Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    পৌৰাণিক আখ্যানৰ পৰা দেশৰ স্বাধীনতা আন্দোলনৰে সংপৃক্ত দশভুজাৰ আৰাধনা

    উন্মনা শৰতৰ বতৰালৈ নৈৰ পাৰত কঁহুৱাই পাৰিছে শুভ্র দলিচা

    ৰাজ্যত মাষ্টাৰ ৰোল-কেজুৱেল-স্থায়ী দৰমহাত কৰ্মচাৰীৰ নিযুক্তি বন্ধ হ’ল

    অসমত মই যিমান আদৰ-সন্মান পাইছো সেয়া চাগে বেলেগত আনে পোৱা নাই!

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Price of eggs has been increased by Rs 40 per plate:কণীৰ প্ৰতি প্লেটৰ মূল্য একেকোবে ৪০ টকা বৃদ্ধি, ছিণ্ডিকেটৰ দৌৰাত্ম্য

কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ যোগান বিভাগ, উর্ধ্ববাহু হৈ নাচিছে অসাধু ব্যৱসায়ীয়ে

samimsultana by samimsultana
September 21, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Price of eggs has been increased by Rs 40 per plate:কণীৰ প্ৰতি প্লেটৰ মূল্য একেকোবে ৪০ টকা বৃদ্ধি, ছিণ্ডিকেটৰ দৌৰাত্ম্য
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Price of eggs has been increased by Rs 40 per plate:

ৰাজ্যৰ নিয়ন্ত্রণহীন বজাৰ ব্যৱস্থাৰ ফলত ত্রাহি মধুসুধন সুঁৱৰিছে সাধাৰণ ৰাইজে। সাধাৰণ জনতাক সকাহ দিয়াৰ নামত ৰাজ্য চৰকাৰৰ বাবে আশ্বাসৰ বাণীয়ে সাৰ। জনতাক কেৱল আভুৱা ভাঁৰাই হৈছে চৰকাৰ তথা বিষয়টোৰ লগত জড়িত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দায়িত্ব। সেয়েহে মুখ্যমন্ত্ৰীৰ পৰা বিভাগীয় মন্ত্রীলৈকে আশ্বাসৰ যিমানেই বাণী নুশুনাওক কিয়, বজাৰত তাৰ প্ৰভাৱ আজিলৈকে পৰা নাই।

ADVERTISEMENT

ফলস্বৰূপে অসাধু বিক্রেতাই ইচ্ছানুসৰি গ্ৰাহকৰ পৰা অত্যধিক মূল্য আদায় কৰি আহিছে। এনে ব্যৱস্থাৰ পৰিণতিতে ৰাজ্যৰ বজাৰত এইবাৰ অভাৱনীয়ভাৱে কণীৰ মূল্যবৃদ্ধি হৈছে। যোৱা পাঁচ দিনৰ ভিতৰতে ৰাজ্যৰ বজাৰত অভাৱনীয়ভাৱে প্রতি প্লেট কণীৰ মূল্য কমেও ৪০ টকালৈ বৃদ্ধি হৈছে। ফলত বর্তমান প্রতি প্লেট কণীৰ খুচুৰা মূল্য হৈছে ২০০ টকা।

আনহাতে, প্রতিযোৰ কণীৰ মূল্য হৈছে ১৪ টকা। অথচ এই সময়ছোৱাত পূর্বে প্রতি প্লেট কণীৰ মূল্য সর্বাধিক ১৬০ টকা হয়। কাৰণ গৰমৰ সময়ত কণীৰ চাহিদা যথেষ্ট হ্রাস হয়। তদুপৰি অধিক দিন কণী ভালে নাথাকে। সোনকালে নষ্ট হোৱা আৰু চাহিদা হ্রাস হোৱাৰ বাবেই গৰমৰ সময়ত মূল্য হ্রাস হয়; কিন্তু এইবাৰ মূল্য হঠাৎ বৃদ্ধি হোৱাৰ কাৰণ খুচুৰা ব্যৱসায়ীসকলেই নাজানে। ইয়াৰ বিপৰীতে মহানগৰীৰ আদাবাৰী আৰু বৰপেটাৰোডৰ পাইকাৰী কণী ব্যৱসায়ীৰ সূত্রই সদৰী কৰে যে অসমলৈ প্ৰেৰণ কৰা কণীৰ মূল্য হঠৎ উৎপাদন ক্ষেত্রতে বৃদ্ধি হৈছে।

বিশেষকৈ অন্ধ্রপ্রদেশৰ পৰা প্ৰেৰণ কৰা কণীৰ পৰা কমিছন আদায়ৰ তৎপৰতা পশ্চিমবংগৰ আলিপুৰদুৱাৰ আৰু অসমৰ সীমাৰ ভিতৰত বিভিন্ন চক্ৰৰ মাজত বৃদ্ধি হৈছে। ইয়াৰ পৰিণতিত ৰাজ্যত অভাৱনীয়ভাবে বৃদ্ধি হৈছে কণীৰ মূল্য।

পাইকাৰী ব্যৱসায়ীৰ সূত্রই লগতে সদৰী কৰে যে যোৱা এপ্রিল আৰু মে’ত বজাৰত কণীৰ মূল্যবৃদ্ধি হোৱাৰ কাৰণ আছিল সেই সময়ত বিয়পি পৰা পক্ষী জ্বৰ বেমাৰ। তাৰ পাছত পৰিৱেশ লাহে লাহে পুনৰ স্বাভাৱিক হয়। এনেদৰি কিছুদিন পাৰ হোৱাৰ পাছতে শেহতীয়াকৈ কণীৰ মূল্য প্রতি প্লেটত ১৮০ টকালৈ বৃদ্ধি হয়। তাৰ পাছতে মূল্যবৃদ্ধি হয় দুশ টকালৈ।

উল্লেখ্য যে অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ তথ্য অনুসৰি, ৰাজ্যখনক বছৰি প্ৰয়োজন হোৱা কণীৰ পৰিমাণ হ’ল ৫৬০ কোটি। ইয়াৰ বিপৰীতে অসমে উৎপাদন কৰে মাত্র ৪৭.৬০ কোটি। গতিকে চাহিদাৰ বিপৰীতে ৰাজ্যখনৰ নিজা উৎপাদন অতি কম হৈ থকাত অসমৰ কণীৰ বজাৰখন সম্পূর্ণৰূপে বহিঃৰাজ্যই নিয়ন্ত্রণ কৰি আহিছে। নিজা উৎপাদন অতি কম হোৱাত ৰাইজেও বহিঃৰাজ্যৰ পৰা আমদানি কৰা কণী ক্ৰয় কৰিবলৈ বাধ্য হৈছে। সেই সুযোগেই গ্রহণ কৰি আহিছে কণীক লৈ ছিন্ডিকেট চলাই অহা চক্ৰবোৰে।

বজাৰত সামগ্ৰীৰ দাম বৃদ্ধি হ’লেই চৰকাৰে বজাৰ নিৰীক্ষণ সমিতিৰ দ্বাৰা নিয়ন্ত্ৰণৰ আশ্বাস দি আহিছে। এনে আশ্বাস দিয়াত পিছপৰি ৰোৱা নাই বৰ্তমানৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসো। শেহতীয়াকৈ ৰাজ্যত পিঁয়াজৰ খুচুৰা মূল্য প্রতি কিলোগ্রামত ৭০ টকালৈ বৃদ্ধি হোৱাটো মন্ত্রী দাসে নিজৰ বিভাগৰ অধীনৰ নিৰীক্ষণ সমিতিবোৰৰ জৰিয়তে মূল্য নিয়ন্ত্রণলৈ অনাৰ আশ্বাস দিছিল।

জিলা আয়ুক্তসকলক এই নিৰীক্ষণ প্রক্রিয়া ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়া বুলি কৈছিল মন্ত্রী দাসে। কিয়নো পাইকাৰী বজাৰৰ মূল্যৰ তুলনাত খুচুৰা মূল্য বেছি হোৱাটো ধৰা পৰে। মন্ত্রীয়ে সেই আশ্বাস দিয়াৰ এমাহ উকলিল যদিও বজাৰত পিঁয়াজৰ খুচুৰা মূলাৰ কোনো পৰিৱৰ্তন নহ’ল। এতিয়াওো প্রতি কিলোগ্রাম পিঁয়াজৰ খুচুৰা মূল্য হ’ল ৭০ টকা। মন্ত্রীৰ আশ্বাস যে কেৱলমাত্ৰ সাধাৰণ জনতাক আভুৱাভাঁৰা এক কার্য সেই কথা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ শীর্ষ সূত্রই সদৰী কৰা তথ্যতে উন্মোচিত হৈছে। কাৰণ বজাৰ পৰিদৰ্শন কৰিবলৈ অথবা মূল্যৰ বিষয়টো চোৱা-চিতা কৰিবলৈ বিভাগটোত প্রয়োজনীয় মানুহেই নাই। একপ্ৰকাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগটো ঢাল-তৰোৱালবিহীন নিধিৰাম চৰ্দাৰতহে পৰিণত হৈছে।

তথ্য অনুসৰি, অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগটোত অনুমোদিত পদৰ সংখ্যা হ’ল ৭৪৮ টা। ইয়াৰে ৩৪২ টা পদেই খালী হৈ আছে। ইয়াবে অধিকাংশই হৈছে বিষয়া পৰ্যায়ৰ পদ। খালী হৈ থকা বিষয়া পদৰ সংখ্যা হ’ল প্রায় ২১৮ টা। উদাহৰণ স্বৰূপে যুটীয়া সঞ্চালকৰ চাৰিটা পদ খালী হৈ আছে। উপ-সঞ্চালকৰ ২১ টা পদৰ ১৭ টা খালী হৈ আছে। একেদৰে সহকাৰী সঞ্চালকৰ ২৫ টা পদৰ ১৫ টা খালী হৈ আছে। অধীক্ষক পদৰ ৪২ টাৰ ১৪ টাই খালী হৈ আছে। ইপিনে, পৰিদৰ্শকৰ ৬৫ টা পদ খালী হৈ আছে। উপ-পৰিদর্শকৰো ২৪৯ টা পদৰ ১০৩ টাই খালী হৈ আছে। বজাৰ নিয়ন্ত্রণ ব্যৱস্থাটো পৰিদৰ্শনত পৰিদৰ্শক আৰু উপ-পৰিদৰ্শকৰ ভূমিকা অন্যতম। অথচ এই গুৰুত্বপূর্ণ দুটা পদৰে অধিকাংশই খালী হৈ আছে।

এক কথাত বিভাগৰ অনুমোদিত পদৰ সংখ্যাৰ ৫০ শতাংশৰো অধিক খালী হৈ পৰি ৰৈছে। এনেদৰে প্রায় উদং পর্যায়ত থকা বিভাগটোক পূর্ণাংগ ৰূপ দিয়াত চৰকাৰ তথা যোগান বিভাগৰ অৱহেলা কিয়, সেয়াও ৰহস্যৰ বিষয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 40 per platePrice of eggs has been increasedSupply Dept
samimsultana

samimsultana

Related Posts

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বেংগালুৰুত CJPৰ প্ৰতিবাদ
India

October 8, 2026
AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত
Entertainment

AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

October 8, 2026
অন্ধ্ৰপ্ৰদেশৰ অধিকাংশ জিলা খৰাঙৰ কবলত, ২১ জিলাৰ ৩৮৮টা মণ্ডলত খৰাং

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী

নিউমোনিক প্লেগৰ সম্ভাব্য প্ৰাদুৰ্ভাৱক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থাও
International

নিউমোনিক প্লেগৰ সম্ভাব্য প্ৰাদুৰ্ভাৱক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থাও

October 8, 2026
মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি
International

মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

October 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d