচ্ছেদ কৰি পুঁজিপতিক মাটি হস্তান্তৰ কৰাৰ দায়িত্বও মুখ্য কার্যবাহী সদস্য গর্লোছাই পালন আহিছে। এইদৰে স্থানীয় ভুক্তভোগীৰ ক্ষতিপূৰণৰ নামত গলোছাই পুঁজিপতিৰ পৰা বৃহৎ পৰিমাণৰ ধন আদায় কৰে যদিও প্রকৃত ভুক্তভোগীক সামান্য নিচুকণি আদায় দিয়েই বন্দুক দেখুৱাই নিজৰ বাসভূমিৰ পৰা খেদি পঠিয়ায়।

এনে অভিযোগৰ যুক্তিযুক্ততা উপস্থাপন কৰিবলৈ গৈ উমৰাংছ’ৰ চ্ছত লাৰ্পেং আৰু নক্সডিলংক্রুক গাঁৱত উপস্থিত হওঁতে স্থানীয় বাসিন্দাই ‘দৈনিক অগ্রদূত’ৰ আগত কয়, ‘উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদে চূণশিল খননৰ কাৰণে আমাৰ দুয়োখন গাঁৱৰ মাজত থকা দুহেজাৰ বিঘা ভূমি বহিৰাগত পুঁজিপতিক হস্তান্তৰ কৰিবলৈ উঠি পৰি লাগিছে। আমাক উচ্ছেদ কৰিব বুলি কৈছে। আমাৰ মুখিয়ালসকলে কোম্পানীৰ পৰা জানিব পাৰিছে যে উচ্ছেদিতসকলৰ ক্ষতিপূৰণ হিচাপে ইতিমধ্যে ৪৫ কোটি টকা মুকলি কৰা হৈছে।

বিপৰীতে দুয়োখন গাঁৱৰ মুঠ ৮০টা পৰিয়ালক পৰিয়ালে প্রতি মাত্র এক লাখকৈ টকা ক্ষতিপূৰণ হিচাপে বিতৰণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। মহাবল চিমেন্ট প্রাইভেট লিমিটেড নামৰ কোম্পানী এটায়ো হেনো আমাৰ ভূমিত চিমেণ্ট কাৰখানা স্থাপন কৰিব। অর্থাৎ ভূমি আমি দিম, জীৱন-জীৱিকা আমি হেৰুৱাম, আমাৰ আহি থকা প্ৰজন্মৰ ভৱিষ্যত আমি ধ্বংস কৰিম, আমি সর্বোচ্চ হেৱাম আৰু আমাৰ নামত তেওঁলোকে ক্ষতিপূৰণৰ ধন খাব, তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে ৰাজভোগ কৰিব। ই কেনে ন্যায়?’

উল্লেখ্য যে জিলাখনৰ আন আন ঠাইৰ বিভিন্ন লঘু, গুৰু উদ্যোগৰ কথা বাদেই দিলেও কেৱল উমৰাংছ’ চহৰতে নীপক’ৰ দুটা বৃহৎ বৃহৎ জলবিদ্যুৎ প্রকল্প (উমৰং আৰু খাণ্ডং) আছে। সম্প্রতি নামনি কপিলী প্ৰকল্পৰ নির্মাণো সম্পূর্ণ হোৱাৰ দিশে। তদুপৰি আছে বিনয় চিমেন্ট (সম্প্রতি ডালমিয়া চিমেন্ট), উমৰাংছ’ চিমেন্ট, নর্থ-ইষ্ট চিমেন্ট, ইউনাইটেড চিমেন্ট, কপিলী টি এস্টে, আসাম মিনাবেল ডেভলপমেন্ট কর্প’ৰেছন লিমিটেডৰ দৰে ৰাজহুৱা খণ্ডৰ কে’বাটাও কয়লা কুৱেৰী আৰু বহুতো। স্থানীয় ৰাইজৰ অভিযোগ, ব্যক্তিগত খণ্ডই হওক বা ৰাজহুৱা খণ্ডই হওক, কোনো কোম্পানীয়ে স্থানীয় থলুৱা বাসিন্দাৰ উন্নয়নৰ স্বাৰ্থত সামাজিক দায়বদ্ধতা পুঁজি (চিএছআব) শিতানৰ ফুটাকড়ি এটাও খৰচ নকৰে।

এই উদ্যোগসমূহে স্থানীয় দৰিদ্ৰ শ্রমিক-কৃষকক সহায় কৰাৰ বিপৰীতে পৰিষদৰ লগত মিলি চিএছআৰৰ ধন আত্মসাৎ কৰে। উদাহৰণ দিবলৈ গৈ উমৰাংছ’ৰ ব-বাফলাকলাংচ গাঁৱৰ গাঁওবুঢ়া অনচিং টেৰণে ‘দৈনিক অগ্রদূত’ৰ আগত কয়, ‘বিনয় চিমেণ্টৰ কাৰণে ১৯৮৮তে আমাৰ গাঁৱৰ বাসিন্দাই ভূমি দান কৰিছিল। বিনিময়ত কোম্পানীয়ে আমাক ঘৰ, খোৱাপানী, বিজুলী, ৰাস্তা-ঘাট আদি নিৰ্মাণ কৰি দিয়াৰ এশ এবুৰি লিখিত প্রতিশ্রুতি দিছিল। কোম্পানীয়ে লিখিত ৰূপত আমাক প্রদান কৰা প্রতিশ্রুতিপত্র এতিয়াও আমাৰ হাতত মজুত আছে। দুর্ভাগ্যজনক কথাটো হ’ল ৮০ৰ দশকতে বিনয় চিমেন্টে নিজে দিয়া প্রতিশ্রুতিৰ এটাও দফা আজি পর্যন্ত পূৰণ নহ’ল।’

চ্ছত লাপে গাঁৱৰ মুখিয়াল ইলিছ টিমুঙে ‘দৈনিক অগ্রদূত’ৰ আগত কয়, ‘উন্নতিৰ নামত যি হৈছে পৰিষদৰ নেতাসকলৰ হৈছে। তেওঁলোকৰ পৰিয়ালৰ হৈছে, পুঁজি পতিসকলৰ হৈছে। সম্পদৰ মালিকৰ যি হৈছে এয়া এক বিশাল শূন্যতা। সম্প্ৰতি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যজনে আমাক আৰু আমাৰ মাটি-সম্পত্তিৰ ওপৰত মালিকগিৰী চলাই আছে। আমাক কন্ঠৰুদ্ধ কৰা হৈছে, পণবন্দী কৰা হৈছে। সকলো তেওঁৰ ইচ্ছা আৰু নিয়ন্ত্রণত। সেয়েহে বহিৰাগত পুঁজিপতিসকলেও তেওঁকেই পূজে। এতেকে সকলো পিনৰ পৰাই আমাৰ মৌলিক অধিকাৰ কাঢ়ি লোৱা হৈছে।’

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Debolal Garlosaillegal Coal-limestone SyndicatweIllegal MiningNCHAC
publisher

publisher

Related Posts

Guwahati New Police Station:মহানগৰীত অচিৰেই বৃদ্ধি পাব থানাৰ সংখ্যা
News

June 2, 2025
Youth arrested with air gun:ছয়মাইলৰ পদপথৰ দোকানীক ভয়-ভাবুকিৰে ধন সংগ্ৰহৰ অভিযোগ
Crime

Youth arrested with air gun:ছয়মাইলৰ পদপথৰ দোকানীক ভয়-ভাবুকিৰে ধন সংগ্ৰহৰ অভিযোগ

June 2, 2025
Jamunamukh Flood: যমুনামুখত বানৰ কোবাল সোঁতকো ভেদি চলিছে এম্বুলেন্স !
News

Jamunamukh Flood: যমুনামুখত বানৰ কোবাল সোঁতকো ভেদি চলিছে এম্বুলেন্স !

June 2, 2025
Unification of AKRSU:বহুধাবিভক্ত আক্ৰাছু ঐক্যবদ্ধ হোৱাৰ অংগীকাৰ
News

Unification of AKRSU:বহুধাবিভক্ত আক্ৰাছু ঐক্যবদ্ধ হোৱাৰ অংগীকাৰ

June 2, 2025
Wild Buffalo Attack In Tezpur:তেজপুৰত ভয়ংকৰ ঘটনা,বনৰীয়া ম’হৰ আক্ৰমণত নিহত দুই ,আহত ৩জন
News

Wild Buffalo Attack In Tezpur:তেজপুৰত ভয়ংকৰ ঘটনা,বনৰীয়া ম’হৰ আক্ৰমণত নিহত দুই ,আহত ৩জন

June 2, 2025
Wild Elephant:মাজুলীত বন্যহস্তীৰ উপদ্ৰৱ,বিভিন্ন ঠাইত বন্য হস্তীৰ মুক্ত বিচৰণ
News

Wild Elephant:মাজুলীত বন্যহস্তীৰ উপদ্ৰৱ,বিভিন্ন ঠাইত বন্য হস্তীৰ মুক্ত বিচৰণ

June 2, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d