Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

    কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

    G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

    কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা

    Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

    India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Aranyak’s ‘ Rhino Goes to School’ programme:পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষৰীয়া অঞ্চলত আৰণ্যকৰ “গঁড় বিদ্যালয়লৈ যায়” কাৰ্যসূচীত ১৭ শতাধিক শিক্ষাৰ্থীৰ অংশগ্ৰহণ

publisher by publisher
November 27, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Aranyak’s ‘ Rhino Goes to School’ programme:পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষৰীয়া অঞ্চলত আৰণ্যকৰ “গঁড় বিদ্যালয়লৈ যায়” কাৰ্যসূচীত ১৭ শতাধিক শিক্ষাৰ্থীৰ অংশগ্ৰহণ
1
SHARES
12
VIEWS
ShareShareShareShare

Aranyak’s ‘ Rhino Goes to School’ programme:

অসমৰ ৰাজ্যিক প্ৰাণী এশিঙীয়া গঁড়ৰ সংৰক্ষণৰ প্ৰতি কম বয়সীয়া শিক্ষাৰ্থীসকলৰ আগ্ৰহী কৰি তোলাৰ বাবে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে গ্ৰহণ কৰা উদ্যোগৰ অংশহিচাপে অলপতে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপৰ কেইখনমান বিদ্যালয়ত আয়োজন কৰা “গঁড় বিদ্যালয়লৈ যায়” শীৰ্ষক এলানি কাৰ্যসূচীত ১৭০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

ADVERTISEMENT

PABITORA 2পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য কৰ্তৃপক্ষৰ সহযোগত আৰু ডেভিদ শ্বেফাৰ্ড ৱাইল্ডলাইফ ফাউণ্ডেশ্যন (ডি এছ ডব্লিউ এফ)ৰ সহায়ত এই সজাগতা কাৰ্যসূচীলানি অনুষ্ঠিত কৰা হয় । ইয়াৰে ২১ নৱেম্বৰত মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা প্ৰথমটো কাৰ্যসূচীত প্ৰায় ৪৫০ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

RelatedPosts

Pabitora Wildlife Sanctuary opened to tourists today:আজি পর্যটকৰ বাবে মুকলি হ’ল পবিতৰা বন্যপ্রাণী অভয়াৰণ্য

Jaregaon Tilapara L P School:৫১৭ নং জৰেগাওঁ টিলাপাৰা প্ৰাথমিক বিদ্যালয়ত দুখন প্ৰাথমিক বিদ্যালয়ৰ বন্ধু বিদ্যালয় অনুষ্ঠান 

মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথে উদ্বোধন কৰা এই কাৰ্যসূচীত আৰণ্যকৰ গঁড় গৱেষণা আৰু সংৰক্ষণ বিভাগৰ প্ৰৱন্ধক আৰিফ হুছেইনে গঁড়ৰ আৱাসভূমি, সংৰক্ষণৰ প্ৰয়োজনীয়তা, পৰিৱেশতন্ত্ৰত ইয়াৰ গুৰুত্ব আদিকে ধৰি তৃণভোজী প্ৰাণীবিধৰ বিষয়ে বিস্তৃতভাৱে উপস্থাপন কৰে । আৰক্ষী বিষয়া নাথে শিক্ষাৰ্থীসকলক বন্যপ্ৰাণী সংৰক্ষণত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু অন্যান্য শিক্ষকসকলৰ লগতে মায়ং থানা সমিতিৰ সচিব ধৰ্ম নাথো উপস্থিত থকা অনুষ্ঠানটোত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰেঞ্জ বিষয়া প্ৰাঞ্জল বৰুৱাই অভয়াৰণ্যখনৰ চহকী জৈৱ বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰে । “গঁড় বিদ্যালয়লৈ যায়” অভিযানৰ দ্বিতীয়টো কাৰ্যসূচী ২২ নৱেম্বৰত শংকৰদেৱ শিশু নিকেতন আৰু বুঢ়া‌‌‌-বুঢ়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয় ।

প্ৰায় ৮৫০ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত আৰণ্যকৰ প্ৰতিনিধি আৰিফ হুছেইনে শিক্ষাৰ্থীসকলক পৰিৱেশতন্ত্ৰত গঁড়ৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰে আৰু তেওঁলোকক এই অমূল্য প্ৰাণীবিধৰ সংৰক্ষণৰ কাৰণে সাধ্যানুসৰি হাত উজান দিবলৈ অনুপ্ৰাণিত কৰে ।

PABITORA 3পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰেঞ্জ বিষয়া প্ৰাঞ্জল বৰুৱা, দুয়োখন বিদ্যালয়ৰ প্ৰধান শিক্ষকদ্বয় আৰু শিক্ষক-শিক্ষয়িত্ৰী সকল আৰু অভয়াৰণ্যখনৰ ফৰেষ্টাৰ নং ১ মিতুল দাসেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে । পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ হাইস্কুলত ২৩ নৱেম্বৰত “গঁড় বিদ্যালয়লৈ যায়” অভিযানৰ তৃতীয়টো কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

প্ৰায় ৪০০ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত গঁড় বিষয়ক পাৱাৰ পইন্ট উপস্থাপন, মত-বিনিময় আৰু মুকলি কুইজ প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয় । আৰণ্যকৰ প্ৰতিনিধি আৰিফ হুছেইনে শিক্ষাৰ্থীসকলক পৰিৱেশতন্ত্ৰত গঁড়ৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰে আৰু তেওঁলোকক এই অমূল্য প্ৰাণীবিধৰ সংৰক্ষণৰ কাৰণে সাধ্যানুসৰি হাত উজান দিবলৈ অনুপ্ৰাণিত কৰে ।

PABITORA 4বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰেঞ্জ বিষয়া প্ৰাঞ্জল বৰুৱা, দুয়োখন বিদ্যালয়ৰ প্ৰধান শিক্ষকদ্বয় আৰু শিক্ষক-শিক্ষয়িত্ৰী সকল আৰু অভয়াৰণ্যখনৰ ফৰেষ্টাৰ নং ১ মিতুল দাসেও অংশগ্ৰহণ কৰা এই কাৰ্যসূচীতো আৰণ্যকৰ প্ৰতিনিধি আৰিফ হুছেইন মূল সমল ব্যক্তিৰূপে আছিল । তিনিওটা কাৰ্যসূচীতে আৰণ্যকৰ ক্ষেত্ৰ প্ৰতিনিধি উজ্জ্বল ভূঞা আৰু ৰাহুল দাস উপস্থিত থাকে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Aranyak'sPabitora Wildlife SanctuaryRhino Goes to SchoolSpl Programme
publisher

publisher

Related Posts

ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 
India

May 10, 2025
কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!
India

কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

May 10, 2025
G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক
News

G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

May 10, 2025
কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা
India

May 10, 2025
Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে
News

Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

May 10, 2025
India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ
India

India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d