Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

উমৰাংছ’ৰ কপিলী জলবিদ্যুৎ প্ৰকল্পত উদ্ধাৰ অভিযান আৰম্ভ

publisher by publisher
October 13, 2019
in News
Reading Time: 1 min read
0
উমৰাংছ’ৰ কপিলী জলবিদ্যুৎ প্ৰকল্পত উদ্ধাৰ অভিযান আৰম্ভ

State Government team lead by HAD Minister Sum Ronghang visit Kopili Hydro Electric Project after Assam government ordered a probe into the disaster at 275 MW Kopili Hydroelectric Project at Umrangso in the state’s Dima Hasao district on 13-10-19.Pix by UB Photos

1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

নগাঁও:ডিমাহাচাও জিলাৰ উমৰাংছ’স্থিত নীপকোৰ জলবিদ্যুৎ প্ৰকল্পত জল পৰিবাহী পাইপ বিষ্ফোৰণৰ ফলত সৃষ্টি হোৱা বিভীষিকাৰ কিছু পৰিমাণে শাম কাটিলেও আজি সাত দিনে কোনো সন্ধান নাই জলপ্ৰলয়ত সন্ধানহীন হৈ পৰা এজন কণিষ্ঠ অভিযন্তা,দুজন কাৰিকৰী কৰ্মচাৰী আৰু এজন অস্থায়ী কৰ্মচাৰীৰ। প্ৰকল্পটোৰ পৰা পানীৰ গতি সলনি কৰি ইয়াৰ জলস্তৰ কিছু পৰিমাণে হ্ৰাস কৰাৰ পাছত আজি পুৱাৰে পৰা এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীয়ে নিৰুদ্দিষ্ট বিষয়া-কৰ্মচাৰী কেইজনৰ সন্ধানত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও সফল হ’ব নোৱাৰিলে।উদ্ধাকাৰী দলটোৱে জল পৰিবাহী পাইপডাল বিষ্ফোৰণৰ এলেকাটো নিৰ্বাচিত কৰি তাতে উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও পানীৰ গভীৰতা আৰু প্ৰচণ্ড সোঁতৰ বাবে আজি সফল হ’ব নোৱাৰিলে।কিয়নো সন্ধিয়া পৰ্যন্ত কোনো সন্ধান পোৱা নগ’ল নিৰুদ্দিষ্ট সকলৰ।ফলত এই নিৰুদ্দিষ্ট বিষয়া-কৰ্মচাৰী সকলৰ আত্মীয়ৰ মাজত চৰম হতাশা আৰু দুৰ্ভাৱনাই দেখা দিছে।তেওঁলোকৰ হিয়াভগা বিননী যেন কপিলীৰ পাৰত অৰণ্যৰোদনতহে পৰিণত হৈছে।ইপিনে, আজি ৰাজ্যৰ পাৰ্বত্য এলেকা উন্নয়ন আৰু শক্তি দপ্তৰৰ মন্ত্ৰী চুম’ৰংহাং, স্থানীয় বিধায়ক বি বি হাগজেৰ, বোকাজানৰ বিধায়ক ডাঃ নোমল মোমিন,ডিমাহাচাও জিলা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী দেবলাল গাৰ্লুচা সহ ছয় জনীয়া দল এটা প্ৰকল্প ক্ষেত্ৰলৈ যায় আৰু সমগ্ৰ পৰিস্থিতিৰ বুজ লয়।তেওঁলোকে স্থানীয় দল-সংগঠন, ছাত্র সংগঠন, বিশিষ্ট নাগৰিক সকলৰ সৈতেও আলোচনাত মিলিত হৈ নীপকোৰ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ সন্দৰ্ভত বিভিন্ন স্তৰত ওলোৱা বিষয়সমূহৰ বিষয়ে আলোচনাত মিলিত হয়।তেঁওলোকে নীপকোৰ কপিলী প্ৰকল্পৰ নিৰুদ্দিষ্ট বিষয়া-কৰ্মচাৰী সকলৰ ঘৰলৈকো যায় আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰে।পিছত তেওঁলোকে জিলা খনৰ উচ্চ পদস্থ বিষয়া সকলৰ লগতো আন এক আলোচনাত মিলিত হয়।এই বৈঠকত নীপকোৰ উচ্চ পদস্থ বিষয়া সকলেও অংশগ্ৰহণ কৰে।ইপিনে, নীপকোৰ স্বতন্ত্ৰ সঞ্চালক অজয় গুপ্তাই আজি সাংবাদিকৰ আগত কয়যে, বিধ্বস্ত প্ৰকল্পটো উন্নত প্ৰযুক্তিৰে মেৰামতি কৰি পুনৰ কাৰ্যক্ষম কৰি তোলা হ’ব।তেওঁ প্ৰকল্পটোৰ এই দুৰ্যোগৰ বাবে মেঘালয়ত হৈ থকা অবৈধ কয়লা খননৰ বাবে কপিলীৰ পানীত ছালফিউৰিক এচিডৰ মাত্ৰ বহু পৰিমাণে বৃদ্ধি হোৱাটোকেই পুনৰবাৰ দোহাৰিছে।

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d