Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Hindu Surakhya Senaa:দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

    Indian Defence : পাক আক্ৰমণ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালনত ‘অপাৰেচন সিন্দুৰ’ৰ কণ্ট্ৰল ৰুমে কেনেদৰে কাম কৰিছিল তাৰ ছবি প্ৰকাশ কৰিলে কেন্দ্ৰই

    Directorate of sainik welfare Assam:অপাৰেচন সিন্দুৰ”ত নিহত সেনাসকলৰ পৰিয়ালৰ প্ৰতি দেখুওৱা সহানুভূতিৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন সৈনিক কল্যাণ সঞ্চালকালয় অসমৰ

    Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী

    Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

    Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

New law has hit thousands of cab drivers: নতুন আইনে মাধমাৰ শোধাইছে হেজাৰ হেজাৰ কেব চালকক

অত্যাচাৰ বন্ধৰ কৰাৰ দাবীৰে চচলত আমৰণ অনশন কাৰ্যসূচী, দৈনিক ব্যয় অনুপাতে নাই আয়; হাহাকাৰ চালকসকলৰ মাজত

publisher by publisher
November 21, 2024
in India, Assam
Reading Time: 3 mins read
0
New law has hit thousands of cab drivers: নতুন আইনে মাধমাৰ শোধাইছে হেজাৰ হেজাৰ কেব চালকক
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Ajp Protest In Guwahati:কা’ প্ৰৱৰ্তনৰ ৫ বছৰ, চচলত অসম জাতীয় পৰিষদৰ তীব্ৰ প্ৰতিবাদ, কা’ বাতিলৰ দাবী

Chutia Yoba Sanmilan Protest:চচলত চুতীয়া জাতি যুৱ সন্মিলনৰ অৱস্থান ধৰ্মঘট আৰু ৰাজহুৱা মুণ্ডণ কাৰ্যসূচী

Tai Ahom and Chutia yuba sanmilan Protest In Guwahati:জনজাতিয়কৰণৰ দাবীত মহানগৰ উত্তাল কৰিলে টাই আহোম ছাত্র সন্থা আৰু চুতীয়া যুৱ সন্মিলন

ADVERTISEMENT

New law has hit thousands of cab drivers:

চৌদিশে আকাশলংঘী মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক মাধমাৰ শোধাই অহাৰ সময়তে দৈনিক ব্যয় অনুপাতে সম্প্রতি উপার্জন যথেষ্ট হ্রাস পোৱাত মহানগৰীত বাহন চলাই পৰিয়াল পোহপাল দি অহা হেজাৰ হেজাৰ চালকৰ পৰিয়ালসমূহৰ মাজত একপ্রকাশ হাহাকাৰ লাগিছে। এফালে আকাশলংঘী মূল্যবৃদ্ধি আৰু আনফালে ভূতৰ ওপৰত দানহ পৰাৰ দৰে চৰকাৰী নতুন নতুন আইনে চালকসকলক ঢেঁটুচেপা দিবলৈ আৰম্ভ কৰিছে ।

যাৰ ফলত উপায়হীন হৈ শ শ চালকে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ তথা কে’বাটাও দাবীৰে আজিৰে পৰা ধৰ্ণাস্থলী চচলত অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। অসম ৰাজ্যিক চালক সন্থা আৰু সদৌ অসম কেব ৱেলফাৰ ফেডাৰেছনৰ আহ্বানত ইতিমধ্যে অনশনৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰি তেওঁলোকে সম্মুখীন হোৱা সমস্যাৰাজি শীঘ্রে সমাধান কৰিবলৈ চৰকাৰক দাবী জনাইছে।

এই সন্দৰ্ভত চালক সন্থাৰ সভাপতি ধ্রুবজ্যোতি অসম আৰু ফেডাৰেছনৰ সভাপতি দীপক ছেত্রীয়ে কয় যে মহানগৰীত কেব সেৱাৰ জৰিয়তে জীৱন নিৰ্বাহ কৰি অহা চালকসকলক অ’লা, উবেৰ আদি কোম্পানীসমূহে নিতৌ নতুন নির্দেশনা জাৰি কৰি চালকসকলৰ ওপৰত মাধমাৰ শোধাই আহিছে। এনে পর্যায় পাইছেগৈ যে দিনটো কঠোৰ পৰিশ্ৰম কৰিও কেব চালকসকলে ন্যূনতম পাৰিশ্ৰমিকৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। লগতে চৰকাৰে নীতিবহির্ভূতভাবে ব্যক্তিগত বাহনক বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰি এই সেৱাত জড়িত চালকসকলক কফিনত ভৰাই শেষৰটো গজাল মাৰিবলৈ চেষ্টা কৰিছে বুলি তেওঁলোকে অভিযোগ তোলে।

সমান্তৰালভাৱে তেওঁলোকে সকলোৰে বিকাশৰ কথা কোৱা এই চৰকাৰে চালকসকলৰ বাবে আজিকোপতি কোনোধৰণৰ আঁচনি গ্রহণ নকৰিলে বুলি ক্ষোভ উজাৰি ইয়াৰ বিপৰীতে এশ টকাত ৩০ শতাংশৰ পৰা ৪০ শতাংশ কমিচন আদায় কৰাত কোম্পানীসমূহক ৰক্ষণাবেক্ষণহে দি আহিছে বুলি মন্তব্য কৰে।

উল্লেখ্য যে এই প্ৰতিবাদৰ জৰিয়তে চালকসকলে ১০টাকৈ দাবী উত্থাপন কৰিছে। সন্থাৰ সাধাৰণ সম্পাদক ৰিংকু কুমাৰ দাসে দাবীসমূহ উল্লেখ কৰি কয় যে ২০১৯ৰ কেন্দ্ৰীয় পৰিবহণ আইন অনুসৰি প্ৰতিটো কেব কোম্পানীৰে সকলো কৰ-কাটল অন্তর্ভুক্ত কৰি ২০ শতাংশ কমিচনহে ল’ব পাৰে; কিন্তু এতিয়া এই কোম্পানীসমূহে নীতিবহির্ভূতভাবে ৩০ শতাংশৰ পৰা ৪০ শতাংশ পর্যন্ত কমিচন আদায় কৰি আহিছে।

ইয়াক শীঘ্রে বন্ধ কৰিবলৈ তেওঁ দাবী জনাই লগতে কয় যে সৰু-বৰ সকলো বাহনৰ প্ৰতি কিলোমিটাৰত খৰচৰ বিপৰীতে উপাৰ্জনৰ সঠিক নিৰিখ নির্ধাৰণ কৰক। ব্যক্তিগত বাহন বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰ কৰাটো তাৎক্ষণিকভাবে বন্ধ কৰা, বিমানকোঠত বিনামূলীয়া পার্কিঙৰ ব্যৱস্থা কৰা, চালক-যাত্ৰীৰ সুবিধার্থে প্রতিখন বাহনত অত্যাধুনিক চি চি কেমেৰা সংস্থাপন কৰা, সময়ে সময়ে পৰিবহণ বিভাগে লগোৱা বিভিন্ন কৰ তথা অত্যধিক জৰিমনা আদায় তথা এই, অত্যাচাৰ বন্ধ কৰিবলৈ তেওঁ দাবী জনায়।

উল্লেখ্য যে কেব চালকৰ প্ৰতিবাদত অজাপ সভাপতি লুৰীণজ্যোতি গগৈকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি এই আন্দোলনৰ প্রতি সমর্থন আগবঢ়ায়।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: New law has hitProtest Cab DriverSasalThousands of cab drivers
publisher

publisher

Related Posts

Hindu Surakhya Senaa:দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ
News

May 13, 2025
Indian Defence : পাক আক্ৰমণ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালনত ‘অপাৰেচন সিন্দুৰ’ৰ কণ্ট্ৰল ৰুমে কেনেদৰে কাম কৰিছিল তাৰ ছবি প্ৰকাশ কৰিলে কেন্দ্ৰই
News

Indian Defence : পাক আক্ৰমণ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালনত ‘অপাৰেচন সিন্দুৰ’ৰ কণ্ট্ৰল ৰুমে কেনেদৰে কাম কৰিছিল তাৰ ছবি প্ৰকাশ কৰিলে কেন্দ্ৰই

May 13, 2025
Directorate of sainik welfare Assam:অপাৰেচন সিন্দুৰ”ত নিহত সেনাসকলৰ পৰিয়ালৰ প্ৰতি দেখুওৱা সহানুভূতিৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন সৈনিক কল্যাণ সঞ্চালকালয় অসমৰ
News

Directorate of sainik welfare Assam:অপাৰেচন সিন্দুৰ”ত নিহত সেনাসকলৰ পৰিয়ালৰ প্ৰতি দেখুওৱা সহানুভূতিৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন সৈনিক কল্যাণ সঞ্চালকালয় অসমৰ

May 13, 2025
Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী
News

Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী

May 13, 2025
Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !
News

Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !

May 13, 2025
PM Modi visits Punjab’s Adampur airbase:পঞ্জাৱৰ আদমপুৰ এয়াৰবেছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d