Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

New law has hit thousands of cab drivers: নতুন আইনে মাধমাৰ শোধাইছে হেজাৰ হেজাৰ কেব চালকক

অত্যাচাৰ বন্ধৰ কৰাৰ দাবীৰে চচলত আমৰণ অনশন কাৰ্যসূচী, দৈনিক ব্যয় অনুপাতে নাই আয়; হাহাকাৰ চালকসকলৰ মাজত

publisher by publisher
November 21, 2024
in Assam, India
Reading Time: 3 mins read
0
New law has hit thousands of cab drivers: নতুন আইনে মাধমাৰ শোধাইছে হেজাৰ হেজাৰ কেব চালকক
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati:গুৱাহাটী মহানগৰৰ নতুন চছলত বহাগী উৎসৱৰ সফল সামৰণি

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

Lurinjyoti Gogoi: জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত মহানগৰীৰ চচলত অসম জাতীয় পৰিষদৰ গণ সত্যাগ্ৰহ কাৰ্যসূচী

ADVERTISEMENT

New law has hit thousands of cab drivers:

চৌদিশে আকাশলংঘী মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক মাধমাৰ শোধাই অহাৰ সময়তে দৈনিক ব্যয় অনুপাতে সম্প্রতি উপার্জন যথেষ্ট হ্রাস পোৱাত মহানগৰীত বাহন চলাই পৰিয়াল পোহপাল দি অহা হেজাৰ হেজাৰ চালকৰ পৰিয়ালসমূহৰ মাজত একপ্রকাশ হাহাকাৰ লাগিছে। এফালে আকাশলংঘী মূল্যবৃদ্ধি আৰু আনফালে ভূতৰ ওপৰত দানহ পৰাৰ দৰে চৰকাৰী নতুন নতুন আইনে চালকসকলক ঢেঁটুচেপা দিবলৈ আৰম্ভ কৰিছে ।

যাৰ ফলত উপায়হীন হৈ শ শ চালকে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ তথা কে’বাটাও দাবীৰে আজিৰে পৰা ধৰ্ণাস্থলী চচলত অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। অসম ৰাজ্যিক চালক সন্থা আৰু সদৌ অসম কেব ৱেলফাৰ ফেডাৰেছনৰ আহ্বানত ইতিমধ্যে অনশনৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰি তেওঁলোকে সম্মুখীন হোৱা সমস্যাৰাজি শীঘ্রে সমাধান কৰিবলৈ চৰকাৰক দাবী জনাইছে।

এই সন্দৰ্ভত চালক সন্থাৰ সভাপতি ধ্রুবজ্যোতি অসম আৰু ফেডাৰেছনৰ সভাপতি দীপক ছেত্রীয়ে কয় যে মহানগৰীত কেব সেৱাৰ জৰিয়তে জীৱন নিৰ্বাহ কৰি অহা চালকসকলক অ’লা, উবেৰ আদি কোম্পানীসমূহে নিতৌ নতুন নির্দেশনা জাৰি কৰি চালকসকলৰ ওপৰত মাধমাৰ শোধাই আহিছে। এনে পর্যায় পাইছেগৈ যে দিনটো কঠোৰ পৰিশ্ৰম কৰিও কেব চালকসকলে ন্যূনতম পাৰিশ্ৰমিকৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। লগতে চৰকাৰে নীতিবহির্ভূতভাবে ব্যক্তিগত বাহনক বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰি এই সেৱাত জড়িত চালকসকলক কফিনত ভৰাই শেষৰটো গজাল মাৰিবলৈ চেষ্টা কৰিছে বুলি তেওঁলোকে অভিযোগ তোলে।

সমান্তৰালভাৱে তেওঁলোকে সকলোৰে বিকাশৰ কথা কোৱা এই চৰকাৰে চালকসকলৰ বাবে আজিকোপতি কোনোধৰণৰ আঁচনি গ্রহণ নকৰিলে বুলি ক্ষোভ উজাৰি ইয়াৰ বিপৰীতে এশ টকাত ৩০ শতাংশৰ পৰা ৪০ শতাংশ কমিচন আদায় কৰাত কোম্পানীসমূহক ৰক্ষণাবেক্ষণহে দি আহিছে বুলি মন্তব্য কৰে।

উল্লেখ্য যে এই প্ৰতিবাদৰ জৰিয়তে চালকসকলে ১০টাকৈ দাবী উত্থাপন কৰিছে। সন্থাৰ সাধাৰণ সম্পাদক ৰিংকু কুমাৰ দাসে দাবীসমূহ উল্লেখ কৰি কয় যে ২০১৯ৰ কেন্দ্ৰীয় পৰিবহণ আইন অনুসৰি প্ৰতিটো কেব কোম্পানীৰে সকলো কৰ-কাটল অন্তর্ভুক্ত কৰি ২০ শতাংশ কমিচনহে ল’ব পাৰে; কিন্তু এতিয়া এই কোম্পানীসমূহে নীতিবহির্ভূতভাবে ৩০ শতাংশৰ পৰা ৪০ শতাংশ পর্যন্ত কমিচন আদায় কৰি আহিছে।

ইয়াক শীঘ্রে বন্ধ কৰিবলৈ তেওঁ দাবী জনাই লগতে কয় যে সৰু-বৰ সকলো বাহনৰ প্ৰতি কিলোমিটাৰত খৰচৰ বিপৰীতে উপাৰ্জনৰ সঠিক নিৰিখ নির্ধাৰণ কৰক। ব্যক্তিগত বাহন বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰ কৰাটো তাৎক্ষণিকভাবে বন্ধ কৰা, বিমানকোঠত বিনামূলীয়া পার্কিঙৰ ব্যৱস্থা কৰা, চালক-যাত্ৰীৰ সুবিধার্থে প্রতিখন বাহনত অত্যাধুনিক চি চি কেমেৰা সংস্থাপন কৰা, সময়ে সময়ে পৰিবহণ বিভাগে লগোৱা বিভিন্ন কৰ তথা অত্যধিক জৰিমনা আদায় তথা এই, অত্যাচাৰ বন্ধ কৰিবলৈ তেওঁ দাবী জনায়।

উল্লেখ্য যে কেব চালকৰ প্ৰতিবাদত অজাপ সভাপতি লুৰীণজ্যোতি গগৈকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি এই আন্দোলনৰ প্রতি সমর্থন আগবঢ়ায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: New law has hitProtest Cab DriverSasalThousands of cab drivers
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ
Assam

Beltala Basisthapur Murder Update:বেলতলাৰ বশিষ্ঠপুৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ক্রাইম চিন ৰিক্ৰিয়েচন কৰিব আৰক্ষীয়ে

September 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d